Daily Time Axom

২৬/১১ দৰে আকৌ আক্ৰমণ হ’ব! পাকিস্তানী নম্বৰৰ পৰা মুম্বাই আৰক্ষীয়ে লাভ কৰিছে ভাবুকি

মুম্বাইত পুনৰ সংঘটিত হ’ব সন্ত্ৰাসবাদী আক্ৰমণ। পুনৰ ২৬/১১ৰ ভয়ানক স্মৃতিবোৰ ঘূৰাই আনিব। পাকিস্তানৰ এটা নম্বৰৰ পৰা মুম্বাই পুলিচ ট্ৰেফিক কণ্ট্ৰ’ল হোৱাটছএপ নম্বৰলৈও এনেধৰণৰ ভাবুকিৰ বাৰ্তা প্ৰেৰণ কৰা হৈছে। ভাবুকিৰ বাৰ্তাটোত কোৱা হৈছে যে,

সন্ত্ৰাসবাদী মহম্মদ ইয়াছিনক গ্ৰেপ্তাৰ

শুকুৰবাৰে দিল্লীৰ পৰা জম্মু-কাশ্মীৰ আৰক্ষীৰ সৈতে দিল্লী আৰক্ষীয়ে মহম্মদ ইয়াছিনক গ্ৰেপ্তাৰ কৰে। পুৰণি দিল্লীৰ দিল্লী-৬ৰ পৰা গ্ৰেপ্তাৰ হোৱা ইয়াছিনে হাৱালা সন্ত্ৰাসৰ এজেণ্ট হিচাপে কাম কৰি লস্কৰ-ই-তৈবা, আল বদৰৰ দৰে সন্ত্ৰাসবাদী সংগঠনক ধন

২৪ বছৰ ধৰি ভাৰতত থকা এজন পাকিস্তানী হিন্দু চোৰাংচোৱা গ্ৰেপ্তাৰ

বিগত ২৪ বছৰ ধৰি ভাৰতত থকা এজন পাকিস্তানী হিন্দুৱে পাকিস্তানৰ বাবে চোৰাংচোৱাগিৰি কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছে। ১৯৯৮ চনৰ পৰা দক্ষিণ-পশ্চিম দিল্লীৰ ভাটী মাইনছ (সঞ্জয় কলনী)ত বসবাস কৰি আহিছে অভিযুক্ত জন। উল্লেখ্য যে, ১৭ আগষ্টৰ পুৱা প্ৰায় ৫

ভাৰত মহাসাগৰত চীনা নৌসেনা ‘হাইপাৰ-এক্টিভ’ হৈ পৰিছে

আক্ৰমণাত্মক চীনে আমেৰিকাৰ আধিপত্যক প্ৰত্যাহ্বান জনাইছে। দ্বিতীয় বিশ্বযুদ্ধৰ পিছত কমিউনিষ্ট দেশখন নতুন মহাশক্তি হিচাপে আত্মপ্ৰকাশ কৰে। এইবাৰ কেইবাটাও চাঞ্চল্যকৰ উপগ্ৰহৰ ছবি পোহৰলৈ আহিছে, যাৰ ফলত নতুন দিল্লীৰ উদ্বেগ বৃদ্ধি পাইছে। দেখা

ছলমানৰ নতুন ৰূপ

আগত লাডাখৰ মৰুভূমি। কাষত বাইক, কান্ধলৈকে চুলি। ছ’চিয়েল মিডিয়াত একেধৰণৰ ছবি পোষ্ট কৰি আচৰিত কৰিছে ছলমান খানে। জানিব পৰা মতে, ছলমানৰ এই ছবিখন কাভী ঈদ কভী দীপাৱলীৰ শ্বুটিঙৰ সময়ত তোলা হৈছিল। কিছুদিন পূৰ্বে ছলমান খানে তেওঁৰ পেশীবোৰ ফুলি

টাইৱানৰ আকাশত গৰ্জন কৰিছে চীনৰ ৫১ খন যুদ্ধ বিমান

নিউজ ডেস্ক, ১৯ আগষ্টঃ আমেৰিকাৰ অধ্যক্ষ নেন্সি পেলোছিৰ টাইৱান ভ্ৰমণৰ পিছত আক্ৰমণাত্মক হৈছে "ড্ৰেগন"। এইবাৰ ৫১ খন যুদ্ধ বিমান টাইৱানৰ প্ৰতিৰক্ষা অঞ্চলত প্ৰৱেশ কৰি যুদ্ধৰ ভাবুকি বৃদ্ধি পাইছে। কেৱল সেয়াই নহয়, ছয়খন চীনা যুদ্ধ জাহাজেও

কেলিফৰ্ণিয়াত অৱতৰণ কৰাৰ সময়ত দুখন বিমানৰ সংঘৰ্ষ, এই সংঘৰ্ষত ২জনৰ মৃত্যু

নিউজ ডেস্ক, ১৯ আগষ্টঃ কেলিফৰ্ণিয়াৰ মাজ আকাশত ভয়ংকৰ দুৰ্ঘটনা। দুখন বিমানৰ মুখামুখি সংঘৰ্ষৰ ফলত এই দূৰ্ঘটনা সংঘটিত হয়। এই দূৰ্ঘটনাত ২জন লোকৰ মৃত্যু হৈছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেলিফৰ্ণিয়া বিমানবন্দৰত এই দুৰ্ঘটনা সংঘটিত হৈছে।

গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰীক্ষা নিয়ন্ত্রক ড° ধ্ৰুৱজ্যোতি চৌধুৰীক নিলম্বন

নিউজ ডেস্ক, ১৯ আগষ্টঃ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক আৰু অনুশাসন কৰ্তৃপক্ষই ২০২২ চনত স্নাতক পৰীক্ষাৰ ফলাফল ঘোষণাত বিসংগতি আৰু বিলম্বৰ বাবে পৰীক্ষা নিয়ন্ত্ৰক ড০ ধ্ৰুৱজ্যোতি চৌধুৰীক নিলম্বন কৰে। বৃহস্পতিবাৰে পঞ্জীয়ক আৰু অনুশাসন

দিল্লীৰ উপ মুখ্যমন্ত্ৰী মনীষ চিছ’দিয়াৰ বাসগৃহত চিবিআইৰ অভিযান

নিউজ ডেস্ক, ১৯ আগষ্টঃ দিল্লীৰ উপমুখ্যমন্ত্ৰী মনীষ ছিছ'দিয়াৰ বাসগৃহত চি বি আইৰ অভিযান। শুকুৰবাৰে পুৱাই CBIৰ এটা দল উপস্থিত হয় উপ মুখ্যমন্ত্ৰীগৰাকীৰ বাসগৃহত। দিল্লী চৰকাৰৰ আবকাৰী নীতিৰ দুৰ্নীতি সন্দৰ্ভত চলিছে এই অভিযান। দিল্লীৰ ২০টা স্থানত

শৰাইঘাট দলঙত এক ভয়ংকৰ পথ দুৰ্ঘটনা

শুক্ৰবাৰে পুৱাই মহানগৰীৰ নতুন আমিনগাঁও অভিমুখী AS25EC3643 নম্বৰৰ এখন তীব্ৰবেগী ডাম্পাৰে পিছফালৰ পৰা খুন্দা মাৰে AS01HC4588 নম্বৰৰ আন এখন ডাম্পাৰক ফলত AS25EC3643 নম্বৰৰ গাড়ীখনৰ সন্মুখৰ অংশ সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ পৰে। ফলত দুৰ্ঘটনা সংঘটিত