Daily Time Axom

আজি উচ্চতম ন্যায়ালয়ত CAA গোচৰৰ শুনানি

নিউজ ডেস্ক, ৩১ অক্টোবৰঃ আজি উচ্চতম ন্যায়ালয়ত CAA গোচৰৰ শুনানি।আজি 'কা' আইন সন্দৰ্ভত শুনানি উচ্চতম ন্যায়ালয়ত। মুখ্য ন্যায়াধীশ উদয় উমেশ ললিতৰ আদালতত শুনানি। CAA সন্দৰ্ভত দাখিল কৰা ২৩২খন আবেদনৰ শুনানি গ্ৰহণ কৰিব ৩জনীয়া বিচাৰপীঠে । CAAক

আজি ৰাষ্ট্ৰীয় একতা দিৱস

নিউজ ডেস্ক, ৩১ অক্টোবৰঃ আজি ৰাষ্ট্ৰীয় একতা দিৱস । ভাৰতৰ লৌহ মানৱ খ্যাত চৰ্দাৰ বল্লভভাই পেটেলৰ জন্মবাৰ্ষিকী উপলক্ষে প্ৰতিবছৰে অক্টোবৰ মাহৰ ৩১ তাৰিখটো ৰাষ্ট্ৰীয় একতা দিৱস ৰূপে উদযাপন কৰা হৈ আহিছে ভাৰতবৰ্ষত । প্ৰয়াত চৰ্দাৰ বল্লভভাই পেটেল হৈছে

গুজৰাটৰ মোৰবীত দলং খহি ১৪১ জনলৈ বৃদ্ধি পালে মৃতকৰ সংখ্যা

নিউজ ডেস্ক, ৩১ অক্টোবৰঃ গুজৰাটৰ মোৰবীত দলং খহি বহু লোকৰ প্ৰাণ হানি। ১৪১ জনলৈ বৃদ্ধি পালে মৃতকৰ সংখ্যা। মৃতকৰ ভিতৰত আছে শিশু, মহিলা, বয়োজ্যেষ্ঠ লোক। অব্যাহত আছে উদ্ধাৰ অভিযান। ১৭৭ জন লোকক উদ্ধাৰ কৰিছে অভিযানকাৰী দলে। মাচ্চু নদীৰ ওপৰত নতুনকৈ

অৱশেষত তৃতীয় শ্ৰেণীলৈ পঢ়া ৮৫ বছৰীয়া আইতাৰ পূৰণ হ’ল বহু দিনীয়া সপোন

নিউজ ডেস্ক, ৩০ অক্টোবৰঃ মোহিত্ৰী সন্দিকৈ আইতাই লিখা "মৰুভূমিত এপাহি পদুম"শীর্ষক গ্ৰন্থখনি শনিবাৰে বালিঘাটস্থিত আশ্ৰয়ৰ কাৰ্যালয়ত আনুষ্ঠানিকভাৱে উন্মোচন কৰে। পূৰণ হল আইতাৰ সপোন ,৮৫ বছৰীয়া আইতাই উন্মোচন কৰিলে নিজৰ গ্ৰন্থ আৰু মুখ্যমন্ত্ৰীয়ে

বিজনীত আৰক্ষীৰ অভিযানত ৪০ লক্ষাধিক টকাৰ ড্ৰাগছসহ গ্ৰেপ্তাৰ সৰবৰাহকাৰীক

নিউজ ডেস্ক, ৩০ অক্টোবৰঃ চিৰাং আৰক্ষীয়ে অব্যাহত ৰাখিছে ড্ৰাগছৰ বিৰুদ্ধে অভিযান।চিৰাং জিলাৰ বিজনীত আৰক্ষীয়ে পুনৰ বৃহৎ পৰিমাণৰ ড্ৰাগছসহ এটা সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।ধৃত সৰবৰাহকাৰীটো কাৱাটিকা নিবাসী ছাইদুল ইছলাম(২৪)। আৰক্ষীৰ এক

