Daily Time Axom
Browsing Category

Assam

নিলম্বিত আপৰ কৰ্মীয়ে ৰাজ্যিক পৰিষদ গঠন কৰিব নোৱাৰে

অকৰ্তৃত্বশীল লোকে আপৰ প্ৰতীক ব্যৱহাৰ কৰিলে আইনী ব্যৱস্থা গ্ৰহণ কৰিব আপে আপৰ পৰা নিলম্বন ব্ৰজেন সন্দিকৈ, অনুৰূপা বড়ো, নাৰায়ণ দত্ত ভূঞাক "অসমত আম আদমী পাৰ্টিৰ দলীয় ভেটি শক্তিশালী ৰূপত গঢ়ি তোলাৰ স্বাৰ্থত ইতিমধ্যে ৰাজ্যখনত দলৰ সকলো কমিটি…
Read More...

উত্তৰ গুৱাহাটীৰ মথাউৰিৰ খহনীয়াই নমাইছে আতংক

ৰাজ্যৰ অতি গুৰুত্বপূৰ্ণ বিভাগ হৈছে বান নিয়ন্ত্ৰণ তথা জলসম্পদ বিভাগ । বিভাগটোৰ কামৰ নমুনা দেখিলে তবধ মানিব আপুনি । ব্ৰহ্মপুত্ৰৰ বুকুত বালিৰ মথাউৰি সাজি বান প্ৰতিৰোধৰ চেষ্টা জল সম্পদ বিভাগৰ । ২১ কোটি টকা ব্যয়ৰে উত্তৰ গুৱাহাটী ৰংমহলত সাজি…
Read More...

আজি ৪১গৰাকী প্ৰাৰ্থীক মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই প্ৰদান কৰে নিযুক্তি পত্ৰ

এক লাখ চৰকাৰী চাকৰি প্ৰদানৰ অবিৰত যাত্ৰাক আগুৱাই আজি ৪১গৰাকী প্ৰাৰ্থীক মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই লোকসেৱা ভৱনত অনুষ্ঠিত এক অনুষ্ঠানত নিযুক্তি পত্ৰ প্ৰদান কৰে। ইয়াৰে উচ্চ শিক্ষা সঞ্চালকালয়ৰ অধীনত ২২গৰাকী প্ৰাৰ্থীক অনুকম্পামুলক…
Read More...

বিহুবৰত আলফা স্বাধীনৰ নামৰ ধনদাবী কৰি সোণাৰিৰ পৰা CRPF বাহিনীয়ে আটক কৰে চাৰিজন যুৱকক

চৰাইদেউ NEZ QAT 2 CRPF বাহিনী আৰু বিহুবৰ আৰক্ষীৰ যৌথ অভিযান উজনি অসমত আলফা স্বাধীনৰ নামত ব্যাপক ধনদাবীৰ ঘটনা | নাজিৰাৰ বিহুবৰ আৰক্ষী থানাৰ অন্তৰ্গত বিনা আগৰৱালা নামৰ মহিলা গৰাকীক আলফা স্বাধীনৰ নামত ১৫ লাখ টকা ধনদাবী কৰিছিল | একে সময়তে…
Read More...

বোৱাৰী নিৰুদ্দেশৰ ঘটনা

গেলেকী দোলাকাষৰীয়া গাঁৱৰ নন্দিনী দাস ৰাজখোৱা সন্ধানহীন নাজিৰাৰ গেলেকীত বোৱাৰী নিৰুদ্দেশৰ ঘটনা | গেলেকী দোলাকাষৰীয়া গাঁৱৰ নন্দিনী দাস ৰাজখোৱা নামৰ এগৰাকী ২৩ বছৰীয়া মহিলা যোৱা সোমবাৰৰ পৰা সন্ধানহীন হৈ আছে | এটি দুবছৰীয়া সন্তানৰ মাতৃ…
Read More...

