আফগানিস্তানৰ মহিলাসকলক তালিবানৰ গনপ্ৰহাৰ
নিউজ ডেস্ক,১৪ আগষ্টঃ আফগানিস্তানৰ মহিলাসকলে তালিবানৰ বিৰুদ্ধে সমদল উলিয়াই নিজৰ মৌলিক অধিকাৰ দাবী কৰে। সেই ‘অপৰাধ’ৰ বাবে তেওঁলোকক ৰাজহুৱাভাৱে প্ৰহাৰ কৰা হৈছিল। প্ৰাণ ৰক্ষাৰ বাবে লুকাই থাকিলেও তেওঁ সাৰি যাব নোৱাৰিলে। তালিবানে মহিলা!-->…