Daily Time Axom

মুকেশ আম্বানীক Z+ নিৰাপত্তা দিয়াৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

নিউজ ডেস্ক, ১ মাৰ্চঃ উচ্চতম ন্যায়ালয়ে মুকেশ আম্বানী আৰু তেওঁৰ পৰিয়ালৰ সদস্যসকলক দেশৰ উচ্চতম Z+ সুৰক্ষা প্ৰদান কৰিবলৈ নিৰ্দেশ দিয়ে। দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে সমগ্ৰ ভাৰত আৰু বিদেশত উদ্যোগপতি মুকেশ আম্বানী আৰু তেওঁৰ পৰিয়ালৰ সদস্যসকলক

ৰহা টোলগেটত ভয়ংকৰ ঘটনা, এটা পৰিয়ালক ভয়ংকৰ আক্ৰমণ টোলগেটৰ কৰ্মচাৰীৰ

নিউজ ডেস্ক, ১ মাৰ্চঃ ৰহা টোল গেটত দৌৰাই দৌৰাই প্ৰহাৰ কৰা হ’ল তিনিজনকৈ লোকক ৷ টোল টেক্স আদায় দিয়াৰ বিনিময়ত ৰচিদ বিচৰাৰ বাবে তিনিজনকৈ লোকক ঘুচিয়াই তেজ বাহিৰ কৰে ৷ ২২০ টকাৰ টোল টেক্সৰ বিপৰীতে কৰ্তব্যৰত কৰ্মচাৰীয়ে ৰিচিপ দিবলৈ অস্বীকাৰ কৰি

দুখন ৰে’লৰ প্ৰচণ্ড সংঘৰ্ষ! থিতাতে নিহত ৩২ জন আহত প্ৰায় ৮৫ জন লোক

নিউজ ডেস্ক, ১ মাৰ্চঃ গ্ৰীচত দুখন ৰে'লৰ মাজত মুখামুখি সংঘৰ্ষ। এই দুৰ্ঘটনাত কমেও ৩২ জন লোক নিহত হোৱাৰ লগতে ৮৫ জনৰো অধিক লোক আহত হয়। আঘাতপ্ৰাপ্ত লোকসকলক চিকিৎসাৰ বাবে নিকটতম চিকিৎসালয়লৈ লৈ যোৱা হৈছে। দুৰ্ঘটনাটোৰ পিছত ৰে’ল ট্ৰেকৰ কাষত

উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ৰসায়ন বিজ্ঞানৰ প্ৰশ্নকাকত ফাদিলৰ বাতৰি ভুৱাঃ স্পষ্ট কৰিলে শিক্ষামন্ত্ৰী…

নিউজ ডেস্ক, ১ মাৰ্চঃ ফাদিল হোৱা নাই উচ্চতৰ মাধ্যমিকৰ ৰসায়ন বিজ্ঞান বিষয়ৰ প্ৰশ্নকাকত। এয়া সম্পূৰ্ণ মিছা আৰু এনেধৰণৰ ভুৱা প্ৰচাৰক গুৰুত্ব নিদিবলৈ টুইটযোগে আহ্বান শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ।

শিৱসাগৰত ব্যাপক প্ৰতিক্ৰিয়া ,জুবিনে গীত পৰিৱেশন নকৰাকৈ মঞ্চ ত্যাগক লৈ উত্তপ্ত পৰিস্থিতি

নিউজ ডেস্ক, ১ মাৰ্চঃ শিৱসাগৰত জুবিনৰ সংগীতানুষ্ঠানত উত্তপ্ত পৰিস্থিতি। অনুষ্ঠানত উপস্থিত হৈ এটাও গীত পৰিৱেশন নকৰাকৈ মঞ্চৰ পৰা নামি আহিল জুবিন গাৰ্গ। নিশা শিৱসাগৰৰ বৰ্ডিং খেলপথাৰত আছিল জুবিনৰ সংগীতানুষ্ঠান। কিন্তু মঞ্চত গান গাবলৈ উঠাৰ পিছতে

