এতিয়াৰ পৰা ই-ৰিক্সা চাৰ্জিঙত ল’ব লাগিব অতিৰিক্ত বিদ্যুৎ সংযোগ
নিউজ ডেস্ক, ২৫ আগষ্টঃ ৰাজ্যৰ ই-ৰিক্সা চালকৰ ওপৰত মাধমাৰ। এতিয়াৰে পৰা ই-ৰিক্সা চাৰ্জিঙৰ ক্ষেত্ৰত ল'ব লাগিব অতিৰিক্ত বিদ্যুৎ সংযোগ। ইতিমধ্যে APDCL-এ জাৰি কৰিছে এই নতুন নিৰ্দেশনা। LT- ইলেকট্ৰিক ভেহিকেল চাৰ্জিঙৰ বাবে আবেদন কৰিব লাগিব গ্ৰাহকে।!-->…