Daily Time Axom
Browsing Category

স্বাস্থ্য

হৃদযন্ত্ৰৰ পৰা যকৃতলৈকে সকলো স্বাস্থ্যকৰ হৈ থাকিব

যদি আপুনি প্ৰতিদিনে সিজোৱা শাক-পাচলি খাব পাৰে তেন্তে ইয়াত কেলৰি কম, আঁহ বেছি থাকে লগতে ইয়াত ভিটামিন, খনিজ পদাৰ্থ, এন্টিঅক্সিডেন্ট থাকে। সিজোৱা বিলাহী আৰু কচুই চকুৰ দৃষ্টিশক্তি বৃদ্ধি কৰে ইয়াত প্ৰচুৰ পৰিমাণে ভিটামিন,
Read More...

চকুৰ তলৰ ডাৰ্ক চাৰ্কল ঘৰুৱা ঔষধেৰে নোহোৱা কৰক

কৰ্মৰ প্ৰচণ্ড চাপ, মানসিক অস্থিৰতা, ৰাতি দুপৰতে সাৰ পোৱাৰ অভ্যাসৰ পৰা আৰম্ভ কৰি গোটেই দিন ৰাতি ফোনত বহি থকালৈকে। আপোনাৰ চকুৱে বহুত টান ল’ব লাগে। ফলত চকুৰ তলৰ ডাৰ্ক চাৰ্কল পৰিবলৈ আৰম্ভ কৰে। চকুৰ চৌপাশৰ কোষবোৰ বিভিন্ন কাৰণত চাপৰ ফলত
Read More...

আপোনাৰ ৪০ বছৰ বয়স যদি হৈছে কি কি উপাদান খাদ্য তালিকাত ৰাখিব

বয়সৰ লগে লগে শৰীৰৰ বহু কাৰক সলনি হয়। পেশী, শক্তি, গতিশীলতা এই সকলোবোৰ সামগ্ৰিক স্বাস্থ্যৰ বাবে গুৰুত্বপূৰ্ণ। মধ্যবয়সৰ আশে-পাশে সেইবোৰ হ্ৰাস পাবলৈ আৰম্ভ কৰে। পেশীবোৰ ক্ষয় হ’বলৈ আৰম্ভ কৰে। এই সময়ত খাদ্যৰ প্ৰতি অতিৰিক্ত গুৰুত্ব দিব লাগে।…
Read More...

কেনেকৈ শৰীৰৰ বাবে সুৰক্ষিত খাদ্য নিশ্চিত কৰিব

বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্য অনুসৰি প্ৰতি বছৰে প্ৰতি ১০ জনৰ ভিতৰত ১ জন লোক অসুৰক্ষিত খাদ্য খোৱাৰ ফলত অসুস্থ হৈ পৰে। বিশেষকৈ বৃদ্ধ, গৰ্ভৱতী মহিলা, পাঁচ বছৰৰ তলৰ শিশু, তুলনামূলকভাৱে দুৰ্বল ৰোগ প্ৰতিৰোধ ক্ষমতা থকা লোকেই এই সমস্যাৰ মূল বলি হয়।…
Read More...

বাৰিষা শাক-পাচলিয়ে বিপদৰ সৃষ্টি কৰিব পাৰে শৰীৰৰ

বাৰিষাৰ সময়ত প্ৰদূষণৰ আশংকা অতি বেছি। এই সময়ত বেক্টেৰিয়া আৰু ৰোগ সৃষ্টিকাৰী জীৱাণুৰ সংখ্যা বেছি হোৱাৰ বাবে শাক-পাচলি পৰিহাৰ কৰাটো ভাল। বাৰিষাৰ সময়ত বেঙেনাত কৃমি আৰু পোক-পৰুৱাৰ আক্ৰমণ হয়। আৰ্দ্ৰ পৰিৱেশত ইহঁতে অতি সোনকালে প্ৰজনন কৰে।…
Read More...

ঘৰতে ১৫ মিনিট এই ব্যায়ামবোৰ কৰক

ৰূপালী পৰ্দাৰ নায়িকাৰ দৰে তন্বী হ'ব বিচাৰে সকলোৱে। যুৱতীসকলে চৰ্বিহীন কঁকাল আৰু পেটৰ সপোন সদায় দেখে। ইফালে সপোন পূৰণ কৰাটোও কঠিন। ব্যস্ত অফিচতে, জিমলৈ যাবলৈ সময় নাই বহুতৰ? এতিয়া কোনো চিন্তা নাই, এই কেইটামান ব্যায়াম ঘৰতে ১৫ মিনিটৰ বাবে…
Read More...

কঁকালৰ বিষ কমাবৰ বাবে নিয়মিত খোজ কাঢ়ক

মেডিকেল জাৰ্নেল দ্য লেন্সেটত প্ৰকাশিত গৱেষণাৰ পৰা দেখা গৈছে যে সপ্তাহত পাঁচবাৰ আধা ঘণ্টাকৈ খোজ কাঢ়িলে আৰু ফিজিঅ’থেৰাপিষ্টৰ পৰামৰ্শ অনুসৰি খোজ কাঢ়িলে কঁকালৰ বিষ ভাল হোৱাৰ সময় প্ৰায় দুগুণ বৃদ্ধি পায়। অৰ্থাৎ নিয়মীয়া খোজ কঢ়া লোকসকলে…
Read More...

মৃগীৰোগীৰ মূৰত স্থাপন কৰা হ’ল বিশ্বৰ প্ৰথমটো সফল ডিভাইচ

পৃথিৱীত প্ৰথমবাৰৰ বাবে, চিজাৰ নিয়ন্ত্ৰণ কৰিবলৈ গুৰুতৰ মৃগীৰোগীৰ মূৰত এক বিশেষ সঁজুলি স্থাপন কৰা হৈছে। সংশ্লিষ্ট লোকসকলে দাবী কৰে যে ইয়াৰ জৰিয়তে বহুতো চিজাৰ নিয়ন্ত্ৰণ কৰা সম্ভৱ। যোৱা বছৰ, ডিভাইচটো পৰীক্ষামূলকভাৱে অৰণ ন'ছন নামৰ এজন 13…
Read More...

ছালৰ যত্নৰ বাবে কেঁচা আম অতি উপকাৰী

আমৰ বতৰ আহিলে মানুহৰ খাদ্য তালিকাত কেঁচা আম প্ৰথম স্থানত থাকে। চাটনিৰ পৰা আচাৰলৈকে কেঁচা আম খাবলৈ সুস্বাদু, কিন্তু ছালৰ বাবে যে ই সমানেই উপকাৰী সেয়া জানেনে? কেঁচা আমত এন্টিঅক্সিডেন্টৰ পৰিমাণ বেছি। ইয়াৰ উপৰিও কেঁচা আমত ভিটামিন এ আৰু চি…
Read More...

পেনিক এটেকৰ পৰা হাত সাৰিবলৈ কি কৰিব লাগে

পেনিক এটেক! শব্দটোৰ লগত আমি সকলোৱে কম বেছি পৰিমাণে পৰিচিত। কিবা এটাৰ প্ৰতি অত্যধিক ভয়, অত্যধিক চিন্তা, শাৰীৰিক অস্বস্তি, এই সকলোবোৰৰ ফলত হৃদস্পন্দন দ্ৰুত হয়। শ্বাসৰুদ্ধ হৈ পৰে। শৰীৰৰ পেশীবোৰ জমা হৈ পৰে। চিকিৎসকৰ ভাষাত এই পৰিস্থিতিক পেনিক…
Read More...