পুনৰ বৃদ্ধি পালে LPG চিলিণ্ডাৰৰ দাম

নিউজ ডেস্ক, ১ মাৰ্চঃ পুনৰ বৃদ্ধি পালে LPG চিলিণ্ডাৰৰ দাম। পুনৰ ৫০ টকাকৈ বৃদ্ধি পালে ঘৰুৱা ৰন্ধন গেছৰ মূল্য। ইফালে বাণিজ্যিক চিলিণ্ডাৰৰ দাম বাঢ়িল ৩৫০.৫০ টকাকৈ। ১৪.২ কিলোগ্ৰামৰ ঘৰুৱা চিলিণ্ডাৰৰ দাম ৫০ টকাকৈ বৃদ্ধি। দিল্লীত আজিৰে পৰা

দিল্লীত আপৰ দুই মন্ত্ৰীৰ পদত্যাগ

গ্ৰেপ্তাৰৰ ব্যৱধান প্ৰায় ৯ মাহ। কিন্তু দিল্লীৰ আম আদমী পাৰ্টি চৰকাৰৰ উপ-মুখ্যমন্ত্ৰী মনীষ চিছোদিয়া আৰু স্বাস্থ্যমন্ত্ৰী সত্যেন্দ্ৰ জৈনে মঙলবাৰে একেলগে পদত্যাগ কৰে। প্ৰসংগক্ৰমে দুয়োজনেই আপৰ মূৰব্বী তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ

নৱাজুদ্দিনৰ ভাতৃয়ে উদঙাই দিলে অভিনেতাগৰাকীৰ আচল ৰূপ

নৱাজুদ্দিনৰ ভাতৃয়ে উদঙাই দিলে অভিনেতাগৰাকীৰ আচল ৰূপ নৱাজুদ্দিন ছিদ্দিকী নতুন বছৰৰ আৰম্ভণিৰ পৰাই বাতৰিৰ শিৰোনাম দখল কৰি আহিছে। অভিনেতাগৰাকীৰ পত্নীয়ে ঘৰুৱা হিংসাৰ অভিযোগ উত্থাপন কৰিছে। নৱাজৰ বিৰুদ্ধে পত্নীয়ে কেইবাটাও অভিযোগ উত্থাপন

নৱাজুদ্দিনৰ ভাতৃয়ে উদঙাই দিলে অভিনেতাগৰাকীৰ আচল ৰূপ

নৱাজুদ্দিন ছিদ্দিকী নতুন বছৰৰ আৰম্ভণিৰ পৰাই বাতৰিৰ শিৰোনাম দখল কৰি আহিছে। অভিনেতাগৰাকীৰ পত্নীয়ে ঘৰুৱা হিংসাৰ অভিযোগ উত্থাপন কৰিছে। নৱাজৰ বিৰুদ্ধে পত্নীয়ে কেইবাটাও অভিযোগ উত্থাপন কৰিছিল । তেওঁক মানসিক নিৰ্যাতন চলোৱাৰ লগতে আৰু

মৃত্যুৰ পিছত বন্ধু-বান্ধৱীক পাৰ্টি কৰিবলৈ আহ্বান এগৰাকী বৃদ্ধাৰ !

কেন্সাৰ শব্দটো শুনি সকলোৱে স্তম্ভিত হৈ পৰে। কৰ্কট ৰোগ ধৰা পৰা ব্যক্তিয়ে জীৱনটো শেষ হোৱা যেন অনুভৱ কৰে। বিশেষকৈ কেন্সাৰৰ শেষ পৰ্যায় পালে বহু লোক হতাশ হৈ পৰে, বাকী থকা সময়খিনি তেওঁলোকে অনুশোচনাত ভোগে। ৭৬ বছৰীয়া লিণ্ডা উইলিয়ামছ নামৰ