Daily Time Axom
Browsing Category

স্বাস্থ্য

কাপোৰৰ মাস্কেৰে ওমিক্ৰন সংক্ৰমণ প্ৰতিৰোধ কৰিব নোৱাৰি

চিকিৎসকসকলে চুপাৰ মহামাৰী ক“ভিডৰ বিৰুদ্ধে যুঁজিবলৈ বিভিন্ন প্ৰতিৰোধ অস্ত্ৰৰ বিষয়ে বাৰে বাৰে উল্লেখ কৰি আহিছে । কিন্তু আপুনি জানেনে যে যদি আপুনি সেই অস্ত্ৰটো সঠিকভাৱে ব্যৱহাৰ নকৰে,তেতিয়া কৰ'না সংক্ৰমণ ৰোধিব কৰিব নোৱাৰে? শেহতীয়াকৈ, আমেৰিকা
Read More...

এবাৰ অমিক্ৰন হ’লে জীৱনত পুনৰ নহয়, ভাৰতীয় বিজ্ঞানীৰ দাবী

ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদৰ ৰাষ্ট্ৰীয় মহামাৰী বিজ্ঞান প্ৰতিষ্ঠানৰ বৈজ্ঞানিক পৰামৰ্শদাতা সমিতিৰ অধ্যক্ষ জয়প্ৰকাশ মুলিয়েলে দাবী কৰে যে এবাৰ ওমিক্ৰন হ'লে, শৰীৰত এণ্টিবডী গোটেই জীৱন থাকিব পাৰে। তেওঁৰ মতে, এইকাৰণে আন দেশৰ দৰে কৰ'নাই ভাৰতৰ
Read More...

ক’ভিডৰ বুষ্টাৰ পালিটোৱেও ক্ষতি কৰিব পাৰে! ইউৰোপীয় বিশেষজ্ঞৰ সতৰ্কবাণী ৷

ক’ভিডৰ নতুন প্ৰজাতি ওমিক্রনৰ পৰা বহু নেতিবাচক দিশ দিনে দিনে উন্মোচিত হৈছে। ওমিক্রনে পৃথিৱীত এক নতুন চাপৰ সৃষ্টি কৰিছে । সংক্ৰমণৰ ঢৌ নতুন নতুন ওলাইছে। প্ৰথম বিশ্বৰ দেশবোৰে নতুন প্ৰজাতিৰ সৈতে যুঁজিবলৈ ভেকছিন বুষ্টাৰ পালি আৰম্ভ কৰিছে।
Read More...

ঋতুস্ৰাৱৰ সময়ত ওজন কিয় বৃদ্ধি হয় জানেনে !

আজিকালি সকলোৱে এটা ক্ষীণ শৰীৰ পাবলৈ আগ্ৰহী। বিশেষকৈ মহিলাসকলৰ চাহিদা সৰ্বাধিক। গতিকে ডায়েট কৰে বা জিমলৈ যাব লাগে বাৰ মাহ । কিন্তু ঋতুস্ৰাৱৰ সময়ত বিপদ হয়। গতিকে দুই-তিনি দিনত কিছু ওজন দ্ৰুতগতিত বৃদ্ধি হ'লে মেজাজ সলনি হৈ পৰে
Read More...

কৰ’না পৰৱৰ্তীকালীন পাৰ্শ্বক্ৰিয়া ! ডায়েবেটিছ লৈ আনিছে শিশুৰ মাজলৈ …

যোৱা দুটা বছৰত, শিশুৰ ক্ষেত্ৰত কৰ’না সংক্ৰমণৰ ঘটনা কম হৈছে। মহামাৰীৰ আৰম্ভণিতে বৃদ্ধসকল আটাইতকৈ বেছি প্ৰভাৱিত হৈছে। ডেল্টা ষ্ট্ৰেইনবোৰে মধ্যবয়স্ক লোকসকলক অধিক কষ্ট দিয়া দেখা গৈছে। বৰ্তমান শিশুৰ ক্ষেত্ৰত কৰোনা সংক্ৰমণৰ প্ৰকাৰ বৃদ্ধি
Read More...

