বৈদ্যুতিক আলোকসজ্জাৰে আলোকিত বৰক্ষেত্ৰীৰ এখন বিদ্যালয়
নিউজ ডেস্ক, ১৩ আগষ্ট: বৰক্ষেত্ৰীৰ জয়সাগৰৰ শংকৰ মাধৱ হাইস্কুলত প্ৰভাত ফেৰী অনুষ্ঠান সম্পন্ন কৰা হৈছে।নলবাৰী জিলাৰ বৰক্ষেত্ৰী শিক্ষাখণ্ডৰ অন্তৰ্গত জয়সাগৰস্থিত শংকৰ মাধৱ হাইস্কুলত আজি পুৱা দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে প্ৰভাত ফেৰী!-->…