Daily Time Axom

আজি ৪১গৰাকী প্ৰাৰ্থীক মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই প্ৰদান কৰে নিযুক্তি পত্ৰ

এক লাখ চৰকাৰী চাকৰি প্ৰদানৰ অবিৰত যাত্ৰাক আগুৱাই আজি ৪১গৰাকী প্ৰাৰ্থীক মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই লোকসেৱা ভৱনত অনুষ্ঠিত এক অনুষ্ঠানত নিযুক্তি পত্ৰ প্ৰদান কৰে। ইয়াৰে উচ্চ শিক্ষা সঞ্চালকালয়ৰ অধীনত ২২গৰাকী প্ৰাৰ্থীক অনুকম্পামুলক…

হত্যাৰ চেষ্টাৰ পিছতো স্তব্ধ হোৱা নাই ট্ৰাম্পৰ খোজ

গুলীটো সোঁ কাণত লগাত তেজ ওলাইছিল যদিও সোঁহাতৰ দৃঢ় মুঠিৰে মঞ্চত থিয় হৈ তেওঁ অনুৰাগীসকলক ক’লে, ‘ফাইট, ফাইট’। ৭৮ বছৰীয়া প্ৰবীণ ৰাজনীতিবিদগৰাকীয়ে অলপো জিৰণি লোৱা নাছিল। গুলী লগাৰ ২৪ ঘন্টাৰ অন্তত দলীয় অধিৱেশনত অংশগ্ৰহণ কৰিবলৈ উইচকনচিনত…

লৰ্ড জগন্নাথে ড’নাল্ড ট্ৰাম্পৰ প্ৰাণ ৰক্ষা কৰিলে! ইস্কনৰ দাবী

ৰক্ষা পৰিল আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ জীৱন। আঘাতপ্ৰাপ্ত হ’লেও ভগৱান জগন্নাথৰ কৃপাত ট্ৰাম্প বাচিল! এই দাবী ইস্কনৰ । ৪৮ বছৰ আগৰ এটা ঘটনাও তেওঁৰ মনত পৰিল। ইস্কনৰ মুখপাত্ৰ ৰাধাৰমণ দাসে কয়, ‘অৱশ্যেই ই ঐশ্বৰিক যোগ। ঠিক ৪৮…

ৰাজ্যসভাত কমিল বিজেপিৰ সাংসদৰ সংখ্যা

সংসদৰ উচ্চ সদন অৰ্থাৎ ৰাজ্যসভাত আসনৰ সংখ্যা ২৪৫ খন। এই মুহূৰ্তত অৱশ্যে ২২৫ জন সাংসদহে আছে। কিন্তু শেহতীয়া সমীক্ষাত দেখা গৈছে যে বিজেপিৰ সাংসদৰ সংখ্যা ৪ জন হ্ৰাস পাইছে। এতিয়া একক সংখ্যাগৰিষ্ঠতা নাই। শনিবাৰে অন্ত পৰিল বিজেপিৰ ৪ জন সাংসদৰ…

বিহুবৰত আলফা স্বাধীনৰ নামৰ ধনদাবী কৰি সোণাৰিৰ পৰা CRPF বাহিনীয়ে আটক কৰে চাৰিজন যুৱকক

চৰাইদেউ NEZ QAT 2 CRPF বাহিনী আৰু বিহুবৰ আৰক্ষীৰ যৌথ অভিযান উজনি অসমত আলফা স্বাধীনৰ নামত ব্যাপক ধনদাবীৰ ঘটনা | নাজিৰাৰ বিহুবৰ আৰক্ষী থানাৰ অন্তৰ্গত বিনা আগৰৱালা নামৰ মহিলা গৰাকীক আলফা স্বাধীনৰ নামত ১৫ লাখ টকা ধনদাবী কৰিছিল | একে সময়তে…

