ইণ্ডোনেছিয়াত ৫.৬ প্ৰাৱল্যৰ ভূমিকম্পৰ জোকাৰণি, ৪৬ জনৰ মৃত্যু, আহত ৭ শতাধিক লোক
নিউজ ডেস্ক, ২১ নৱেম্বৰঃ ইণ্ডোনেছিয়াৰ জাকাৰ্টাত প্ৰবল ভূমিকম্প। ৰিখটাৰ স্কেলত ভূমিকম্পৰ প্ৰাৱল্য আছিল ৫.৬। ভূমিকম্পত এই পৰ্যন্ত কমেও ৪৬জন লোক নিহত। আনহাতে ভূমিকম্পত আহত ৭ শতাধিক লোক।
পশ্চিম জাভাৰ চিয়ানজুৰত ১০ কিলোমিটাৰ (৬.২১ মাইল)!-->!-->!-->…