বৰক্ষেত্ৰীত শোকৰ ছাঁ!বৰক্ষেত্ৰীত চেখ মোবাৰক হুছেইনক অজস্ৰ গুণমুগ্ধৰ উপস্থিতিত শেষ বিদায়
বৰক্ষেত্ৰী সমষ্টিৰ বিশিষ্ট সমাজকৰ্মী তথা বৰক্ষেত্ৰী অঞ্চলৰ উচ্চ শিক্ষাৰ প্ৰাণকেন্দ্ৰস্বৰূপ "বৰক্ষেত্ৰী মহাবিদ্যালয়"ৰ প্ৰতিস্থাপক অধ্যক্ষ চেখ মোৱাৰক হুছেইন।
ৰাতিপুৱা চেখ মোবাৰক হুছেইনৰ নশ্বৰ দেহ বৰক্ষেত্ৰী মহাবিদ্যালয়, বৰক্ষেত্ৰী কণিষ্ঠ…