কচুৱাৰ পুঠিমাৰিত অসম গ্ৰামীণ বিকাশ বেংকৰ গ্ৰাহক সেৱা কেন্দ্ৰ মুকলি
কচুৱা পুঠিমাৰি অঞ্চলৰ বাবে সুখবৰ। কচুৱা 2নং পুঠিমাৰি শিৱস্থান বজাৰত অসম গ্ৰামীণ বিকাশ বেংকৰ গ্ৰাহক সেৱা কেন্দ্ৰ মুকলি কৰা হয়। গ্ৰাহক সকলৰ সুবিধাৰ্থে মুবাৰক হুছেইন নামৰ যুৱকজনে মুকলি কৰে অসম গ্ৰামীণ বিকাশ বেংকৰ সেৱা কেন্দ্ৰ। উক্ত সেৱা…