Daily Time Axom

কৃত্ৰিম বুদ্ধিমত্তাই কঢ়িয়াই আনিছে স্বাস্থ্য জগতত এক বিপ্লৱ! চিটি স্কেন, এক্স-ৰে পদ্ধতি সলনি হ’ব?

কৃত্ৰিম বুদ্ধিমত্তা। এই প্ৰযুক্তিয়ে বিজ্ঞানৰ সংজ্ঞা সলনি কৰিছে। AI এ মানুহৰ বাবে বহু কাম কৰি আছে। আৰু এই নতুন প্ৰযুক্তিয়ে স্বাস্থ্যৰ ক্ষেত্ৰত ডাঙৰ ভূমিকা ল’বলৈ গৈ আছে। মানুহে উন্নত মানৰ, স্বচ্ছ চিকিৎসা সুবিধা লাভ কৰাৰ সুযোগ পাব।

“আদিপুৰুষ চলিব দিব নোৱাৰি লাগিলে মই মোৰ ডিঙি কাটিম, মই মোৰ প্ৰাণ দিম”

ৰূপালী পৰ্দাত আদিপুৰুষক চোৱাত ব্যস্ত হৈ পৰিছিল দৰ্শক। শ্ব’ৰ মাজতে হঠাতে লাইট জ্বলি উঠিল। চিঞৰি চিঞৰি দুই এজন লোক পোনে পোনে হলঘৰৰ ভিতৰলৈ আহিল। পালঘৰৰ নালাসোপাৰাৰ মাল্টিপ্লেক্সত সংঘটিত হৈছে এই ঘটনা। য'ত হিন্দু সংগঠনৰ সদস্যই আহি

তামিলনাডুৰ কুড্ডালোৰত বাছ দুৰ্ঘটনাত ৪ জন মৃত্যু, ৭০ জন আহত

দুখন বাছৰ মুখামুখি সংঘৰ্ষত চাৰিজন লোকৰ মৃত্যু। এই ঘটনাত প্ৰায় ৭০ জন লোক আহত হয়। নেল্লিকুপ্পামৰ সমীপৰ পট্টোম্বকম অঞ্চলত সংঘটিত হৈছে এই ঘটনা। জানিব পৰা মতে, কুড্ডালোৰৰ পৰা পানৰুটি হৈ দুখন ব্যক্তিগত বাছ আহি আছিল। সন্মুখৰ টায়াৰ ফাটি

মণিপুৰত ১০০ৰো অধিক লোকৰ মৃত্যু

অগ্নিময় মণিপুৰত চলি থকা অশান্তিৰ ফলত ১০০ৰো অধিক লোকে প্ৰাণ হেৰুৱাইছে। ৰাজ্যজুৰি মেইটি আৰু কুকি সম্প্ৰদায়ৰ মাজত জাতিগত ঘৃণাই কেইবা সপ্তাহ ধৰি অশান্তিৰ সূচনা কৰি আহিছে। ১১খন জিলাত জাৰি কৰা হৈছে কাৰ্ফিউ। ইণ্টাৰনেট সেৱাও বন্ধ কৰি

আৰ্থিক প্ৰৱঞ্চনাৰ বলি ৰশ্মিকা! তেওঁৰ নিজৰ মানুহেই ঠগিলে ৮০ লাখ টকা

বহু সময়ত কোৱা হয় যে ঘনিষ্ঠ মানুহে নীৰৱে ক্ষতি কৰে। ৰশ্মিকা মণ্ডনা, নায়িকাগৰাকীৰ ব্যক্তিগত পৰিচালকে ৮০ লাখ টকা আত্মসাৎ কৰাৰ অভিযোগ। কথাটো কোনেও গম পোৱা নাছিল। বহু লোকে এই খবৰটো বিয়পাই দিবলৈ নায়িকাগৰাকীৰ সৈতে যোগাযোগ কৰিবলৈ চেষ্টা

