ডিব্ৰুগড়ৰ কৃত্ৰিম বান ৰোধৰ বাবে নতুন পদক্ষেপৰ শুভাৰম্ভ কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে!
চহৰখনৰ নলা-নৰ্দমা চাফা কৰি ৰখাৰ বাবে ডিব্ৰুগড় পৌৰ নিগমৰ পাঁচখন মিনি ছুপাৰ ছাকাৰ আজি মুকলি কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। প্ৰতিখন ছুপাৰ ছাকাৰৰ সৈতে থাকিব তিনিটাকৈ ডাম্প টেংক। ইয়াৰ যোগেদি সৰু সৰু পথৰো নলা-নৰ্দমা চাফা কৰাটো!-->!-->!-->…
Read More...
Read More...