আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত ড’নাল্ড ট্ৰাম্পৰ জয়লাভ
আমেৰিকাৰ ৪৭ সংখ্যক ৰাষ্ট্ৰপতি হ’বলৈ গৈ আছে ট্ৰাম্প। কমলা হেৰিছেও ইতিহাস ৰচনা কৰাৰ সুযোগ পাইছিল। কিন্তু ২৭০ৰ যাদুকৰী সংখ্যা অতিক্ৰম কৰিলে ট্ৰাম্পে। তেওঁ লাভ কৰে ২৭৭টা ভোট। আনহাতে কমলা হেৰিছে লাভ কৰে ২২৬টা ভোট। ৭টা ছুইঙৰ ভিতৰত ৬টা ছুইঙত!-->!-->!-->…