Daily Time Axom

पुरबी ने किया स्वादिष्ट दुग्ध की नई श्रेणी का शुभारंभ

गुवाहाटी, 27 सितंबर 2024: पूर्वोत्तर भारत की सबसे बड़ी सहकारी दुग्ध उत्पादक ब्रांड, पुरबी ने 27 सितंबर को अपनी नई लंबे समय तक टिकने वाली स्वादिष्ट दुग्ध की श्रृंखला का आधिकारिक शुभारंभ किया, जो ब्रांड के भूगोलिक विस्तार में महत्वपूर्ण

দেশত নিবনুৱাৰ হাৰ হ্ৰাস পোৱা নাই, চৰকাৰী সমীক্ষা

দেশত নিবনুৱা সমস্যা হ্ৰাস পোৱা নাই। ২০২৩-২৪ বিত্তীয় বৰ্ষত দেশত নিবনুৱাৰ সংখ্যা ৩.২ শতাংশ। দেশৰ বিভিন্ন খণ্ডত নিবনুৱাৰ সংখ্যা বৃদ্ধি পাইছে। চৰকাৰৰ এই সমীক্ষাৰ পৰা স্পষ্ট হৈ পৰিছে যে দেশৰ অধিকাংশ শিক্ষিত সমাজ এতিয়াও নিবনুৱা সমস্যাত ভুগি

এডিআৰই সম্পৰ্কে কামৰূপ আয়ুক্তৰ সংবাদমেল

এডিআৰইৰ দ্বিতীয় পৰ্যায়ৰ পৰীক্ষাৰ বাবে কামৰূপ জিলা প্ৰশাসনৰ তৎপৰতা।২৯ ছেপ্টেম্বৰত কামৰূপ জিলাতো অনুষ্ঠিত হ’ব এডিআৰইৰ দ্বিতীয় পৰ্যায়ৰ পৰীক্ষা ।পৰীক্ষা সুকলমে অনুষ্ঠিত কৰাৰ বাবে জিলা প্ৰশাসনে প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে।২৯ ছেপ্টেম্বৰত

মৈৰাবাৰীত আটক দুজন চাইবাৰ অপৰাধী

মৈৰাবাৰী আৰক্ষীয়ে পুনৰ আটক কৰে দুজনকৈ চাইবাৰ অপৰাধীক। মৈৰাবাৰী আৰক্ষীৰ চাইবাৰ বিৰোধী অভিযান অব্যাহত। দুদিন পূৰ্বে মৈৰাবাৰী,তাঁতীকটা আৰু গায়নগাঁৱৰ পৰা ছয় জনকৈ চাইবাৰ অপৰাধত জড়িত লোকক গ্ৰেপ্তাৰ কৰাৰ পিছতে যোৱা নিশা পুনৰ দুজনকৈ লোকক

Stanford University (USA) ৰ বিশ্বৰ আগশাৰীৰ ২% বিজ্ঞানীৰ ৰেংকিঙৰ তালিকাত এইবাৰ IIT Guwahati ৰ…

ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ৰ শীৰ্ষ ২% বিজ্ঞানী ৰেংকিং হৈছে বিশ্বৰ আগশাৰীৰ গৱেষকসকলক চিনাক্ত কৰা এখন প্ৰতিষ্ঠিত তালিকা, যিয়ে বিশ্বৰ সকলো বিজ্ঞানীৰ প্ৰায় ২% প্ৰতিনিধিত্ব কৰে।এই ৰেংকিং উদ্ধৃতি, h-সূচী, আৰু বহুতো গ্ৰন্থমাপক সূচকৰ ওপৰত

কচুৱাৰ জুৰিৰপাৰত নৈশ কাবাডী খেল প্ৰতিযোগিতা সম্পন্ন

নগাঁও জিলাৰ কচুৱাৰ জুৰিৰপাৰত জুৰিৰপাৰ যুৱ মঞ্চৰ উদ্যোগত এককালীন নৈশ কাবাডী খেল প্ৰতিযোগিতাৰ আয়োজন কৰে। শুকুৰবাৰে নিশা অনুষ্ঠিত হয় উক্ত খেলখন। ১২খন দলে অংশগ্ৰহণ কৰা উক্ত খেলখনত  নগাঁও এল ডি চি কাবাডী দল বনাম ডুন জুৰিৰপাৰ কাবাডী দলৰ

নৱ-প্ৰভাত উৎসৱ ২০২৪ ৰ ব্যাপক আয়োজন

অসমৰ অন্যতম প্ৰতিষ্ঠিত সামাজিক-সাংস্কৃতিকমূলৰ স্বেচ্ছাসেৱী সংগঠন নৱ-প্ৰভাতে যোৱা একুৰি চাৰিটা বসন্ত গৰকি আহি ৰূপালী জয়ন্তী বৰ্ষত সগৌৰৱে পদাৰ্পণ কৰিছেহি।২৫ বছৰীয়া ৰূপালী বৰ্ষৰ প্ৰাক কলনত অহা ২৭,২৮ আৰু ২৯ ডিচেম্বৰ ২০২৪ তাৰিখে তিনি দিনীয়া

বিজেপি সভাপতি ভৱেশ কলিতাৰ বিৰুদ্ধে ভঙাঘৰ থানাত এজাহাৰ

মানসিক ভাৰসাম্য সন্তুলন হেৰুৱাই পেলাইছে ভৱেশ কলিতাই- ৰাতুল কলিতা আজি প্ৰদেশ কংগ্ৰেছৰ চচিয়েল মিডিয়া আৰু তথ্য প্ৰযুক্তি বিভাগৰ অধ্যক্ষ ৰাতুল কলিতাৰ নেতৃত্বত এক প্ৰতিনিধিৰ দলে ভঙাঘৰ থানাত ৰাজ্যিক বিজেপি সভাপতি ভৱেশ কলিতাৰ বিৰুদ্ধে এক

চৰাইদেউ মৈদাম ক্ষেত্ৰক বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি প্ৰদানত অবদান আগবঢ়োৱা চৰাইদেউ জিলাৰ আয়ুক্ত…

চৰাইদেউ জিলাখনক এক মাত্ৰা প্ৰদান কৰিবলৈ সক্ষম হোৱা বিদায়ী আয়ুক্ত নিবেদন দাস পাটোৱাৰীক আয়ুক্ত কাৰ্য্যলয়ত পাঁচ দল সংগঠনে সম্বৰ্ধনা জ্ঞাপন কৰে | মিডিয়া মেনেজমেণ্ট এণ্ড ৰিচাৰ্ছ এচ'ছিয়েচনৰ সভাপতি তথা চৰাইদেউ মৈদাম সীমা নিৰ্ধাৰণ সমিতি মডেল

কনকলতা মহলা সংগঠনৰ উদ্যোগত মাদক দ্ৰব্য আৰু বাল্য বিবাহ আৰু নাৰী নিৰ্যাতন বিৰোধী সজাগতা সভা সম্পন্ন

শিৱসাগৰ জিলা অন্যতম স্বেচ্ছাসেৱী অনুষ্ঠান কনকলতা মহিলা সংগঠনৰ উদ্যোগত আৰু আটছা চেলেংহাট উপ শাখা তথা ডালিম চাহ বাগিছা সংঘৰ সহযোগত বাল্য বিবাহ, নাৰী নিৰ্যাতন, শিশু শ্ৰমিক আৰু মাদক দ্ৰব্য নিবাৰণৰ উদ্দেশ্যে এক সজাগতা সভা ডালিম চাহ বাগিছাত