মান্দাকাটাৰ শংকৰ আজান জাতীয় বিদ্যালয়ৰ বিংশ বাৰ্ষিক নবাগত আদৰণী সভা সম্পন্ন
কামৰূপ জিলাৰ মান্দাকাটাৰ শংকৰ আজান জাতীয় বিদ্যালয়ৰ বিংশ বাৰ্ষিক নৱাগত আদৰণী সভাখন সোমবাৰে অনুষ্ঠিত হৈ যায়। শংকৰ আজান জাতীয় বিদ্যালয়ৰ অধ্যক্ষ ইছাহক আলীয়ে আঁত ধৰা এই অনুষ্ঠানত ২০২০,২১,২২ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৰ্ধশতাধিক!-->!-->!-->…