হাউলীৰ পৌৰসভা বজাৰত এটা মৃতদেহ উদ্ধাৰ
বৰপেটা,২৩ আগষ্টঃ বৰপেটা জিলাৰ হাউলী আৰক্ষী থানাৰ অন্তৰ্গত হাউলী পৌৰসভা বজাৰত এটা মৃতদেহ উদ্ধাৰ।মৃতদেহ উদ্ধাৰৰ ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। জানিব পৰা মতে, মৰাপাট বজাৰৰ ওচৰৰ আৰ চি চি বিল্ডিংৰ ছাদৰ ওপৰত এটা মৃতদেহ পৰি থকা প্ৰত্যক্ষ!-->…