Daily Time Axom
Browsing Category

Assam

মাজনিশা অচিনাকী গাড়ীত উঠোতে সাৱধান হওক

নগাঁৱত চাঞ্চল্যকৰ ঘটনা,শীতল পানীয়ৰ লগত নিচাযুক্ত দ্ৰব্য মিহলাই এজন যুৱকক চলালে লুট পাট,কাঢ়ি লৈ গ'ল নগদ ধন আৰু ম'বাইল ,মুমূৰ্ষু অৱস্থাত যুৱকজনক পেলাই থৈ গ'ল পথৰ দাঁতিত। ঘটনা অনুসৰি চাৰিদিন পূৰ্বে ছহিদুল ইছলাম নামৰ জুৰীয়াৰ দগাঁৱৰ এজন যুৱক…
Read More...

৫ ব্যায়ামে কলেষ্টেৰল নিয়ন্ত্ৰণত ৰাখিব আপোনাৰো

কলেষ্টেৰলৰ সমস্যাই আজিকালি বহু যুৱক-যুৱতীৰ শৰীৰত দেখা দিছে। বিভিন্ন অনিয়ম আৰু ব্যস্ততাৰে ভৰা জীৱনত শৰীৰত বেয়া কলেষ্টেৰলৰ মাত্ৰা বৃদ্ধি পায়। গতিকে সজাগতা অতি গুৰুত্বপূৰ্ণ। দৈনন্দিন জীৱনত কিছু ব্যায়াম বা যোগ কৰি কলেষ্টেৰল নিয়ন্ত্ৰণত…
Read More...

অৰ্থ সংকটত ভুগিছে চিকিৎসাধীন সাংবাদিক জয়ন্ত দাস চিকিৎসা, খৰচৰ বাবে মুখ্যমন্ত্ৰীৰ সহায় বিচাৰিছে…

অসমীয়া দৈনিক 'আমাৰ অসম'ত স্থানীয় সংবাদদাতা হিচাপে সাংবাদিকতাৰ যাত্ৰা আৰম্ভ কৰি পৰৱৰ্তী সময়ত ফেচবুক পেজ "বৰপেটা এক্সপ্ৰেছ"ৰ এডমিন হিচাপে কেইবাবছৰ ধৰি সাংবাদিকতা কৰি বিপুল জনপ্ৰিয়তা অৰ্জন কৰা বৰপেটাৰোডৰ জ্যেষ্ঠ সাংবাদিক জয়ন্ত কুমাৰ দাস…
Read More...

কেফে বি-ইউয়ে ফ্ৰাইডে ডিনাৰ ফিষ্টত আপোনালৈ আগবঢ়াইছে ভাৰতীয় ষ্ট্ৰীট ফুডৰ সোৱাদ

ৰেডিচন ব্লু গুৱাহাটীৰ কেফে বি-ইউয়ে সন্মানীয় অতিথিসকলক ফ্ৰাইডে ডিনাৰ ফিষ্ট - ষ্ট্ৰীট ফুড অফ ইণ্ডিয়াৰ জৰিয়তে ভাৰতৰ ৰাজপথত সততে দেখা লোভনীয় ৰন্ধনশৈলীৰ সোৱাদ ল’বলৈ আমন্ত্ৰণ জনাইছে। জুলাই মাহৰ প্ৰতি শুক্ৰবাৰে সন্ধিয়া অনুষ্ঠিত হ'বলগীয়া এই…
Read More...

সত্ৰীয়া সংস্কৃতিৰ সাধক,সত্ৰাধিকাৰ ভৱানন্দ দেৱ গোস্বামীৰ প্ৰয়ানত অসম সত্ৰ মহাসভাৰ শোক

ভৱ গোঁসাই" ৰ মৃত্যু জাতীয় জীৱন,সাংস্কৃতিক ক্ষেত্ৰখনৰ অপূৰণীয় ক্ষতি :: কুসুম কুমাৰ মহন্ত মাজুলীৰ ঐতিহাসিক বৰএলেঙী সত্ৰৰ সত্ৰাধিকাৰ শ্ৰীশ্ৰী ভৱানন্দ দেৱ গোস্বামীৰ (ভৱ গোঁসাই) যোৱা ১০ জুলাইৰ পুৱা গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰত বৈকুণ্ঠী…
Read More...

