Daily Time Axom

জুৰীয়াত ভণ্ড স্বামীৰ জঘন্য কাণ্ড

নিউজ ডেস্ক, ১৬ আগষ্ট: নাৰী তুমি অনন্যা ,তুমিয়ে সৃষ্টিৰ মূল কিন্তু একাংশ লম্পট পুৰুষৰ বাবে নাৰী হৈ পৰিছে এতিয়া ভোগৰ সামগ্ৰী। বৰ্তমান যুগত একাংশ পুৰুষৰ বাবে নাৰী এতিয়া যৌতুক দাবীৰ মাধ্যম হৈ পৰিছে।তেনে এক ঘটনা সংঘটিত হৈছে নগাঁৱৰ এগৰাকী

‘হৰ ঘৰ ত্ৰিৰংগা’ৰ নামত দেশজুৰি ৫০০ কোটি টকাৰ ব্যৱসায়

নিউজ ডেস্ক, ১৬ আগষ্টঃ প্ৰধানমন্ত্ৰীৰ আহ্বানৰ পাছতেই বিক্ৰী কৰা হৈছে প্ৰায় ৩০ কোটি টকাৰ পতাকা। সৰ্বভাৰতীয় ব্যৱসায়ীসকলৰ সংগঠনে সদৰী কৰিছে এই তথ্য। ১৩ৰ পৰা ১৫ আগষ্টলৈকে পতাকা উত্তোলনৰ বাবে দেশজুৰি আহ্বান জনাইছিল প্ৰধানমন্ত্ৰীয়ে। আজাদী কা

উত্তৰ গুৱাহাটীত ভাড়াঘৰৰ কোঠালিত যুৱতীৰ মৃতদেহ উদ্ধাৰ

নিউজ ডেস্ক, ১৬ আগষ্টঃ উত্তৰ গুৱাহাটীৰ ভেটামুখত নিশা চাঞ্চল্যকৰ হত্যাকাণ্ড সংঘটিত হৈছে। ভাড়াঘৰৰ কোঠালিত উদ্ধাৰ হৈছে এগৰাকী যুৱতীৰ মৃতদেহ। বিছনাৰ খুৰাৰে হেঁচি যুৱতীগৰাকীক হত্যাৰ সন্দেহ কৰা হৈছে। মৃত যুৱতীগৰাকী নগাঁৱৰ হাচিনা বেগম জানিব পৰা

বিশিষ্ট সমাজকৰ্মী জীবন চুতীয়ালৈ আদৰ্শ জননী আৰু অমৃত প্ৰবাহ কাকতৰ বিশেষ সন্মান – ২০২২ বঁটা

আদৰ্শ জননী শশীপ্ৰভা কলিতা স্মৃতিৰক্ষা সমিতি, সাপ্তাহিক কাকত অমৃত প্ৰবাহ আৰু অমৃত নিউজৰ সহযোগত প্ৰতি বছৰে ১৫ আগষ্টৰ দিনটোত ৰাজ্যখনৰ এগৰাকী বিশিষ্টা নাৰীক আদৰ্শ জননী ৰাজ্যিক বঁটা প্ৰদান কৰা হয়। তদুপৰি অসমীয়া সাপ্তাহিক অমৃত প্ৰবাহ কাকতৰ

উত্তৰ-পূবলৈ ভাল খবৰ: ড০ দিব্যজ্যোতি শইকীয়ালৈ উৎকৃষ্ট নাগৰিক সেৱা সন্মানৰ লগতে দুটাকৈ বঁটা

নতুন দিল্লী, ১৫আগষ্ট: আজি দেশৰ ৭৬তম স্বাধীনতা দিৱস উপলক্ষে ভাৰতৰ লগতে আন্তৰ্জাতিক বাচকবনিয়া অগ্ৰণী সংস্থা সংগঠনে দেশ তথা সমাজৰ ভিন্ন ক্ষেত্ৰৰ সফল তথা বিশিষ্ট ব্যক্তিক ৰাষ্ট্ৰীয় বঁটা প্ৰদান কৰে। আন্তৰ্জাতিক মানৱধিকাৰ সংস্থা "গ্লোবেল