ড্ৰাগছৰ বিৰুদ্ধে এইবাৰ মাৰ বান্ধিছে এখন বিদ্যালয়ে

আপুনি ড্ৰাগছ সেৱন কৰে বা বিক্ৰী কৰে নেকি ? আপোনাৰ সন্তানেও ড্ৰাগছ সেৱন কৰে নেকি! তেন্তে আজিয়েই সাৱধান হওক।কিয়নো মৈৰাবাৰীৰ লগতে কাষৰীয়া অঞ্চলত এতিয়াৰে পৰা পূৰ্বতকৈ অধিক কঠোৰ হৈছে প্ৰশাসন। মৈৰাবাৰী আৰক্ষীৰ উদ্যোগত আৰু মৈৰাবাৰী নিউ…
Read More...

উত্তৰ গুৱাহাটীত বানাক্ৰান্ত শিশুৰ খাদ্যৰ অভাৱত ভোকত ক্ৰন্দন

বান আঁতৰিলেও দুৰ্দশাই যেন লগ এৰা নাই একাংশ বানাক্ৰান্তক। এফালে পানীয়ে ধাহি মুহি সকলো কাঢ়ি নিলে,আনফালে মথাউৰিত আশ্ৰয় লৈ ভোকত চিঞৰিছে শিশুৱে । বিগত দহদিনে উত্তৰ গুৱাহাটী ৰংমহল মথাউৰিত আশ্ৰয় লৈ থকা ১৬টা কৃষক পৰিয়ালৰ আৰ্তনাদ । খেতিৰেই পেট…
Read More...

পশ্চিমবংগৰ ষষ্ঠ আন্তৰ্জাতিক সাহিত্য মহোৎসৱলৈ মৰিগাঁও জিলাৰ বহুভাষী কবি ৰাজুমনি শইকীয়া আমন্ত্ৰিত

প্ৰদান কৰিব মহোৎসৱৰ বিশিষ্ট কবি সন্মান । ভাৰতৰ পশ্চিম বংগৰ উত্তৰ দিনাজপুৰৰ ইছলামপুৰত অহা ২৭ জুলাই আৰু ২৮ জুলাইত অনুষ্ঠিত হ'বলগীয়া "ষষ্ঠ আন্তৰ্জাতিক সাহিত্য মহোৎসৱ"লৈ অসমৰ বহুভাষী কবি ৰাজুমনি শইকীয়া আমন্ত্ৰিত হৈছে ৷ তেওঁ অসমীয়া ,…
Read More...

মাণিকপুৰত নাৰ্বাডৰ ৪৩ তম প্ৰতিষ্ঠা দিৱস,ভিত্তীয় স্বাক্ষৰতা প্ৰদান

বঙাইগাঁও জিলাৰ মাণিকপুৰত আজি ক্ৰিছিল ফাউণ্ডেশ্যনৰ উদ্যোগত নাৰ্বাডৰ ৪৩তম প্ৰতিষ্ঠা দিৱস পালন কৰা হয়। জানিব পৰা মতে - ক্ৰিছিল ফাউণ্ডেশ্যনৰ সহকাৰী ক্ষেত্ৰ বিষয়া প্ৰনৱ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত হয় নাৰ্বাডৰ ৪৩তম প্ৰতিষ্ঠা দিৱস ।প্ৰতিষ্ঠা দিৱসৰ…
Read More...

জ্যেষ্ঠ সাংবাদিক ভূপেন গোস্বামী চিকিৎসাধিন , গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ হৃদৰোগ বিভাগৰ আই চি ইউত…

‘নেচনেল ইউনিয়ন অব্‌ জাৰ্নেলিষ্ট ইণ্ডিয়া’ এন ইউ জে আইৰ ৰাষ্ট্ৰীয উপসভাপতি তথা ‘জাৰ্নেলিষ্ট এছ’ছিয়েচন অব আছাম’ জা' ৰ মুখ্য উপদেষ্টা জ্যেষ্ঠ সাংবাদিক ৰাষ্ট্ৰীয় হিন্দী দৈনিক কাকত ‘ৰাষ্ট্ৰীয় খবৰ’ ৰ উত্তৰ- পূবাৰ্ঞ্চলৰ প্ৰিন্সিপাল কৰেছপণ্ডেণ্ট…
Read More...