শিৱসাগৰৰ ডিমৌত আপৰ সভা সন্দৰ্ভত অপপ্ৰচাৰ

অসমত আম আদমী পাৰ্টিৰ দলীয় সাংগঠনিক ভেটি শক্তিশালী ৰূপত গঢ়ি তোলাৰ স্বাৰ্থত ইতিমধ্যে দলৰ সকলো কমিটি ভংগ কৰি দিয়া হৈছে। চলিত জুলাই মাহৰ ভিতৰতে নতুন কমিটি গঠনৰ বাবে বৰ্তমান সমগ্ৰ ৰাজ্যজুৰি দলৰ ৱৰ্কিং কমিটীয়ে ব্যাপক সাংগঠনিক তৎপৰতা অব্যাহত…
Read More...

ৰাইজৰ দলৰ সভাপতি অখিল গগৈ বানাক্ৰান্তৰ কাষত

আজি শিৱসাগৰ সমষ্টিৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে ধিং সমষ্টিৰ কেইবাখনো বন্যাৰ্ত অঞ্চল পৰিদৰ্শন কৰে। বানাক্ৰান্ত সকলৰ সমস্যাৰ বুজ ল'বলৈ প্ৰথমে ডুমডুমীয়া,শূইচগেট,যাৰমাৰি, জেঙণি আৰু ধিঙৰ বিভিন্ন প্লাৱিত অঞ্চলত উপস্থিত হৈ ৰাইজক…
Read More...

বিশ্ব জনসংখ্যা দিৱস উপলক্ষে জনসংখ্যা সমাধান ফাউণ্ডেশ্যন, অসমৰ তৰফৰ পৰা দেশৰ প্ৰধানমন্ত্ৰীলৈ স্মাৰক…

দেশৰ ২৩ খন ৰাজ্যৰ ৪০০ ৰো অধিক জিলাৰ পৰা স্মাৰক পত্ৰ প্ৰেৰণ কৰা এই কাৰ্য্যসূচীত ভাগ লোৱা জনসংখ্যা সমাধান ফাউণ্ডেশ্যন (JSF), অসমৰ কাৰ্য্যকৰ্তা সকলে অসন্তুলনীয় জনসংখ্যা বৃদ্ধিৰ বাবে দেশত সম্ভাব্য গৃহযুদ্ধ ৰোধ কৰিবৰ বাবে মাননীয় প্ৰধানমন্ত্ৰী…
Read More...

বাৰিষাত সুস্থ হৈ থাকিবলৈ ডায়েট চাৰ্টৰ পৰা এই খাদ্যসমূহ পৰিহাৰ কৰক

বাৰিষাৰ সময়ত জ্বৰ, চৰ্দি, পেটৰ বিষ, বদহজম আদি ৰোগৰ প্ৰাদুৰ্ভাৱ বাঢ়ি যায়। শৰীৰটো সুস্থ কৰি ৰাখিবলৈ এই কেইটামান কথা পাহৰি নাযাব। ১. জাংক ফুড: ৰেষ্টুৰেণ্ট আৰু পথৰ কাষৰ ষ্টলত খোৱা এৰক। কাৰণ বাৰিষাৰ সময়ত বীজাণু আৰু ভেঁকুৰৰ আক্ৰমণ বাঢ়ি…
Read More...

‘আপৰ নেতাই কংগ্ৰেছত যোগদানৰ বাতৰি অস্বীকাৰ’

আপ, অসমৰ পুনৰগঠনৰ প্ৰক্ৰিয়া চলি আছে "সম্প্ৰতি অসমত আম আদমী পাৰ্টিৰ সাংগঠনিক পুনৰগঠনৰ প্ৰক্ৰিয়া অব্যাহত আছে। ইতিমধ্যে দলৰ ৰাষ্ট্ৰীয় নেতৃত্বই দলীয় সাংগঠনিক ভেটি শক্তিশালী ৰূপত গঢ়ি তোলাৰ স্বাৰ্থত ৰাজ্যিক কমিটী, জিলা কমিটিৰ উপৰি দলৰ…
Read More...