স্বাধীনতা দিৱসৰ পুৱাই ডিমৌত উৰিল আলফাৰ পতাকা

নিউজ ডেস্ক, ১৫ আগষ্ট: স্বাধীনতা দিৱসত ভয়ংকৰ কূটাঘাতৰ লক্ষ্য আলফা (স্বাঃ)ৰ। শিৱসাগৰ আৰু চৰাইদেউৰ লগতে উজনি অসমৰ কেইবাস্থানতো আলফা (স্বাঃ)ৰ সন্ধানত অসম আৰক্ষী। কূটাঘাতৰ বাবে ম্যানমাৰৰ পৰা আহিছে দল । স্বাধীনতা দিৱসৰ পূৰ্বে শিৱসাগৰৰ ডিমৌত ১

বিজনীত স্বাধীনতা দিৱসৰ পতাকা উত্তোলন বিজনীৰ মহকুমাধিপতী ৰাহুল কুমাৰ গুপ্তাই

নিউজ ডেস্ক, ১৫ আগষ্ট: আজি দেশৰ ৭৬ সংখ্যক স্বাধীনতা দিৱস। সমগ্ৰ দেশৰ লগতে চিৰাং জিলাৰ বিজনী মহকুমা প্ৰশাসনৰ উদ্যোগত উদযাপন কৰা হয় দেশৰ ৭৬ সংখ্যক স্বাধীনতা দিৱস। বিজনী জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত অনুষ্ঠিত স্বাধীনতা দিৱসৰ কাৰ্যসূচীত বিজনীৰ

অমৃত মহোৎসৱ মানে কি? তাত অমৃত খোৱাই নেকি? -জুবিন গাৰ্গ

নিউজ ডেস্ক,১৪ আগষ্টঃ দেশৰ ৭৫ বছৰ সম্পূৰ্ণ হোৱাৰ বাবে আজাদী কা অমৃত মহোৎসৱ কাৰ্যসূচীৰ লগত সংগতি ৰাখি হৰ ঘৰ ত্ৰিৰংগা কাৰ্যসূচী হাতত লোৱা হৈছে। আজাদী কা অমৃত মহোৎসৱ কাৰ্যসূচী সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নত বিশেষ মন্তব্য কৰিছে জুবিন

অসমৰ ১৩জন আৰক্ষী বিষয়া, কণিষ্টবলৈ ৰাষ্ট্ৰপতিৰ সন্মান

নিউজ ডেস্ক,১৪ আগষ্টঃ ৰাষ্ট্ৰপতিৰ দ্বাৰা ঘোষিত স্বাধীনতা দিৱসত আৰক্ষী বিষয়াক প্ৰদান কৰা বঁটা সমূহৰ ভিতৰত অসমৰ পৰা এই বঁটা পাবলৈ সক্ষম হোৱা আৰক্ষী বিষয়াসকল হৈছে – আৰক্ষীৰ উপ আয়ুক্ত দিগন্ত কুমাৰ চৌধুৰী (গুৱাহাটী), এ.পি.আৰ.অ’ উলুবাৰীৰ আৰক্ষী

মৌলিক অধিকাৰ দাবীৰে তালিবানৰ বিৰুদ্ধে সমদল আফগানিস্তান মহিলাৰ

নিউজ ডেস্ক,১৪ আগষ্টঃ আফগানিস্তানৰ মহিলাসকলে তালিবানৰ বিৰুদ্ধে সমদল উলিয়াই নিজৰ মৌলিক অধিকাৰ দাবী কৰে। সেই ‘অপৰাধ’ৰ বাবে তেওঁলোকক ৰাজহুৱাভাৱে প্ৰহাৰ কৰা হৈছিল। প্ৰাণ ৰক্ষাৰ বাবে লুকাই থাকিলেও তেওঁ সাৰি যাব নোৱাৰিলে। তালিবানে মহিলা