ধুনীয়া দেখাবলৈ অস্ত্ৰোপচাৰ আৰু বিভিন্ন বেজী দিয়াটো সাধাৰণ কথাঃ ৰাধিকা আপ্তে
ৰিল আৰু বাস্তৱ জীৱন দুয়োটাতে ৰাধিকা সাহসী আৰু স্পষ্টবাদী। কেৰিয়াৰত বহু উত্থান-পতন দেখিবলৈ পোৱা অভিনেত্ৰীগৰাকীয়ে শেহতীয়া সাক্ষাৎকাৰত এই বিষয়ে কয়। ইয়াৰ লগতে ৰাধিকাই চিনেমাৰ ডাবল ষ্টেণ্ডৰ কথাও কৈছে। ৰাধিকা আপ্তেই কয় যে ছবি!-->…