Daily Time Axom

তোলাৰাম বাফনা অসামৰিক চিকিৎসালয়ত  জিলা উপায়ুক্তৰ বিশেষ বৈঠক

কামৰূপ জিলাৰ উপায়ুক্ত কীৰ্তি জল্লীৰ অধ্যক্ষতাত যোৱা ২৩ আগষ্ট মঙ্গলবাৰে তোলাৰাম বাফনা অসামৰিক চিকিৎসালয় পৰিচালনা সমিতি আৰু চিকিৎসালয়খনৰ চিকিৎসক সকলৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈ যায়। উক্ত বৈঠকত উপায়ুক্ত গৰাকীয়ে

মোদীৰ ক্ল’জ গৌতম আদানীয়ে ক্ৰয় কৰিব বিচাৰিছে এনডিটিভি

নিউজ ডেস্ক, ২৫ আগষ্টঃ ভাৰতৰ জনপ্ৰিয় নিউজ মিডিয়া হিচাপে পৰিচিত নতুন দিল্লী টেলিভিছন (এনডিটিভি)ৰ মালিকীস্বত্ব ক্ৰয় কৰিব বিচাৰিছে এছিয়াৰ আটাইতকৈ ধনী ব্যক্তি গৌতম আদানীয়ে। ব্লুমবাৰ্গ বিলিয়নাৰ্ছ ইনডেক্সৰ তথ্য অনুসৰি তেওঁৰ সম্পত্তিৰ পৰিমাণ

আহি আছে অৱতাৰৰ নতুন ছিকুৱেল

নিউজ ডেস্ক, ২৫ আগষ্টঃ বহু চৰ্চিত দুঃসাহসিক ছবি 'অৱতাৰ'। বলীউড হাংগামাৰ এক প্ৰতিবেদন অনুসৰি ‘অৱতাৰ’ চাৰিখন হাই ডাইনামিক ৰেঞ্জ ফৰ্মেটত দেখুওৱা হ’ব। ‘অৱতাৰ’ কাল্পনিক কাহিনীৰ আধাৰত। এই ছবিখন ২০০৯ চনত মুক্তি পাইছিল। চিনেমাখনত কোৱা হৈছে চুলি

নাছাই চন্দ্ৰলৈ ৰকেট প্ৰেৰণ কৰি উদযাপন কৰিছে ৫০ বছৰ

নিউজ ডেস্ক, ২৫ আগষ্টঃ আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা নাছাই জনোৱা মতে, চন্দ্ৰত অৱতৰণ কৰিবলৈ এটা বিশাল ৰকেট প্ৰস্তুত কৰা হৈছে। অহা সোমবাৰে ৰকেটটো উৎক্ষেপণ কৰাৰ কথা। নাছাৰ বিষয়াসকলে জনোৱা মতে, সোমবাৰে পৰ্যবেক্ষণ পৰীক্ষা কৰা হৈছিল যাতে বিমানখন

অচিন্ত মৰাণক আলফা স্বাধীনৰ অমৰ মৃতক ঘোষণা

নিউজ ডেস্ক, ২৫ আগষ্টঃ আলফা স্বাধীনে অচিন্ত মৰাণ ওৰফে ইয়াংখু অসমক অমৰ মৃতক হিচাপে ঘোষণা কৰিছে।আজি সংবাদ মাধ্যমলৈ এক প্ৰেছ বিবৃতি যোগে এই কথা জানিবলৈ দিছে। ৰূপম অসমৰ স্বাক্ষৰিত বিবৃতিটো উল্লেখ কৰা অনুসৰি যোৱা ১৫ আগষ্টত আলফা স্বাধীন আৰু

পৰ্ণগ্ৰাফী গোচৰৰ পৰা মুক্তি বিচাৰি আদালতৰ কাষ চাপিছে শিল্পাৰ স্বামী ৰাজ

ইতিমধ্যে পৰ্ণগ্ৰাফী গোচৰটোৰ সৈতে জড়িত হৈ শিল্পা শ্বেট্টীৰ স্বামী ৰাজ কুন্দ্ৰা জেলত থাকিব লগা হৈছিল। এই গোচৰৰ পৰা তেওঁ এতিয়া সকাহ বিচাৰিছে। সেই আবেদন ইতিমধ্যে দণ্ডাধীশ আদালতত দাখিল কৰা হৈছে। জানিব পৰা মতে ২০ জুলাইত তেওঁৰ অধিবক্তা প্ৰশান্ত

স্বাধীনতা দিৱসৰ দিনা ৰক্তাক্ত ইউক্ৰেইন, ৰে’লৱে ষ্টেচনত “ৰাছিয়াৰ” ৰকেট আক্ৰমণত…

স্বাধীনতা দিৱসত ৰক্তাক্ত ইউক্ৰেইন। বুধবাৰে দেশখনৰ পূব প্ৰান্তৰ এটা ৰে’লৱে ষ্টেচনত ৰাছিয়াৰ ৰকেট আক্ৰমণত কমেও ২২ জন লোকে প্ৰাণ হেৰুৱাইছে। বহু আহত। এই অভিযোগ কিয়েভৰ। আহত বহু লোকৰ অৱস্থা সংকটজনক হৈ পৰাত মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা

নাতিনী-আইতাক দুয়োকে ধৰ্ষণ,নাতিনীক হত্যা

মুম্বাইৰ পৰা মধ্যপ্ৰদেশৰ জবলপুৰত থকা ককাকৰ ঘৰ চাবলৈ গৈছিল ষোল্ল বছৰীয়া কিশোৰীগৰাকী। অভিযোগ অনুসৰি ৫ দিন ধৰি মাৰপিট কৰি ধৰ্ষণ কৰিছিল দুই পাষণ্ড দাদাকে। যেতিয়া বিষয়টো ছোৱালীজনীৰ আইতাকৰ দৃষ্টিগোচৰ হ’ল, তেতিয়া ৰোধ কৰিবলৈ চেষ্টা কৰিলে।

৫ মাহৰত বিশ্বজুৰি বিমান যাত্ৰা কৰা আটাইতকৈ কম বয়সীয়া ব্যক্তি

ব্ৰিটিছ-বেলজিয়ামৰ কিশোৰ মেক ৰাদাৰফৰ্ডে ৫ মাহৰ ভিতৰত বিমানযোগে বিশ্ব ভ্ৰমণ কৰিছিল। ফলত তেওঁ বিশ্ব ভ্ৰমণ কৰা আটাইতকৈ কম বয়সীয়া ব্যক্তি হিচাপে অভিলেখ গঢ়িবলৈ সক্ষম হয়। ৩০ খন দেশৰ মাজেৰে ৫৪,১২৪ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰি বুলগেৰিয়াৰ

ইডিয়ে যি জব্দ কৰিলে সেয়া মোৰ সম্পত্তি, সুকেশৰ নহয়! জেকলিনৰ দাবী

২১৫ কোটি টকা ধন দাবীৰ গোচৰত সুকেশ চন্দ্ৰশেখৰৰ সৈতে জড়িত থকাৰ বাবে ইডিয়ে জেকলিন ফাৰ্নাণ্ডেজক মাতিছে। ফিক্সড ডিপজিটকে ধৰি তেওঁৰ সকলো সম্পত্তি জব্দ কৰা হয়। বিদেশ ভ্ৰমণৰ অধিকাৰ কাঢ়ি লোৱা হৈছে। যদিও অভিনেত্ৰীগৰাকীৰ অধিবক্তা প্ৰশান্ত পাটিলে