বিশ্বকাপ চেম্পিয়ন হোৱাৰ পিছত মেছিয়ে ভাৰতলৈ পঠিয়ালে বিশেষ উপহাৰ
নিউজ ডেস্ক, ২৫ ডিচেম্বৰঃ বিশ্বকাপ চেম্পিয়ন হোৱাৰ পিছত মেছিয়ে ভাৰতলৈ পঠিয়াইছিল বিশেষ উপহাৰ। ভাৰতীয় ক্ৰিকেট ব’ৰ্ডৰ সম্পাদক জয় শ্বাহলৈ বিশেষ উপহাৰ। ভাৰতৰ প্ৰাক্তন ক্ৰিকেটাৰ প্ৰজ্ঞান ওঝাই তেওঁৰ বাবে কাটাৰ বিশ্বকাপৰ পৰা এই উপহাৰ লৈ!-->…