২৪ ঘন্টাত বিহাৰত বজ্ৰপাতৰ ফলত ২১ জন লোকৰ মৃত্যু
বিহাৰত ২৪ ঘন্টাৰ ভিতৰত বজ্ৰপাতৰ ফলত ২১ জন লোকৰ মৃত্যু। ইয়াৰে অধিকাংশ মৃত্যু হৈছে বিহাৰৰ মধুবনী জিলাত।
শুকুৰবাৰে ৰাজ্যখনৰ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা এক বিবৃতি জাৰি কৰি এই কথা জানিবলৈ দিয়ে।
এদিনতে ইমানবোৰ মানুহৰ মৃত্যুত মুখ্যমন্ত্রী…
Read More...
Read More...