Daily Time Axom
Browsing Category

Bangladesh

বাংলাদেশত মুক্তি নহয় শ্বাহৰুখৰ ‘পাঠান’

চাৰিটা দীঘলীয়া বছৰৰ অপেক্ষাৰ অন্তত ভাৰতকে ধৰি ১০০ৰো অধিক দেশৰ ৭৫০০ৰো অধিক ছবিগৃহত একেলগে মুক্তি লাভ কৰিব শ্বাহৰুখ খানৰ নতুন ছবি পাঠান। চুবুৰীয়া দেশ বাংলাদেশো এই তালিকাত আছে। কিন্তু অন্তিম মুহূৰ্তত ২৫০ কোটি টকাৰ বাজেটৰ ছবিখন
Read More...

ঘৰত অগ্নিসংযোগ হৈ একেটা পৰিয়ালৰ ৫ জন সদস্যৰ মৃত্যু হয়

একেটা পৰিয়ালৰ ৫ জন সদস্যৰ মৃত্যু হৈছে এক অগ্নিকাণ্ডত। বাংলাদেশৰ চট্টগ্ৰামৰ ৰংগুনিয়াত সংঘটিত হৈছে এই ঘটনা। নিহত কেইজন হ’ল কংগল বাছাক (৬৮), পত্নী ললিতা বাছাক (৫৭), বোৱাৰী লাকী বাছাক (৩৩), নাতি সৌৰভ বাছাক (১২), নাতিনী শয়ন্তী
Read More...

বেঙেনাত কৰ্কট ৰোগ সৃষ্টিকাৰী উপাদান বিচাৰি উলিয়াইছে বক্ৰবীৰৰ গৱেষকসকলে

নিউজ ডেস্ক, ২ নৱেম্বৰ: কৰ্কট ৰোগ সৃষ্টিকাৰী গধুৰ ধাতুৰ মৌল সীহ, কেডমিয়াম আৰু নিকেলৰ উপস্থিতিৰ বিষয়ে বাংলাদেশ কৃষি বিশ্ববিদ্যালয় (BAKRBI)ৰ বিজ্ঞানীসকলে প্ৰকাশ কৰিছে। গৱেষণাৰ মতে, তেওঁলোকে কয় যে বেঙেনা অবিৰতভাৱে খালে এই উপাদানসমূহ গ্ৰহণ
Read More...

বাংলাদেশত সামুদ্ৰিক ধুমুহা ছিট্ৰাঙে প্ৰাণ ল’লে ৭জনকৈ লোকৰ

নিউজ ডেস্ক, ২৫ অক্টোবৰঃ বাংলাদেশত সামুদ্ৰিক ধুমুহা ছিট্ৰাঙে প্ৰাণ ল'লে ৭জনকৈ লোকৰ। একেটা পৰিয়ালৰ ৩ জনকৈ লোক নিহত। ঢাকাৰ নাগলকোটত সংঘটিত হয় এই ঘটনা। ছিট্ৰাঙৰ বাবে বাংলাদেশত প্ৰবল ধুমহা, বৃষ্টিপাত। ছিট্ৰাঙৰ বাবে খালী কৰা হৈছে কক্সবজাৰ
Read More...

আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে তেওঁৰ বৈঠক বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ

বাংলাদেশত মুক্তিযুদ্ধৰ সময়ত ভাৰতৰ অৱদান কেতিয়াও পাহৰিব নোৱাৰি। এই দেশলৈ আহিলে সেই স্মৃতিৰ আৱেগত ওপঙি থাকে। ভাৰতৰ লগত বন্ধুত্ব চিৰস্থায়ী। মঙলবাৰে পুৱা দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত সেনাৰ ‘গাৰ্ড অৱ অনাৰ’ গ্ৰহণ কৰাৰ পিছত এজন আৱেগিক বাংলাদেশৰ
Read More...

শ্ৰীলংকাৰ পিছতেই এইবাৰ আৰ্থিক সংকটত বাংলাদেশ, বাংলাদেশত ইন্ধনৰ দাম ৫২% লৈ বৃদ্ধি

নিউজ ডেস্ক, ২৩ আগষ্টঃ শ্ৰীলংকাৰ পিছতেই এতিয়া অৰ্থনৈতিক সংকটত ভূগিছে ভাৰতৰ চুবুৰীয়া দেশ বাংলাদেশত। দেশখনত বিদ্যুতৰ চৰম নাটনিয়ে দেখা দিছে। ইন্ধনৰ অভাৱনীয় দাম বৃদ্ধি হৈছে বাংলাদেশত। বাংলাদেশ চৰকাৰী কাৰ্যালয়ৰ সময়ৰ ব্যাপক সালসলনি হৈছে।
Read More...