বলেৰ’ বাহনৰ ওপৰত বাগৰি পৰিল ১২চকীয়া ট্ৰাক, ট্ৰাকৰ চেপাত নিহত বলেৰ’ বাহনৰ চালক
নিউজ ডেস্ক, ১৭ অক্টোবৰঃ গোৱালপাৰাত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে ।বলেৰ' বাহনৰ ওপৰত বাগৰি পৰিল ১২চকীয়া ট্ৰাক, ট্ৰাকৰ চেপাত নিহত বলেৰ' বাহনৰ চালক। গোৱালপাৰাৰ ধনুভাঙা দেওশিলাত সংঘটিত হৈছে এই পথ দুৰ্ঘটনা।
জানিব পৰা মতে মালবাহী ট্ৰাকখনে!-->!-->!-->…
Read More...
Read More...