বৰপথাৰত ৭০০ৰো অধিক লোকৰ বিজেপিত যোগদান
সৰুপথাৰ বিধানসভা সমষ্টিত আজি বিজেপিৰ এক বিশাল যোগদান কাৰ্যসূচী অনুষ্ঠিত হয়। সমষ্টিটোৰ বৰপথাৰ মণ্ডল কাৰ্যালয়ত অনুষ্ঠিত যোগদান কাৰ্যসূচীত
সদৌ অসম ছাত্ৰ সন্থা, কংগ্ৰেছ, কৃষক মুক্তি সংগ্ৰাম সমিতি, অসম জাতীয় পৰিষদৰ ৰাজ্যিক তথা জিলা পৰ্যায়ৰ…