বোৱাৰী নিৰুদ্দেশৰ ঘটনা

গেলেকী দোলাকাষৰীয়া গাঁৱৰ নন্দিনী দাস ৰাজখোৱা সন্ধানহীন নাজিৰাৰ গেলেকীত বোৱাৰী নিৰুদ্দেশৰ ঘটনা | গেলেকী দোলাকাষৰীয়া গাঁৱৰ নন্দিনী দাস ৰাজখোৱা নামৰ এগৰাকী ২৩ বছৰীয়া মহিলা যোৱা সোমবাৰৰ পৰা সন্ধানহীন হৈ আছে | এটি দুবছৰীয়া সন্তানৰ মাতৃ…

ড্ৰাগছৰ বিৰুদ্ধে এইবাৰ মাৰ বান্ধিছে এখন বিদ্যালয়ে

আপুনি ড্ৰাগছ সেৱন কৰে বা বিক্ৰী কৰে নেকি ? আপোনাৰ সন্তানেও ড্ৰাগছ সেৱন কৰে নেকি! তেন্তে আজিয়েই সাৱধান হওক।কিয়নো মৈৰাবাৰীৰ লগতে কাষৰীয়া অঞ্চলত এতিয়াৰে পৰা পূৰ্বতকৈ অধিক কঠোৰ হৈছে প্ৰশাসন। মৈৰাবাৰী আৰক্ষীৰ উদ্যোগত আৰু মৈৰাবাৰী নিউ…

উত্তৰ গুৱাহাটীত বানাক্ৰান্ত শিশুৰ খাদ্যৰ অভাৱত ভোকত ক্ৰন্দন

বান আঁতৰিলেও দুৰ্দশাই যেন লগ এৰা নাই একাংশ বানাক্ৰান্তক। এফালে পানীয়ে ধাহি মুহি সকলো কাঢ়ি নিলে,আনফালে মথাউৰিত আশ্ৰয় লৈ ভোকত চিঞৰিছে শিশুৱে । বিগত দহদিনে উত্তৰ গুৱাহাটী ৰংমহল মথাউৰিত আশ্ৰয় লৈ থকা ১৬টা কৃষক পৰিয়ালৰ আৰ্তনাদ । খেতিৰেই পেট…

অৰুণাচলত বিদ্যুৎ কেন্দ্ৰ নিৰ্মাণৰ বাবে ভাৰতৰ পদক্ষেপৰ তীব্ৰ প্ৰতিক্ৰিয়া চীনৰ

চীনৰ সৈতে অব্যাহত থকা সীমা বিবাদৰ মাজতে ভাৰতৰ কেন্দ্ৰীয় চৰকাৰে উত্তৰ-পূব ৰাজ্য অৰুণাচলত ১২টা জলবিদ্যুৎ কেন্দ্ৰ নিৰ্মাণৰ কাম আৰম্ভ কৰিছে। ইয়াৰ বাবে ভাৰতে প্ৰায় ১ বিলিয়ন ডলাৰ ব্যয় কৰাৰ পৰিকল্পনা কৰিছে। ভাৰতে বিদ্যুৎ কেন্দ্ৰ নিৰ্মাণৰ…

গাজাত ইজৰাইলৰ আক্ৰমণ, ধ্বংসাৱশেষৰ তলত উলাইছে মৃতদেহৰ দ’ম

গাজা চহৰৰ কিছু অংশৰ পৰা ইজৰাইলৰ বাহিনীয়ে আঁতৰি অহাৰ পিছত টাল আল হাৱা অঞ্চলৰ পৰা অৰ্ধশতাধিক পেলেষ্টাইনী মৃতদেহ উদ্ধাৰ কৰা হৈছে। পেলেষ্টাইনী উদ্ধাৰ কৰ্মীয়ে এই তথ্য নিশ্চিত কৰিছে। গাজাৰ অসামৰিক প্ৰতিৰক্ষাৰ মুখপাত্ৰ মাহমুদ বাছালে শুকুৰবাৰে…