Daily Time Axom

উত্তৰ-পূব ভাৰতত খিলঞ্জীয়া স্বাস্থ্য সেৱা উদ্ভাৱনক আগুৱাই নিয়াৰ বাবে আইআইটি গুৱাহাটী আৰু অসম চৰকাৰে…

ভাৰতীয় প্ৰযুক্তি প্ৰতিষ্ঠান গুৱাহাটীউত্তৰ-পূব ভাৰতত স্বাস্থ্যসেৱাৰ উদ্ভাৱনক আগুৱাই নিয়াৰ লক্ষ্যৰে আজি, ৮ নৱেম্বৰ ২০২৪ তাৰিখে এখন গুৰুত্বপূৰ্ণ আলোচনা চক্ৰ আয়োজন কৰে। এই অনুষ্ঠানত সন্মানীয় চিকিৎসক আৰু বিজ্ঞানীসকলক একত্ৰিত কৰি

আমগুৰিৰ এক নং চিন্তামণি গড়ত উজনি অসম থলুৱা মুছলিম পৰিষদৰ মুকলি সভা

চিন্তামণি গড়ত আঞ্চলিক সমিতি গঠন কৰা উদ্দেশ্যেৰে অনুষ্ঠিত হয় এখন মুকলি সভা।উক্ত সভাত সভাপতি হিচাপে আজিদ আলী যুটীয়া সম্পাদক ভাইজান আলী আৰু ৰিয়াজ আলীকলৈ ৩১ জনীয়া চিন্তামণিগড় আঞ্চলিক সমিতি খন গঠন কৰা হয়।সভাৰ সভাপতিত্ব কৰে ফজিলত ৰহমানে।সভাত

ত্ৰিপুৰাত বি এছ এফৰ দ্বাৰা ৯ বাংলাদেশী নাগৰিক আটক

আগৰতলা পিএনচি, ৮ নৱেম্বৰ বি এছ এফ আৰু ৰেলৱে আৰক্ষী জি আৰ পিৰ যৌথভাৱে চলোৱা এক অভিযানত বৃহস্পতিবাৰে বৈধ নথি-পত্ৰ নথকা ছয়জন বাংলাদেশী নাগৰিকক আগৰতলাত আটক কৰা হয়। আটকাধীন বাংলাদেশী নাগৰিকৰ ভিতৰত এগৰাকী মহিলা আৰু দুজন হিজড়া আছিল।আন এক

পদ্মশ্ৰী যাদব পায়েং আন্তৰ্জাতিক বঁটা সন্দৰ্ভত

প্ৰকৃতিৰ সৈতে সংপৃক্ত হৈ জলবায়ু কাৰ্য্যত আন্তঃৰাষ্ট্ৰীয় পৰিৱেশ পৰিচালনা আৰু আদৰ্শ নেতৃত্বৰ বাবে এটা বঁটা বিভিন্ন প্ৰান্তত কাম কৰা একোজন ব্যক্তি অথবা অনুষ্ঠানক আগবঢ়োৱা হব পদ্মশ্ৰী যাদব পায়েং আন্তৰাষ্ট্ৰীয় বঁটা । মূলা কাটনি খ্যাত অৰণ্য

কামৰূপৰ আমিনগাঁৱত অনুষ্ঠিত হৈছে আন্ত: স্কুল CHESS প্ৰতিযোগিতা

অসমত আছে CHESS খেলৰ প্ৰচুৰ সম্ভাৱনা ।অসমৰ CHESS খেলুৱৈয়ে ইতিমধ্যে সৰ্বভাৰতীয় পৰ্যায়ত সুনাম অৰ্জন কৰিব সক্ষম হৈছে ।এইবেলি ৰাজ্যৰ খেল মহাৰণতো অন্তৰ্ভুক্ত হৈছে CHESS ।এই মন্তব্য আন্তঃৰাষ্ট্ৰীয় CHESS খেলুৱৈ বিশ্বজিৎ ভৰদ্বাজৰ ।উল্লেখ্য

মুকালমুৱাৰ বামুনবড়ীত শ্বহীদ সোঁৱৰণী নৈশ ফুটবল প্ৰতিযোগিতা‌ত চেম্পিয়ন এজে এলেভেন

মুকালমুৱাৰ বামুণবড়ীত আমন্ত্ৰণমূলক নৈশ প্ৰাইজমানী ফুটবল প্ৰতিযোগিতাত চামতাৰ এজে এলেভেন দলে শ্ৰেষ্ঠ খিতাপ অৰ্জন কৰিবলৈ সক্ষম হয়।বামুনবড়ী মূলাঘাটা মিলন সংঘৰ উদ্যোগত বামুনবড়ী খেলপথাৰত অনুষ্ঠিত হোৱা নৈশ ফুটবল প্ৰতিযোগিতাখনৰ কালি অনুষ্ঠিত

ঘণ্টাৰ পিছত ঘণ্টা অফিচত কাম কৰি অজানিতে বিপদ মাতিছে নেকি

দিনটোৰ বেছিভাগ সময় অফিচতে কটায়। বহুজাতিক কোম্পানীৰ পৰা আৰম্ভ কৰি চৰকাৰী কাৰ্যালয়লৈকে ছবিখন সকলোতে একেই। আজৰি সময়ত আড্ডা মাৰি, ঘৰতো বহি সময় পাৰ হৈ যায়। আৰু এই সকলো সময়তে বহি থকাৰ বাবেই বিভিন্ন ৰোগৰ আশংকা বাঢ়িছে। বিভিন্ন

শান্তিপূৰ্ণ টোপনি মাৰক, বেমাৰৰ পৰা আঁতৰি থাকক

সাতৰ পৰা আঠ ঘণ্টাৰ টোপনি সকলোৰে বাবে অতি প্ৰয়োজনীয়। নহ’লে শৰীৰত বিভিন্ন সমস্যাৰ সৃষ্টি হয়। ভাগৰুৱা হোৱাৰ লগে লগে আন ৰোগো আহে। গভীৰ টোপনিৰ বাবে শুই থকা ঠাইখনো উপযুক্ত হ’ব লাগে। সকলোৰে টোপনিৰ ধৰণ বেলেগ বেলেগ। লাইট জ্বলাই কোনেও শুব

১১ বছৰীয়া কিশোৰী হঠাৎ কোটিপতি হ’ল কেনেকৈ

কোটি কোটি টকা এতিয়া এগৰাকী এঘাৰ বছৰীয়া কন্যাৰ হাতত। নাই, তেওঁ লটাৰী জিকা নাই। বৰঞ্চ এটা গোচৰৰ শুনানি গ্ৰহণ কৰাতহে লাখপতি হৈ পৰিল। তেওঁ লাভ কৰিব ২.৫ কোটি টকাৰ আৰ্থিক ক্ষতিপূৰণ। ইমান টকা পালেও তেওঁ দুখী। কাৰণ আপোনজনক হেৰুৱাইহে তেওঁ

দক্ষিণ শালমাৰা মানকাচৰ জিলাত অবাধে চলিছে তীৰ খেলৰ ৰমৰমীয়া বেহা

চকুমুদা কুলিৰ ভাওত আৰক্ষী প্ৰশাসন৷ দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ মানকাচৰ, খাৰুৱাবান্দা, হাটশিঙীমাৰী, সুখচৰ, বেপাৰীপাৰা, খোপাতীয়া বজাৰ, হাজিৰহাট আদিকৰি বিভিন্ন অঞ্চলত চলিছে অবৈধ তীৰ খেলৰ ৰমৰমীয়া বেহা৷ আনকি জিলা সদৰ হাটশিঙীমাৰীৰ আৰক্ষী