Daily Time Axom

ৰাজ্যত দ্ৰুত গতিত বাঢ়িছে ডেংগুৰ আক্ৰান্তৰ সংখ্যা

নিউজ ডেস্ক, ১২ নৱেম্বৰঃ ৰাজ্যত দ্ৰুত গতিত বাঢ়িছে ডেংগুৰ আক্ৰান্তৰ সংখ্যা। ১০ দিনত ডেংগুত আক্ৰান্ত ৭২৬ জন। ইয়াৰে ভিতৰত ৬৫ জনেই কাৰ্বি আংলং জিলাৰ। বৰ্তমানলৈ ৰাজ্যত ডেংগুত আক্ৰান্তৰ সংখ্যা ৬৪২ জন। ৰাজ্যৰ ভিতৰতে কাৰ্বি আংলঙত সৰ্বাধিক ডেংগুত

বিশিষ্ট চলচ্চিত্ৰ পৰিচালক তথা চিত্ৰশিল্পী পুলক গগৈৰ শেষ নিশ্বাস ত্যাগ

নিউজ ডেস্ক, ১২ নৱেম্বৰঃ আজি পুৱা বিশিষ্ট চিত্ৰশিল্পী তথা চলচিত্ৰ পৰিচালক পুলক গগৈয়ে নিজা বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে । দীৰ্ঘদিন ধৰি বৃক্কজনিত ৰোগত আক্ৰান্ত হৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছিল চিত্ৰশিল্পী গৰাকী । ১৯৩৮

আজি হিমাচল প্ৰদেশত বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ,পুৱা ৮ বজাৰ পৰা আৰম্ভ ভোটগ্ৰহণ প্ৰক্ৰিয়া

নিউজ ডেস্ক, ১২ নৱেম্বৰঃ আজি হিমাচল প্ৰদেশত বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ। পুৱা ৮ বজাৰ পৰা আৰম্ভ ভোটগ্ৰহণ প্ৰক্ৰিয়া। ৬৮খন আসনবিশিষ্ট হিমাচল প্ৰদেশ বিধানসভাৰ এইবাৰৰ নিৰ্বাচনত মুঠ ৪১২ জন প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা আগবঢ়াইছে। এই নিৰ্বাচনৰ

চিৰাঙৰ এন চি কাহিতামাত নিশা গুলী চালনাৰ ঘটনা, গুলীচালনাত ৬০ৰ উৰ্দ্ধৰ এগৰাকী বৃদ্ধা নিহত

নিউজ ডেস্ক, ১২ নৱেম্বৰঃ চিৰাঙৰ সীমামুৰীয়া পানবাৰী থানাৰ অন্তৰ্গত এন চি কাহিতামাত নিশা গুলী চালনাৰ ঘটনা ৷ গুলীচালনাত ৬০ৰ উৰ্দ্ধৰ এগৰাকী বৃদ্ধা নিহত হয় ৷ বৃদ্ধা গৰাকীৰ নাম অন্থৰ বড়ো ৷ নিহত অন্থৰ বড়োৰ স্বামী মেব্ৰো বড়োয়ে জানিবলৈ দিয়া ম’তে

সুখবৰঃ বাৰাণসীৰ পৰা ডিব্ৰুগড়লৈ আৰম্ভ হ’ব বিশ্বৰ আটাইতকৈ দীঘলীয়া নদী ক্ৰুজ

নিউজ ডেস্ক, ১২ নৱেম্বৰঃ নদী পৰ্যটনত অন্য এক সংযোজন। বাৰাণসী আৰু ডিব্ৰুগড়ৰ মাজত চলিব বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ। ২০২৩ বৰ্ষৰ জানুৱাৰী মাহত এই সেৱা মুকলি হোৱাৰ সম্ভাৱনা আছে। ৫০ দিনীয়া যাত্ৰাত প্ৰায় ৪০০০ কিঃমিঃ দূৰত্ব অতিক্ৰম কৰিব 'গংগা

বিলাসীপাৰা আৰক্ষীৰ জালত জালনোটসহ দুই সৰবৰাহকাৰী

নিউজ ডেস্ক, ১১ নৱেম্বৰঃ বিলাসীপাৰা আৰক্ষীৰ জালত জালনোটসহ দুই সৰবৰাহকাৰী। কাঠালদি প্ৰথম খণ্ড গাঁৱৰ অমেদ আলীৰ ঘৰৰ পৰা আটক দুই জালনোট সৰবৰাহকাৰীক। গাঁওৰক্ষী বাহিনী আৰু ৰাইজে হাতে-লোটে ধৰি চমজাই দিয়ে আৰক্ষীক। সৰবৰাহকাৰীৰ পৰা নগদ ১লাখ ৩৯ হেজাৰ

চিআইডি কাৰ্যালয়ত আত্মসমৰ্পণৰ পাছতেই দণ্ডাধীশ আশীৰ্বাদ হাজৰিকাক গ্ৰেপ্তাৰ

নিউজ ডেস্ক, ১১ নৱেম্বৰঃ গ্রেপ্তাৰ হ’ল দণ্ডাধীশ আশীৰ্বাদ হাজৰিকা। চিআইডিয়ে গ্রেপ্তাৰ কৰে দণ্ডাধীশগৰাকীক। বৃহস্পতিবাৰে চিআইডি কাৰ্যালয়ত আত্মসমৰ্পণৰ পাছতেই দণ্ডাধীশ আশীৰ্বাদ হাজৰিকাক গ্ৰেপ্তাৰ। উল্লেখ্য যে, কিছুদিন পূৰ্বে ধুলাত সংঘটিত

মুকালমুৱাৰ মাদলাবড়ীত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত এজন, আহত ৫জন

নিউজ ডেস্ক,১১ নৱেম্বৰ: ৰাসৰ আনন্দৰ মাজতে মুকালমুৱাৰ লোহাৰকাঠা মাদলাবড়ীত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে।‌ বৰপেটাৰ চেঙাৰ দিশৰ পৰা আহি থকা এখন চাৰিচকীয়া বাহন আৰু বিপৰীত দিশৰ পৰা যোৱা এখন পালচাৰ বাইকৰ মাজত মুখামুখি সংঘৰ্ষ হয়। ফলত বাইক আৰোহী এজন

চীনৰ পৰিৱেশ দূৰ্যোগত আফ্ৰিকা

আফ্ৰিকা মহাদেশত চীনৰ আন্তঃগাঁথনি প্ৰকল্প সমগ্ৰ অঞ্চলটোৰ বাবে চিন্তাৰ কাৰণ হৈ পৰিছে। সমগ্ৰ আফ্ৰিকা মহাদেশতে চীনত নিৰ্মিত চোৰাংচোৱা ব্যৱস্থা বৃদ্ধি পাইছে। আৰু এই ক্ৰমবৰ্ধমান চোৱাচিতা ব্যৱস্থাৰ লগে লগে চীনে হয়তো অতি সোনকালে নিজৰ ব্যৱস্থা

সহকৰ্মীসকলৰ লগত ব্যৱহাৰ

যিহেতু দিনটোৰ এটা বৃহৎ অংশ অফিচত কটায়, সেয়েহে সহকৰ্মীসকলৰ সৈতে সু-সম্পৰ্ক বজাই ৰখাটো গুৰুত্বপূৰ্ণ। কিন্তু সঠিকভাৱে নকৰাটোৱে সম্পৰ্কত প্ৰায়ে নেতিবাচক প্ৰভাৱ পেলায়। এই কাৰণে সহকৰ্মীসকলৰ লগত সাৱধান হ’ব লাগিব। কিছুমান কথা এৰাই চলিব