মোডীৰ আমেৰিকা ভ্ৰমণ অতি গুৰুত্বপূৰ্ণঃ বৈদেশিক সচিব

২১-২৩ জুনত আমেৰিকা ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। ২১ জুনত আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেন আৰু ফাৰ্ষ্ট লেডী জিল বাইডেনৰ আমন্ত্ৰণত তেওঁ আমেৰিকাত উপস্থিত হ’ব। মোডীৰ ভ্ৰমণৰ পূৰ্বে সোমবাৰে সংবাদমেল সম্বোধন কৰে ভাৰতৰ বৈদেশিক সচিব

কেনেধৰণৰ খাদ্য খালে ছালখন চিৰদিনৰ বাবে সতেজ হৈ থাকিব

১) প্ৰটিনমসৃণ ছাল বা দীঘল ডাঠ চুলি পাবলৈ খাদ্যত প্ৰটিন থকাটো অতি প্ৰয়োজনীয় পুষ্টিবিদ ছিমৰানৰ মতে শৰীৰৰ প্ৰতি কিলোগ্ৰাম ওজনৰ বিপৰীতে ১ গ্ৰাম প্ৰটিন সেৱন কৰিব লাগে যিকোনো অস্ত্ৰোপচাৰৰ পিছত প্ৰটিন গ্ৰহণ কৰাটো বাঞ্ছনীয় কাৰণ শৰীৰ মেৰামতিৰ

সদৌ কামৰূপ জিলা সাঁতোৰ সন্থাৰ উদ্যোগত আন্তঃ বিদ্যালয় সাতোঁৰ প্ৰতিযোগিতা সম্পন্ন

অসম সাঁতোৰ সন্থাৰ অধীনষ্ঠ সদৌ কামৰূপ জিলা সাঁতোৰ সন্থাৰ উদ্যোগত আজি১৮ জুন ৰবিবাৰে সদৌ কামৰূপ জিলা ভিত্তিত আন্তঃ বিদ্যালয় সাঁতোৰ প্ৰতিযোগিতাঃ এখনি অনুষ্ঠিত হৈ যায় । গুৱাহাটীৰ আৰ জি বৰুৱা ক্ৰীড়া কমপ্লেক্সৰ (নেহৰু ষ্টেডিয়াম) বিমলা

ভয় নাখাব ! আপুনি জানেনে প্ৰতিদিনে তিতা খোৱাৰ ফলত কি হয়

নিম পাত বা কেৰেলা - যিয়েই নহওক, ই ঔষধৰ দৰে। কিন্তু মাত্ৰ এমুঠিমান মানুহেহে তিতা খাই ভাল পায়। কিন্তু নিয়মীয়াকৈ খালে কি হয় জানেনে? যিসকলে দৈনিক তিতা খায়, তেওঁলোকৰ ডায়েবেটিছৰ সম্ভাৱনা কম হয়। তেজৰ চেনিৰ মাত্ৰা নিয়ন্ত্ৰণ হয়।

ধুবুৰীৰ মাছিপাৰা এম‌,ই মাদ্ৰাছাত প্ৰধান শিক্ষকৰ চকীকলৈ দুই শিক্ষকৰ মাজত অৰিয়াঅৰিৰ অভিযোগ

বিলাসীপাৰাৰ শিক্ষা খণ্ডৰ অন্তৰ্গত মাছিপাৰা এম,ই মাদ্ৰাছাৰ প্ৰধান শিক্ষক ছোৰহাব আলী অৱসৰপ্ৰাপ্ত হোৱাৰ পাছৰে পৰা প্ৰধান শিক্ষকৰ চকীখনক লৈ বিদ্যালয়খনৰ দুই শিক্ষক ক্ৰমে ৰফিকুজ্জামান আৰু চান আলীৰ মাজত খোৱা কামোৰাৰ অভিযোগ।ইতিমধ্যে বিভাগীয়