পঞ্জাৱত ভাৰতীয় যুক্তিবাদী এছ’চিয়েচনৰ ৰাষ্ট্ৰীয় অধিবেশনত ৰাষ্ট্ৰীয় মানৱ অধিকাৰ তথা যুক্তিবাদী…

: কেৱল চৰকাৰী চাকৰি আৰু জীৱন জীৱিকাৰ বাবে শিক্ষা প্ৰদান তথা গ্ৰহণ কৰাটো অনুচিত। জ্ঞান আৰ্জ্জনৰ বাবে শিক্ষা গ্ৰহণ কৰি দেশ তথা মানৱ সামাজৰ সামাজিক বাতাবৰণ সঠিক ৰূপত ৰাখি সুস্থ পৰিবেশ গঢ়া উচিত। জ্ঞানলব্ধ গুণগত প্ৰকৃত শিক্ষাৰ দ্বাৰাহে

এখন গাঁৱৰ নাম ল’বলৈ কিয় লাজ কৰে মানুহে, ফেচবুকত লিখিলেও ব্লক হ’ব আপুনি

যিকোনো ব্যক্তিৰ প্ৰথম পৰিচয় তেওঁৰ গাঁওখন। গাঁও অবিহনে আমাৰ কোনো পৰিচয় নাই। সাধাৰণতে ছ’চিয়েল মিডিয়াত আমি আমাৰ গাঁৱৰ নামটো অতি গৌৰৱেৰে লিখো, কিন্তু গাওঁ এখনৰ এনেকুৱা এটা নাম আছে, যিটো আমি ক’ব বা লিখিব নোৱাৰো। যদি আমি আনকি ছ’চিয়েল

বিয়াৰ পিছত নতুন কইনাই গুগলত কি বেছিকৈ সন্ধান কৰে ?

আজিৰ পৃথিৱীত গুগল চাৰ্চ ইঞ্জিন আমাৰ জীৱনৰ এক অংশ হৈ পৰিছে। গুগল নহ’লে আমাৰ জীৱনটো অসম্পূৰ্ণ হ’লহেঁতেন বুলি ক’লেও ভুল নহ’ব৷ গুগলে আমাৰ জীৱনটো সহজ কৰি তোলাই নহয়, ই এনেকুৱা এটা তথ্যৰ বাকচ, যিয়ে আপোনাৰ বহু সমস্যা আৰু প্ৰশ্নৰ সমাধানৰ কামো

অসম অৰুণাচল সীমান্তৰ চিজুছাৰ বৰদিকৰাই জলসিঞ্চন প্ৰকল্পত অচিনাক্ত মৃতদেহ উদ্ধাৰ

নিউজ ডেস্ক, ৩০ অক্টোবৰঃ অসম অৰুণাচল সীমান্তৰ চিজুছাৰ বৰদিকৰাই জলসিঞ্চন প্ৰকল্পৰ নদীৰ পানীত ওপঙি থকা অৱস্থাত এজন বৃদ্ধ লোকৰ অচিনাক্ত মৃতদেহ উদ্ধাৰ কৰা হয় । আজি পুৱা মৃতদেহটো উদ্ধাৰ হোৱা এই ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে । পুৱা

CAA আন্দোলনৰ শ্বহীদ ছেম ষ্টেফৰ্ডৰ পৰিয়ালক ক্ষতিপূৰণৰ নিৰ্দেশ প্ৰদান কামৰূপ জিলা মুখ্য ন্যায়াধীশ…

নিউজ ডেস্ক, ৩০ অক্টোবৰঃ CAA আন্দোলনৰ শ্বহীদ ছেম ষ্টেফৰ্ডৰ পৰিয়ালক ক্ষতিপূৰণৰ নিৰ্দেশ৷ এই নিৰ্দেশ প্ৰদান কৰিছে কামৰূপ জিলা মুখ্য ন্যায়াধীশ আদালতৰ৷ আৰক্ষীৰ অনুসন্ধানত অভিযোগমুক্ত ঘোষণা তদানীন্তন ADGP জি পি সিঙক৷ তদন্ত প্ৰক্ৰিয়াত সিঙৰ