Daily Time Axom

মহানগৰীৰ এটা এপাৰ্টমেণ্টত উদ্ধাৰ এগৰাকী যুৱতীৰ মৃতদেহ

গুৱাহাটী মহানগৰীৰ এক চাঞ্চল্যকৰ ঘটনাই সমগ্ৰ অঞ্চলবাসীক জোকাৰি গৈছে। ছয়মাইলৰ পূৰ্বাচা এপাৰ্টমেণ্টৰ এটা ফ্লেটত উদ্ধাৰ কৰা হয় এগৰাকী যুৱতীৰ মৃতদেহ। বিচনাত পৰি থকা অৱস্থাত মৃতদেহটো উদ্ধাৰ কৰা হয় মৃতদেহটো । এপাৰ্টমেণ্টৰ আৱাসীয়ে আৰক্ষীক অৱগত…

বিশ্বৰ এখন বিলাসী হোটেল ; এৰাতি কটোৱাৰ খৰচ ৮৪ লাখ টকা!

ভ্ৰমণৰ সময়ত সাধাৰণ মানুহে কি বিচাৰে? খাদ্য, পানীয়, জিৰণি আৰু সুৰক্ষা প্ৰদান কৰা হোটেল বিচাৰে। কিন্তু এইখিনিতে সকলোৱে সন্তুষ্ট নহয়। প্ৰায় সংখ্যক লোকেই আন বহু কিবা এটা বেছি বিচাৰে। এজনে ভাল হোটেলৰ স্থান, এয়াৰ কণ্ডিচনাৰ, পাৰ্কিং, ডিনাৰ…

আৰক্ষী উপ-পৰিদৰ্শকৰ ধৰ্ষণৰ বলি হ’ল এটি ৪ বছৰীয়া শিশু

পুনৰ আৰক্ষীৰ খাকী পোকাচত কালিমা সানিলে এজন আৰক্ষী উপ-পৰিদৰ্শকে। দলিত সম্প্ৰদায়ৰ এগৰাকী ৪ বছৰীয়া নাবালিকা কন্যাক ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছে এইগৰাকী আৰক্ষী বিষয়াৰ বিৰুদ্ধে।ৰাজস্থানৰ দৌছাত সংঘটিত হৈছে এই ঘটনা। জানিব পৰা মতে, নিৰ্যাতিতা…

গুৱাহাটী মহানগৰীত বৃদ্ধ পিতৃ-মাতৃক ৰামঠগন একমাত্ৰ কন্যাৰ!

গুৱাহাটী মহানগৰীত সংঘটিত হৈছে এক নিৰ্লজ ঘটনা।নিজ জীয়ৰীৰ ধনৰ লালসাৰ বাবে সৰ্বশান্ত হ’ল এহাল বৃদ্ধ পিতৃ-মাতৃ। কেৱল ধনেই নহয়, বেংকৰ লকাৰত থকা ৪০ তোলা সোণ লৈ উধাও হ’ল নিজ জীয়ৰী।লগতে মহানগৰীৰ হাতীগড় চাৰিআলিৰ গীতানগৰ হাইস্কুলৰ সমীপৰ নবীন ইনক্লেৱৰ…

কেতিয়া লাগিব কালী পূজাৰ অমাৱস্যা তিথি? জানি লওক সকলো

এইবাৰ কালি পূজা দেওবাৰে। ১২ নৱেম্বৰ অৰ্থাৎ ২৫ কাতিত পালন কৰা হ’ব দীপান্বিতা কালী পূজা। এই দিনটোত বিশেষ অমাৱস্যা তিথিত পূজা কৰা হয় দেৱী কালীৰ। অমাৱস্যা তিথিত বিভিন্ন সময়ত দেৱী কালিকাক বিভিন্ন ৰূপত পূজা কৰা হয়। ফলহাৰিনী অমাৱস্য়াৰ পৰা কৌশিকী…

