স্কুলৰ নামত তম্বুৰ তলত পঢ়িছে ! আফগানিস্তানৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকসকলে হাৰ মনা নাই আজিও
চৌদিশ আলোকিত হয় শিক্ষাৰ পোহৰেৰে। কিন্তু তালিবানৰ শাসনত আফগানিস্তানৰ হাজাৰ হাজাৰ ছাত্ৰ-ছাত্ৰী এই শিক্ষাৰ পোহৰৰ পৰা বঞ্চিত। কিন্তু সেই দেশৰ ছাত্ৰ-ছাত্ৰীসকলে জেহাদীৰ বন্দুকলৈ ভয় নকৰাকৈয়ে অদম্য ইচ্ছাশক্তিৰে পঢ়া-শুনা অব্যাহত ৰাখিছে।!-->!-->!-->…
Read More...
Read More...