বিদ্যালয়ত ভয়ংকৰ বিস্ফোৰণ, বিস্ফোৰণত মৃত্যু ২৭ জনৰ
নিউজ ডেস্ক, ৩০ চেপ্তেম্বৰঃ আফগানিস্তানৰ ৰাজধানী কাবুলত ভয়ংকৰ বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছে। এখন বিদ্যালয়ত সংঘটিত হোৱা এই বিস্ফোৰণত প্ৰায় ২৭ জন লোক নিহত হয়। লগতে কেইবাজনো লোক আহত হয়।
এই বিস্ফোৰণত মৃত্যু হোৱা সকলৰ ভিতৰত প্ৰায় ১৯ জন!-->!-->!-->…
Read More...
Read More...