আপোনাৰ ওমিক্ৰন হৈছে নেকি ! সাধাৰণ লক্ষণ চাই কেনেকৈ গম পাব?

বিশ্বজুৰি ওমিক্ৰনৰ আতংকৰ মাজতে প্ৰচাৰ হৈছে যে ওমিক্ৰনত বেছি ভয় নাই। কাৰণ ইয়াৰ লক্ষণবোৰ সাধাৰণ চৰ্দি লগাৰ দৰেই বুলি বহুলোকে কয় । আৰু সেই কাৰণে সংক্ৰমণ দ্ৰুতগতিত বৃদ্ধি হ'লেও বহুতৰ এতিয়াও ওমিক্ৰনকলৈ বৰ বেছি সচেতনতা নাই । অৱশ্যে
Read More...

ওমিক্ৰনে কিমান সময়ৰ ভিতৰত ধৰা দিয়ে মানুহৰ শৰীৰত?

সমগ্ৰ দেশতে উৰ্ধমুখী পুনৰ কৰ'না সংক্ৰমণ। কৰোনা সংক্ৰমণৰ হাৰে সীমা চেৰাইছে। কোভিড নতুন আতংকৰ নাম হৈছে ওমিক্ৰন। ওমিক্ৰন হৈছে কৰোনা ভাইৰাছৰ মিউটেন্ট ৰূপ, কিন্তু কিছুমান ক্ষেত্ৰত ওমিক্ৰনৰ গুণাগুণ পৃথক হয়। ওমিক্ৰনৰ লক্ষণবোৰ কি কি:-
Read More...

কি দৰে সলনি হৈছে ক’ভিডৰ লক্ষণ ? অমিক্ৰনৰ শেহতীয়া লক্ষণ কি?

প্ৰথম দ্বিতীয়ৰ পিছত কৰ’নাৰ তৃতীয়টো ঢৌত বহুতো লক্ষণ সলনি হৈছে ভাইৰাছটোৰ। কৰ'নাই এটাৰ পিছত আন এটা ৰূপত ধৰা দিছে। নতুন ৰূপটোৱে চিকিৎসা ব্যৱস্থাৰ প্ৰতি প্ৰত্যাহ্বান কঢ়িয়াই আনিছে। চৰিত্ৰৰ পৰিৱৰ্তনৰ লগতে কৰ'না ভাইৰাছে নতুন নাম লৈছে ।
Read More...

নতুনকৈ বিয়া পতা সকলে ভুলতো নাখাব এইকেইটা সাধাৰণ খাদ্য

আহাৰ আৰু জীৱন শৈলীৰ অভ্যাসবোৰেও আপোনাৰ যৌন স্বাস্থ্যক প্ৰভাৱিত কৰে। যদি আপুনি নতুনকৈ বিবাহিত বা হ'বলৈ ওলাইছে তেনেহ'লে কিছুমান বস্তু সেৱন কৰা পৰিহাৰ কৰিব। এই বস্তুবোৰ খালে আপোনাৰ বহু ক্ষতি হ'ব। কফি:-অধিক কফি খালে পুৰুষৰ ক্ষেত্ৰত কৰ্টিচোল
Read More...

দুপৰীয়া ঘৰত মহ প্ৰৱেশ কৰিছে নেকি? প্ৰাকৃতিক মহ কেনেকৈ খেদিব?

গ্ৰীষ্ম কাল হওঁক বা শীতকাল হওঁক, মহৰ সংক্ৰমণৰ পৰা কোনো পৰিত্ৰাণ নাই। দুপৰীয়াও মহবোৰ ঘৰত প্ৰৱেশ কৰে। ডেংগু, মেলেৰিয়া আৰু আন বহুতো ৰোগৰ বাহক হ’ল মহ। বহুলোকে মহ প্ৰতিহত কৰিবলৈ বিভিন্ন স্প্ৰে’ বা বহুতো ৰাসায়নিক পদাৰ্থ ব্যৱহাৰ কৰে।
Read More...