NBDK প্ৰডাকচনৰ নৱনিৰ্মিত ছবি ‘Mujhe School Nahin Jaana’ সন্দৰ্ভত সংবাদমেল

শিশু দিৱসৰ সৈতে সংগতি ৰাখি বিদ্যালয়ত আয়োজন বিনামূলীয়া প্ৰদৰ্শনী অনুষ্ঠান আজি দিনৰ ২বজাত NBDK প্ৰডাকচনৰ বেনাৰত নৱনিৰ্মিত ছবি 'Mujhe School Nahin Jaana' শীৰ্ষক হিন্দী বোলছবিক লৈ দিছপুৰ প্ৰেছ ক্লাবত বিশেষ সংবাদমেল সম্বোধন কৰা হয়। ৰাষ্ট্ৰীয়…

বন্ধুৱে কাটিলে বন্ধুৰ আঙুলি

দিল্লীত সংঘটিত হৈছে এক নিৰ্মম ঘটনা। কোৱা হয় যে বন্ধুত্ব হৈছে এনে এক সম্পৰ্ক, যিটো তেজৰ সম্পৰ্কতকৈও অধিক গাঢ় । কিন্তু সমাজত এনে লোকো আছে, যিয়ে এই সম্পৰ্কক লজ্জানত কৰে। দেশৰ ৰাজধানীৰ দ্বাৰকা উপ-চহৰৰ দক্ষিণ আৰক্ষী থানা অঞ্চলত এগৰাকী বন্ধুৱে…

নাজিৰাত লোকসভা নিৰ্বাচনলৈ বি জে পিয়ে টঙালি বান্ধিছে

নাজিৰাত সাংগঠনিক সভাত প্ৰভাৰি - বিধায়ক বিনোদ হাজৰিকাৰ অংশগ্ৰহণ । আগন্তুক যোৰহাট লোকসভা সমষ্টিৰ বাবে দিল্লীয়েহে নিৰ্ধাৰণ কৰিব প্ৰাৰ্থী । সমাগত লোকসভা নিৰ্বাচনৰ বাবে টঙালি বান্ধিছে শাসকীয় বি জে পিয়ে ।লোকসভা নিৰ্বাচনৰ প্ৰাকমূহুত্বত…

মৈৰাবাৰীত সম্প্ৰীতিৰ অভিনৱ কাব্যানুষ্ঠান ‘বাটৰ কবিতা’

মৰিগাঁও জিলাৰ মৈৰাবাৰীৰ 'খাইৰ প্ৰকাশন'ৰ উদ্যোগত ২০১৫ চনৰ ১০ জানুৱাৰীৰ পৰা প্ৰতি ইংৰাজী মাহৰ ১০ তাৰিখে নিয়মীয়াকৈ অনুষ্ঠিত হৈ অহা সম্প্ৰীতিৰ অভিনৱ কাব্যানুষ্ঠান 'বাটৰ কবিতা' আজি আবেলি ৪ বজাত মৈৰাবাৰী কলেজ ৰোডত 'খাইৰ প্ৰকাশন'ৰ কাৰ্যালয়ৰ…

এতিয়া মুকলি আকাশৰ তলত গুৱাহাটী ডাবল মাৰ্ডাৰৰ খলনায়িকা বন্দনা কলিতা

গুৱাহাটীৰ চাঞ্চল্যকৰ ডাবল মাৰ্ডাৰৰ অভিযুক্ত বন্দনা কলিতাই লাভ কৰিলে জামিন । কামৰূপ মহানগৰ সত্ৰ ন্যায়াধীশৰ আদালতত গুৱাহাটী ডাবল মাৰ্ডাৰৰ খলনায়িকা বন্দনা কলিতাৰ জামিন মঞ্জুৰ কৰা হৈছে। অৱশ্যে, কিছুমান চৰ্ত সাপেক্ষে আদালতে বন্দনা কলিতাৰ জামিন…