গোলাপী ৰঙৰ হীৰা বিক্ৰী হৈছে ৫১৬ কোটি টকাত
হংকঙত অনুষ্ঠিত নিলামত বিশ্ব অভিলেখ মূল্যত বিক্ৰী হোৱা এটা বিৰল গোলাপী ৰঙৰ হীৰা। আজিৰ দিনটোতে ১১.১৫ কেৰেটৰ হীৰাৰ মূল্য বৃদ্ধি পাই ৪ কোটি ৯৯ মিলিয়ন মাৰ্কিন ডলাৰ হয়। শুকুৰবাৰে নিলাম প্ৰতিষ্ঠান ছ’থেবিজ হংকঙে অনুষ্ঠিত কৰে এই নিলাম।!-->!-->!-->…