Daily Time Axom

ৰাজ্যত পুনৰ এনকাউণ্টাৰ, গুলীবিদ্ধ হ’ল ড্ৰাগছ মাফিয়া মফিজুল

নিউজ ডেস্ক, ১২ জুলাইঃ ৰাজ্যত পুনৰ এনকাউণ্টাৰ।মৰিগাঁৱত ড্ৰাগছ মাফিয়ালৈ আৰক্ষীৰ গুলী। ধৰমতুলৰ বৰবৰিত গুলীবিদ্ধ হ'ল ড্ৰাগছ মাফিয়া মফিজুল। অধিক ড্ৰাগছৰ লগতে আন ড্ৰাগছ সৰবৰাহকাৰীৰ সন্ধানত মফিজুলক লৈ আৰক্ষীয়ে অভিযান চলাইছিল। আৰক্ষীয়ে ড্ৰাগছৰ

এভাৰেষ্টৰ সমীপত উদ্ধাৰ নিৰুদ্দেশ হোৱা হেলিকপ্টাৰৰ ধ্বংসাৱশেষ, ৫জন পৰ্যটক আৰু কেপ্তেইনৰ মৃত্যু

মাউণ্ট এভাৰেষ্টৰ ওচৰত উদ্ধাৰ ধ্বংসাৱশেষ। কাঠমাণ্ডুলৈ যাত্ৰা আৰম্ভ কৰা হেলিকপ্টাৰখনত থকা ৬ জন লোকৰ আটাইকেইজন লোকৰ মৃত্যু হৈছে। হেলিকপ্টাৰখন নিৰুদ্দেশ হোৱাৰ তিনি ঘণ্টাৰ পিছতে উদ্ধাৰ হয় ধ্বংসাৱশেষ। পাঁচজন মেক্সিকান নাগৰিকৰ সৈতে

মেক্সিকোত বন্দুকধাৰীৰ আক্ৰমণ, ৯ জন নিহত

মেক্সিকোৰ টলুকা চহৰৰ এখন বজাৰত মুখা পিন্ধা বন্দুকধাৰীৰ এটা দলে আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হৈছে। আক্ৰমণৰ পিছত সেই স্থানত অগ্নিসংযোগৰ ফলত ৯ জন লোকে প্ৰাণ হেৰুৱাইছে। ইয়াৰে ৮ জনৰ ঘটনাস্থলীতে মৃত্যু হয় আৰু এজনক চিকিৎসালয়লৈ নিয়াৰ

১৫ বছৰত দৰিদ্ৰ লোকৰ সংখ্যা ৪১.৫ কোটি হ্ৰাস পাইছে, ভাৰতক ৰাষ্ট্ৰসংঘৰ প্ৰশংসা

মাত্ৰ ১৫ বছৰত ৪১.৫ কোটি ভাৰতীয় দৰিদ্ৰতাৰ পৰা মুক্ত হৈছে। ২০০৬ চনৰ পৰা ২০২১ চনৰ ভিতৰত বৃহৎ সংখ্যক ভাৰতীয়ৰ আৰ্থিক অৱস্থাৰ উন্নতি ঘটিছিল। ৰাষ্ট্ৰসংঘই ভাৰতৰ সফলতাৰ অভিলেখক প্ৰশংসা কৰিছে। আন্তঃৰাষ্ট্ৰীয় সংস্থাটোৰ মতে, বিশ্বৰ আটাইতকৈ

কাকজানত বিশ্ব জনসংখ্যা দিৱস উদযাপন

আজি বিশ্ব জনসংখ্যা দিৱস।সমগ্ৰ বিশ্বৰ লগতে টীয়ক সমষ্টিৰ অন্তৰ্গত কাকজান খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত জিলা স্বাস্থ্য বিভাগৰ উদ্যোগত 'পৰিয়াল পৰিকল্পনাৰ গ্ৰহণ কৰক উপায় গঢ়ি তোলক সুখী জীৱনৰ এটি নৱ অধ্যায়' শ্ল'গানেৰে বিশ্ব জনসংখ্যা দিৱস

