Daily Time Axom

শিক্ষকৰ নিৰ্লজ্জ কাণ্ড,ছাত্ৰীক অশ্লীল প্ৰস্তাৱ, ব্যাপক প্ৰতিক্ৰিয়া

২০ জুন - কোকৰাঝাৰ জিলাৰ গোসাইগাঁও মহকুমাৰ তুলসীবিলত শিক্ষক এজনৰ লজ্জিত কাণ্ডত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।এগৰাকী ছাত্ৰীক অশ্লীল মেছেজ প্ৰদান কৰা বিজ্ঞান শিক্ষক উত্তম সাহাৰ বিৰুদ্ধে উঠিছে এই গুৰুতৰ অভিযোগ৷কোকৰাঝাৰ জিলাৰ গোসাইগাঁও মহকুমাৰ…

এজাক বৰষুণ দিলেই টীয়ক FRUৰ এক্সৰে মেছিন হৈ পৰে বিকল

চিকিৎসাৰ অবিহনেই ঘৰমুৱা হৈছে ৰোগী। অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ ফোপোলা ছবিখন যে পুনৰ পৰিস্ফুত হৈছে টীয়ক FRUত।বৃহত্তৰ টীয়ক অঞ্চলৰ একমাত্ৰ চিকিৎসাৰ ভৰষাস্থল টীয়ক FRU ৰ এইখন ছবিয়ে সকলোৰে চকু কপালত তুলিছে। যি সময়ত ৰাজ্যত স্বাস্থ্য খণ্ডৰ বিপুল…

টীয়কত আউনিআটী বিদ্যা নিকেতনৰ শাখা মুকলি কৰিলে সত্ৰাধিকাৰ ড৹ পিতাম্বৰ দেৱ গোস্বামীয়ে

আউনীআটী বিশ্ববিদ্যালয় আদৰ্শ স্কুলৰ অন্তৰ্গত শ্ৰী শ্ৰী আউনীআটী সত্ৰৰ টীয়কৰ কলিয়াপানীৰ চৌহদত আজি আউনীআটী বিদ্যা নিকেতন শুভ উন্মোচন কৰা হয়। আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ড৹ পিতাম্বৰ দেৱ গোস্বামীয়ে শুভ উন্মোচন কৰা এই অনুষ্ঠানত আউনীআটী…

বিদ্যা ভাৰতীৰ কৃতি শিক্ষাৰ্থীক সম্বৰ্ধনা

প্ৰতি বছৰৰ দৰে আজি গুৱাহাটীৰ বৰবাৰীৰ ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ অসম প্ৰান্তৰ মুখ্য কাৰ্যালয় সুদৰ্শনালয়ত বিদ্যা ভাৰতী অনুমোদিত শিশু শিক্ষা সমিতিৰ অধীনত শংকৰদেৱ শিশু/বিদ্যা নিকেতনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ শিক্ষাৰ্থী আৰু প্ৰধান…

দেশৰ কাৰণে যদি খৰচ কৰা নহয় তেনেহ’লে বিপুল সম্পত্তিৰ অধিকাৰী হোৱাৰ একো অৰ্থ নাইঃ অসমৰ ৰাজ্যপাল…

ভাৰতীয় ইতিহাস সংকলন সমিতি, অসমৰ সৌজন্যত গুৱাহাটীৰ ভৰলুমুখস্থিত আলোক ভৱনৰ সংঘ সাধক মধুকৰ লিময়ে সভাগৃহত ড° শ্যাম সুন্দৰ হৰলালকাৰ দ্বাৰা ৰচিত আৰু ভাৰতীয় ইতিহাস সংকলন সমিতি, অসমৰ দ্বাৰা প্ৰকাশিত গ্ৰন্থ "History of Marwaris of Assam" আজি…

আপুনি বৃক্কৰ সমস্যাত ভুগিছে নেকি,৫টা লক্ষণ চাই বুজিব পাৰিব

শৰীৰৰ ভিতৰত যদি কোনো ৰোগৰ জন্ম হয়, তেন্তে বাহিৰৰ পৰা বুজি পোৱাটো সম্ভৱ নহয়। বিশেষকৈ কিডনীৰ সমস্যাৰ সৃষ্টি হ’লে বহু পলমকৈ ধৰা পৰে। বহু ক্ষেত্ৰত এটা বৃক্ক বিকল হ’লে আনটোৱে কাম কৰি থাকে। ফলত বাহিৰৰ পৰা ক্ষতি দেখা নাযায়। কেৱল পাথৰেই নহয়,…

খাদ্য খোৱাৰ আগতে এই অভ্যাস কৰিলে চৰ্বি হ্ৰাস হয়

ওজন কমাবলৈ বহু কষ্ট কৰিলেও চৰ্বি নাইকিয়া নহয়। তেতিয়াই মানুহে হাৰ মাৰে। ইয়াৰ পিছত শৰীৰৰ বিভিন্ন অংশত চৰ্বি জমা হোৱাৰ প্ৰৱণতা বাঢ়ি যায়। আৰু তেতিয়াই ওজন কমাবলৈ অধিক কঠিন হৈ পৰে। কিন্তু ওজন কমাওঁতে মধ্যমীয়া খাদ্য আৰু ব্যায়ামৰ লগতে…

বাতিল কৰা হৈছে কামৰূপ, শৰাইঘাটকে ধৰি ১৯খন ৰে’ল, তালিকাখনত এবাৰ চকু ফুৰাই চাওক…

কেইবাখনো ৰে’লৰ পথ সলনি কৰা হৈছে। কাঞ্চনজঙ্ঘা এক্সপ্ৰেছত মালবাহী ৰে’লত খুন্দা মৰাৰ পাছত মৃতকৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে। যুদ্ধকালীন অভিযানত উদ্ধাৰৰ কাম চলি আছে। অৱশ্যে দুৰ্ঘটনাগ্ৰস্ত লাইনটো স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিবলৈ কিছু সময় যে লাগিব…

ৰে’ল দুৰ্ঘটনাৰ দায়িত্ব ল’ব লাগিব প্ৰধানমন্ত্ৰীয়েঃৰাহুল গান্ধী

সোমবাৰে পুৱা নিউ জলপাইগুৰিৰ সমীপত কাঞ্চনজংঘা এক্সপ্ৰেছৰ ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয়। এই পৰ্যন্ত ৮ জন লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। এই ভয়ংকৰ দুৰ্ঘটনাৰ পিছতে বিজেপি চৰকাৰক আক্ৰমণ কংগ্ৰেছ আৰু আৰজেডিৰ। কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে নিজৰ…

বেংকৰ চাকৰিৰ প্ৰলোভনেৰে দলবদ্ধ ধৰ্ষণ যুৱতীক

বেংকত চাকৰিৰ বাবে প্ৰলোভিত কৰি যুৱতীক দলবদ্ধ ধৰ্ষণৰ অভিযোগ উত্থাপন হৈছে দুজন যুৱকৰ বিৰুদ্ধে। উত্তৰ প্ৰদেশৰ ছামলি জিলাত সংঘটিত হৈছে এই ঘটনা। যুৱতীগৰাকীয়ে ইনষ্টাগ্ৰামত মূল অভিযুক্তক লগ পোৱাৰ অভিযোগ দিছে আৰক্ষীক। ছোৱালীজনীক অভিযুক্তই কয় যে…