Daily Time Axom
Browsing Category

Big Story

তিনিচুকীয়াত সন্দেহজনক পত্নীসহ ISI সদস্যক আটক

নিউজ ডেস্ক, ২৩ চেপ্তেম্বৰঃ তিনিচুকীয়াত সন্দেহজনক ISI আটক। পত্নীসহ আটক কৰে সন্দেহজনক ISI সদস্য। তিনিচুকীয়াৰ হোটেল ছেফায়াৰৰ পৰা আটক কৰা হয় মহম্মদ হায়াট খাতিব আৰু পত্নী ছামিনা য়াকুবক। ভাৰতীয় সেনা আৰু তিনিচুকীয়া আৰক্ষীয়ে কৰে আটক
Read More...

১৫ অক্টোবৰত পৰ্যটকৰ বাবে মুকলি হ’ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

নিউজ ডেস্ক, ২৩ চেপ্তেম্বৰঃ ২০২২-২৩ পৰ্যটন বৰ্ষৰ বাবে সাজু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ। ১৫ অক্টোবৰত পুনৰ মুকলি হ’ব বিশ্ব ঐতিহ্যক্ষেত্ৰ ৰাষ্ট্ৰীয় উদ্যানখন। ৰাজ্যৰ মুখ্যপ্ৰধান বন সংৰক্ষক এম কে যাদৱে এই কথা প্ৰকাশ কৰে। পৰ্যটকৰ অন্যতম
Read More...

ফুটপাথত শুই থকা ৬ গৰাকীক মহটিয়ালে ট্ৰাকে, নিহত ৪ জন

নিউজ ডেস্ক, ২১ চেপ্তেম্বৰঃ দিল্লীত নিশা শোকাৱহ পথ দুৰ্ঘটনা। তীব্ৰবেগী ট্ৰাকে মহটিয়ায় নিলে ফুটপাথত শুই থকা ৬ গৰাকী লোকক। ঘটনাত নিহত হৈছে ৪ জনকৈ লোক। আন দুজনক সংকটজনক অৱস্থাত হাস্পতালত ভৰ্তি কৰা হয়। দুৰ্ঘটনা সংঘটিত কৰিয়েই পলায়ন কৰে ট্ৰাকখনৰ
Read More...

বঙাইগাঁৱত কৰম উৎসৱৰ মাজত অঘটন, চিলিণ্ডাৰ বিষ্ফোৰণ ঘটি নিহত এজন

নিউজ ডেস্ক, ২১ চেপ্তেম্বৰঃ কৰম উৎসৱৰ মাজতেই অঘটন। গেছৰ চিলেণ্ডাৰ বিষ্ফোৰণ ঘটি নিহত হৈছে এজন লোক ৷ নিহত যুৱকজন পুৰণি বঙাইগাঁৱৰ ভাটিপাৰাৰ বীৰবল ৰায় বুলি জানিব পৰা গৈছে ৷ নিশা সাংস্কৃতিক অনুষ্ঠান চলি থকাৰ মাজতে চিলেণ্ডাৰ বিষ্ফোৰণ ঘটি
Read More...

নৰ্থ চেনেল সাঁতুৰি অভিলেখ গঢ়িলে অসমৰ সাঁতোৰবিদ এলভিছ আলী হাজৰিকাই

নিউজ ডেস্ক, ২১ চেপ্তেম্বৰঃ নৰ্থ চেনেল সাঁতুৰি পাৰ হ'ল অসমৰ সাঁতোৰবিদ এলভিছ আলী হাজৰিকাই। ১৪ ঘণ্টা ৩৮ মিনিটত নৰ্থ চেনেল সাঁতুৰি পাৰ হৈ সপোন বাস্তৱায়িত কৰিলে এলভিছে। উত্তৰ আয়াৰলেণ্ডৰ পৰা স্কটলেণ্ডলৈ এই চেনেলৰ দৈৰ্ঘ্য ২১ কিলোমিটাৰ।
Read More...

