নিশা অৰুণাচল প্ৰদেশত ভয়ংকৰ ভূমিস্খলন, অসমৰ ৪ জন পথ নিৰ্মাণকৰ্মীৰ মৃত্যু
নিউজ ডেস্ক, ৬ মে'- শুকুৰবাৰে নিশা অৰুণাচল প্ৰদেশত ভয়ংকৰ ভূমিস্খলন। ৰাজ্যখনৰ উজনি ছিয়াং জিলাৰ ইংকিয়াং- টুটিং ৰোডৰ মচিং গাঁৱত হোৱা এই ভূমিস্খলনত অসমৰ ৪ জন পথ নিৰ্মাণকৰ্মীৰ মৃত্যু হয়।
জানিব পৰা মতে, ভূমিস্খলন হোৱাৰ সময়ত শ্ৰমিকসকলে পথৰ!-->!-->!-->…
Read More...
Read More...