টীয়কত কংগ্ৰেছৰ বুথ এজেন্টৰ বিশেষ প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত
কলিয়াপানী আৰু মধ্য যোৰহাট ব্লক কংগ্ৰেছ কমিটিৰ অন্তৰ্গত বুথ পৰ্যায়ৰ এজেন্ট সকলৰ প্ৰশিক্ষণৰ অৰ্থে আজি টীয়কৰ শ্বহীদ ভৱনত এক প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত কৰা হয়।উক্ত সভাত আগন্তক লোকসভা নিৰ্বাচনত কংগ্ৰেছ দলৰ কৰণীয় ওপৰত বিশেষভাৱে আলোকপাত কৰা হয়…