বটদ্ৰৱা থানা জ্বলোৱা কাণ্ডৰ মূল অভিযুক্তক গ্ৰেপ্তাৰ

নিউজ ডেস্ক, ২১ চেপ্তেম্বৰঃ বটদ্ৰৱা থানা জ্বলোৱা কাণ্ডৰ আন এটা মূল অভিযুক্তক গ্ৰেপ্তাৰ। মৈৰাবাৰীৰ এটা ইটাভাটাৰ পৰা গ্ৰেপ্তাৰ অভিযুক্ত ছফিকুলক। নগাঁও আৰু মৰিগাঁও জিলা আৰক্ষীৰ যৌথ অভিযানত মৰিগাঁও জিলাৰ মৈৰাবাৰীৰ এটা ইটা ভাটাত অভিযান চলাই
Read More...

আজি বিজেপিত যোগদান কৰিব পাঞ্জাৱৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অমৰেন্দ্ৰ সিং

নিউজ ডেস্ক, ১৯ চেপ্তেম্বৰঃ আজি বিজেপিত যোগদান কৰিব পাঞ্জাৱৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা পাঞ্জাৱ লোক কংগ্ৰেছ দলৰ সভাপতি অমৰিন্দৰ সিং।মন্ত্ৰী গৰাকীয়ে দলৰ শীৰ্ষ নেতাৰ উপস্থিতিত আজি নতুন দিল্লীত বিজেপিত যোগদান কৰিব। এই সিদ্ধান্ত ঘোষণা কৰে
Read More...

লিডুৰ মোলোং পাহাৰত ভয়ংকৰ ঘটনা,বিষাক্ত গেছ নিৰ্গমন হৈ ৩ জন শ্ৰমিকৰ মৃত্য

নিউজ ডেস্ক,১৯ চেপ্তেম্বৰঃ মাৰ্ঘেৰিটাৰ লিডুৰ মোলোং পাহাৰত ভয়ংকৰ ঘটনা। গেছ নিৰ্গত হৈ নিহত হৈছে ৩জন শ্ৰমিক। লিডুৰ কংগ্ৰেছ ফিল্ডৰ সমীপৰ কয়লা খনিত এই ঘটনা সংঘটিত হৈছে।নিহত হোৱা লোককেইজন বঙাইগাঁৱৰ যোগীঘোপাৰ ছহিদুল ইছলাম, হুছেইন আলী
Read More...

আজি অসম আৰক্ষীৰ ২৪৪২টা SI আৰু কণিষ্টবল (AB & UB) পদৰ ফলাফল ঘোষণা

নিউজ ডেস্ক, ১৮ চেপ্তেম্বৰঃ আজি ঘোষণা কৰা হ'ল অসম আৰক্ষীৰ উপ-পৰিদৰ্শক নিযুক্তি পৰীক্ষাৰ ফলাফল । ২০২১ বৰ্ষত অনুষ্ঠিত হৈছিল অসম আৰক্ষীৰ উপ-পৰিদৰ্শক আৰু কনিষ্টবলৰ নিযুক্তি পৰীক্ষা ।পৰীক্ষাৰ্থী সকলে www.slpbr.com ৱেবচাইট যোগে ফলাফল সমূহ চাব
Read More...

এইবাৰ যান-বাহনৰ ওপৰত কৰ বৃদ্ধিৰ সিদ্ধান্ত ৰাজ্য চৰকাৰৰ

নিউজ ডেস্ক, ১৬ চেপ্তেম্বৰঃ পেট্ৰ'ল-ডিজেল, অত্যাৱশ্যকীয় সামগ্ৰীৰ লগতে এইবাৰ যান-বাহনৰ ওপৰত কৰ বৃদ্ধিৰ সিদ্ধান্ত লৈছে ৰাজ্য চৰকাৰে। ১৫ বছৰতকৈয়ো পুৰণি বাহনৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব এই কৰ। আজি বিধানসভাত উত্থাপন হ'ব এই সম্পৰ্কীয় বিধেয়ক।
Read More...