Daily Time Axom
Browsing Category

Andhra Pradesh

তিৰুপতি মন্দিৰৰ লাড়ু জন্তুৰ চৰ্বিৰে তৈয়াৰ কৰা হৈছিলঃমুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডু

তিৰুপতি মন্দিৰৰ প্ৰসাদ জন্তুৰ চৰ্বি ব্যৱহাৰ কৰি তৈয়াৰ কৰা হৈছিল! মন্দিৰৰ লাডু ঘীৰ সলনি জন্তুৰ চৰ্বিৰে তৈয়াৰ কৰা হৈছিল বুলি অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু নাইডুৱে এনে বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে। মুখ্যমন্ত্রীৰ এনে অভিযোগ
Read More...

বিশাখাপট্টনমত শোকাৱহ ঘটনা ! ৩ মহলীয়া অট্টালিকা ভাঙি শিশুসহ ৩জনৰ মৃত্যু

নিউজ ডেস্ক, ২৩ মাৰ্চঃ অন্ধ্ৰপ্ৰদেশৰ বিশাখাপট্টনমত শোকাৱহ ঘটনা। ৩ মহলীয়া অট্টালিকা ভাঙি শিশুসহ ৩জনৰ মৃত্যু, আহত হয় ৬জনকৈ ব্যক্তি। পুৱতি নিশা ৰামাযোগী পেটাত ভাগি পৰে পুৰণি অট্টালিকাটো। অট্টালিকাটোৰ দাঁতিকাষৰীয়া স্থানত প্ৰতিৱেশীয়ে স্থাপন
Read More...

অন্ধ্ৰ প্ৰদেশৰ নতুন ৰাজধানী হ’ব বিশাখাপট্টনমঃ মুখ্যমন্ত্ৰী জগন মোহন ৰেড্ডীৰ ঘোষণা

নিউজ ডেস্ক, ৩১ জানুৱাৰীঃ অন্ধ্ৰপ্ৰদেশৰ নতুন ৰাজধানী হ'ব বিশাখাপট্টনম। এতিয়া আৰু ৰাজ্যৰ ৰাজধানী অমৰাৱতী নহয়। এই সন্দৰ্ভত মঙলবাৰে মুখ্যমন্ত্ৰী ৱাই এছ জগন মোহন ৰেড্ডীয়ে ঘোষণা কৰিছে। মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে যে বিশাখাপট্টনম অন্ধ্ৰপ্ৰদেশ
Read More...

প্ৰেমিকৰ সন্মুখতে দলবদ্ধ ধৰ্ষণ প্ৰেমিকাক, গ্ৰেপ্তাৰ ৫

তামিলনাডুত কলেজীয়া যুৱতীক দলবদ্ধ ধৰ্ষণৰ অভিযোগ। অভিযোগ অনুসৰি, এগৰাকী ২০ বছৰীয়া কিশোৰীক ডিঙিত কটাৰী লগাই ধৰ্ষণ কৰা হৈছে। ইতিমধ্যে ঘটনা সন্দৰ্ভত ৫জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে।বৃহস্পতিবাৰে সন্ধিয়া কাঞ্চিপুৰম অঞ্চলত সংঘটিত হয় এই ঘটনা।
Read More...

অন্ধ্ৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৰ ৰেলীত অঘটন, পদপিষ্ট হৈ ৮ জন লোকৰ মৃত্যু

নিউজ ডেস্ক, ২৯ ডিচেম্বৰঃ অন্ধ্ৰপ্ৰদেশত তেলেগু দেশম পাৰ্টিৰ সভাত অঘটন। পদপিষ্ট হৈ মৃত্যু ৮ জনকৈ লোকৰ। মৃতসকলৰ মাজত আছে দুগৰাকী মহিলাও। নেল্লৰৰ কুন্দুকুৰত অনুষ্ঠিত হৈছিল এন চন্দ্ৰবাবু নাইডুৰ সভা। সভাত সমৱেত হৈছিল কেইবা সহস্ৰাধিক জনতা। সভাৰ
Read More...

চিকিৎসালয়ত ভয়ংকৰ অগ্নিকাণ্ড, জীৱন্তে অগ্নিদগ্ধ হৈ কৰুণ মৃত্যু দুই কণমানি সন্তানসহ চিকিৎসকৰ

নিউজ ডেস্ক, ২৫ চেপ্তেম্বৰঃ অন্ধ্ৰ প্ৰদেশৰ তিৰুপতি জিলাৰ ৰেনিগুণ্টাত নৱনিৰ্মিত এখন ব্যক্তিগত চিকিৎসালয়ত ভয়ংকৰ অগ্নিকাণ্ড। এই অগ্নিকাণ্ডত এজন চিকিৎসক আৰু তেওঁৰ দুই সন্তান অগ্নিদ্বগ্ধ হৈ মৃত্যু হৈছে। নিহত চিকিৎসকগৰাকীক ডা০ ৰবিশংকৰ ৰেড্ডী
Read More...