চাউলৰ নামত বহবিহ যোগান

যি সময়ত চৰকাৰে খাদ্য সুৰক্ষা আইনৰ অধীনত ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ যোগেদি আৰ্থিক ভাৱে পিছপৰা পৰিয়ালক খাদ্য সামগ্ৰী যোগান ধৰি পৰিয়ালসমূহক সহায় কৰি আহিছে।কিন্তু যোগান বিভাগৰ নিৰ্লিপ্ততাৰ সুযোগ গ্ৰহণ কৰি চাউল যোগানৰ নিবিদাৰ লাভ কৰাৰ

পাঞ্জা খেলত স্থান লাভেৰে মৰিগাঁৱলৈ গৌৰৱ কঢ়িয়াই আনিলে ছাত্ৰ বিশাল নাথে

মৰিগাঁও পুলিচ কলনী অৱসৰ প্ৰাপ্ত আৰক্ষী বিষয়াৰ যুগল চন্দ্ৰ নাথৰ একমাত্ৰ সন্তান বিশাল নাথ ৫বছৰৰ আগৰে পৰা পাঞ্জা খেলত অংশগ্ৰহণ কৰি অসমৰ বিভিন্ন ঠাইত স্থান লাভ কৰিবলৈ সক্ষম হয় বিশালে ।7th North east Graduate Congress 202375kg শাখা

দিল্লী-মিৰাট এক্সপ্ৰেছ ৱে’ত ভয়ংকৰ পথ দুৰ্ঘটনা, স্কুলবাছ আৰু কাৰৰ মুখামুখি সংঘৰ্ষত থিতাতে মৃত্যু ৬জন…

নিউজ ডেস্ক, ১১ জুলাইঃ দিল্লী-মিৰাট এক্সপ্ৰেছ ৱে’ত ভয়ংকৰ পথ দুৰ্ঘটনা। স্কুলবাছ আৰু কাৰৰ মুখামুখি সংঘৰ্ষত থিতাতে মৃত্যু ৬জন লোকৰ। মঙলবাৰে পুৱাই দিল্লীৰ ৰাজপথত সংঘটিত হৈছে এই দুৰ্ঘটনাটো।কেমেৰাত বন্দী দুৰ্ঘটনাৰ শিহৰণকাৰী দৃশ্য। দুৰ্ঘটনাটোত

পুনৰ আৰক্ষীৰ এনকাউণ্টাৰ, কাছাৰত গুলীবিদ্ধ আচামী হিফজুৰ ৰহমানৰ মৃত্যু

নিউজ ডেস্ক, ১১ জুলাইঃ ৰাজ্যত পুনৰ আৰক্ষীৰ এনকাউণ্টাৰ। কাছাৰত গুলীবিদ্ধ আচামী হিফজুৰ ৰহমানৰ মৃত্যু। ১১ মেত শিলচৰ কেন্দ্রীয় কাৰাগাৰৰ পৰা পলায়ন কৰিছিল কুখ্যাত অপৰাধী হিফজুৰ ৰহমান। আৰক্ষীয়ে গোপন সুত্ৰৰ খবৰৰ‌ ভিত্তিত সোমবাৰে নিশা অসম

Let’s Spread knowledge Educational Team, Assam ৰ ৫ম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস পালন

জ্ঞান অৰ্জন আৰু জ্ঞান বিলোৱাৰ লক্ষ্যৰে কেইগৰাকীমান শিক্ষানুৰাগী তথা সমাজ সংগঠকৰ দ্বাৰা গঠিতLet's Spread knowledge Educational Team, Assam ৰ ৫ম বাৰ্ষিক প্ৰতিষ্ঠা দিৱসটি লিডুৰ ৰুটছ এণ্ড ফ্ৰুটছ বিদ্যালয়ত পালন কৰা হয় । বন্তি প্ৰজ্বলনৰে মুখ্য