দক্ষিণ শালমাৰা মানকাচৰ জিলাত অবাধে চলিছে তীৰ খেলৰ ৰমৰমীয়া বেহা
চকুমুদা কুলিৰ ভাওত আৰক্ষী প্ৰশাসন৷
দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ মানকাচৰ, খাৰুৱাবান্দা, হাটশিঙীমাৰী, সুখচৰ, বেপাৰীপাৰা, খোপাতীয়া বজাৰ, হাজিৰহাট আদিকৰি বিভিন্ন অঞ্চলত চলিছে অবৈধ তীৰ খেলৰ ৰমৰমীয়া বেহা৷ আনকি জিলা সদৰ হাটশিঙীমাৰীৰ আৰক্ষী!-->!-->!-->!-->!-->…
Read More...
Read More...