Daily Time Axom

ছিৰিয়াৰ ৰাজধানীত ইজৰাইলৰ ক্ষেপণাস্ত্ৰ আক্ৰমণ

ছিৰিয়াৰ ৰাজধানী ডামাস্কাছৰ কাফ্ৰ ছৌছা জিলাৰ কেইবাটাও আৱাসিক অট্টালিকাত ইজৰাইলে ক্ষেপণাস্ত্ৰ আক্ৰমণ চলায়। বুধবাৰে (২১ ফেব্ৰুৱাৰী) এই অঞ্চলত কেইবাটাও ইজৰাইলী ক্ষেপণাস্ত্ৰই আঘাত কৰে। ক্ষতিগ্ৰস্ত অঞ্চলটোৰ ভিতৰত আছে আৱাসিক ভৱন, বিদ্যালয়…

ঘোষণা হ’ল ২০২৪ বৰ্ষৰ আই পি এলৰ আৰম্ভণিৰ দিন

বিশ্বৰ অন্যতম প্ৰভাৱশালী ক্ৰিকেট প্ৰতিযোগিতা হৈছে আই পি এল। আই পি এল বুলি ক'লেই বিশ্বৰ ভিন্ন প্ৰান্তৰ ক্ৰিকেট অনুৰাগীৰ লগতে ভাৰতৰ অনুৰাগীসকলো আক্ৰান্ত হয় ক্ৰিকেট জ্বৰত। ক্ৰিকেট বলিয়া ভাৰতৰ অনুৰাগী। সেয়ে এতিয়াৰ পৰাই যেন আৰম্ভ হৈছে…

মৈৰাবাৰীত গ্ৰেপ্তাৰ কুখ্যাত ড্ৰাগছ ব্যৱসায়ী ।

মৈৰাবাৰী আৰক্ষী থানাৰ পৰিদৰ্শক পংকজ দাসৰ নেতৃত্বত মৈৰাবাৰী আৰক্ষীৰ এটা অভিযানকাৰী দলে আজি সন্ধিয়া ড্ৰাগছ বিক্ৰী কৰি থকা অৱস্থাত হাতে লুটে কৰায়ত্ত কৰে তিনিজনকৈ ড্ৰাগছ ব্যৱসায়ীক। ড্ৰাগছ ব্যৱসায়ী তিনিটাৰ পৰা আৰক্ষীয়ে ১৫ টা হেৰইন ভৰ্তি…

চকু ৰঙা চীনলৈ, ভূটানলৈ যাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লোকসভা নিৰ্বাচনৰ পূৰ্বে দ্বিতীয় আৰু সম্ভৱতঃ শেষ বিদেশ ভ্ৰমণৰ বাবে ভূটানক গন্তব্যস্থান হিচাপে বাছি লৈছে। কূটনৈতিক সূত্ৰ অনুসৰি চলিত মাহৰ শেষৰ ফালে তেওঁ থিম্ফুলৈ যোৱাৰ কথা। জনা যায় যে ভূটান ভ্ৰমণৰ সময়ত তেওঁ…

ধূলাত জল জীৱন মিছন আঁচনিৰ উদ্বোধন বিধায়ক বসন্ত দাসৰ

দৰঙৰ ধূলাত জল জীৱন মিছন আঁচনিৰ উদ্বোধন কৰে মঙলদৈ সমষ্টিৰ বিধায়ক বসন্ত দাসে। পূব মঙলদৈ উন্নয়ন খণ্ডৰ অন্তৰ্গত ধূলা গাঁও পঞ্চায়তৰ টাংনী চাহ বাগানত প্ৰায় ২কোটি ৪১লাখ টকা ব্যয়েৰে নিৰ্মান হোৱা পানী যোগান আঁচনি খন আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে।…

নৱজাতকৰ প্ৰতি অতিৰিক্ত সচেতন হওক

শিশুৰ স্বাস্থ্যই পিতৃ-মাতৃৰ আটাইতকৈ গুৰুত্বপূৰ্ণ চিন্তা। কাৰণ শিশুৰ স্বাস্থ্য আৰু মংগল সুনিশ্চিত কৰাটো এটা সমৃদ্ধিশালী ভৱিষ্যতৰ বীজ ৰোপণ কৰাৰ দৰেই। সেয়ে জন্মৰ পৰাই কেইবাটাও দিশৰ যত্ন লোৱাৰ প্ৰয়োজন আছে। সেই বিষয়ে শিশু চিকিৎসকে কি পৰামৰ্শ…

২৪ ফেব্ৰুৱাৰীৰ পৰা প্ৰিয়ংকা গান্ধীয়ে ‘ভাৰত জ’ড়ো ন্যায় যাত্ৰা’ত যোগদান কৰিব

প্ৰিয়ংকা গান্ধীয়ে ২৪ ফেব্ৰুৱাৰীত উত্তৰ প্ৰদেশৰ মোৰাদাবাদৰ পৰা ‘ভাৰত জ'ড়ো ন্যায় যাত্ৰা’ত যোগদান কৰিব । শাৰীৰিক অসুস্থতাৰ বাবে প্ৰিয়ংকাই ভাৰত জোৰো ন্যায় যাত্ৰাত যোগদান কৰিব নোৱাৰিলে। এক্স হেণ্ডেলত প্ৰিয়ংকাই লিখিছে যে তেওঁ উত্তৰ প্ৰদেশৰ…

লোকসভাৰ ১০০খন আসন অতিক্ৰম কৰিব নোৱাৰে বিজেপিয়েঃ খৰ্গে

কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰ্গেয়ে বিজেপিকলৈ কয় যে, এইবাৰৰ লোকসভা নিৰ্বাচনত বিজেপিয়ে ১০০খন আসন অতিক্ৰম নকৰে। তেওঁ আৰু কয় যে বিজেপিয়ে সদায় আমেথি আৰু ৰায়ে বৰেলীক অৱহেলা কৰি আহিছে। ইয়াত বহু প্ৰকল্প এতিয়াও সম্পূৰ্ণ হোৱা নাই। আন…

গাঞ্জা সৰবৰাহ কৰা দুই সৰবৰাহকাৰীক বিশ্বনাথ চাৰিআলিৰ বালিপুখুৰীত আটক কৰিবলৈ সক্ষম হৈছে বিশ্বনাথ…

🛑বিশ্বনাথ আৰক্ষীৰ বৃহৎ সাফল্য । 🛑তেজপুৰৰ পৰা ধেমাজি অভিমুখী AS.12.DC9389 নম্বৰৰ আল্ট্ৰা বাহনত বুজন পৰিমাণৰ প্ৰায় ২৬ কেজি গাঞ্জা সৰবৰাহ কৰা দুই সৰবৰাহকাৰীক বিশ্বনাথ চাৰিআলিৰ বালিপুখুৰীত আটক কৰিবলৈ সক্ষম হৈছে বিশ্বনাথ আৰক্ষী।

বাইহাটাৰ বেজেৰাত ৰয়েল পাব্লিক স্কুলৰ প্ৰতিষ্ঠা দিৱস উদযাপন

বিভিন্ন গীত মাত নৃত্য ইত্যাদিৰ মুখৰিত ৰয়েল পাব্লিক স্কুলৰ বাকৰি কামৰূপ জিলাৰ বাইহাটাৰ বেজেৰাত অৱস্থিত ইংৰাজী মাধ্যমৰ অগ্ৰণী শিক্ষা অনুষ্ঠান ৰয়েল পাব্লিক স্কুলৰ সোমবাৰে বিভিন্ন কাৰ্য-কমনিকাৰে প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয়। বিদ্যালয়খনৰ…