Daily Time Axom
Browsing Category

ৰাষ্ট্ৰীয়

ডোডাত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণ সন্দৰ্ভত কি ক’লে ৰাহুল গান্ধীয়ে

কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীয়ে জম্মু-কাশ্মীৰৰ ডোডাত নিহত ভাৰতীয় জোৱানক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। লগতে বিজেপি চৰকাৰক তীব্ৰ আক্ৰমণ কৰে। তেওঁ নিজৰ এক্স হেণ্ডেলত জম্মু-কাশ্মীৰত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণত নিহত ভাৰতীয় জোৱান সকলৰ প্ৰতি গভীৰ শোক…
Read More...

ত্ৰিপুৰাত এইডছত আক্ৰান্ত ৮২৮ গৰাকী ছাত্ৰ-ছাত্ৰী

ত্ৰিপুৰাত ৮২৮ গৰাকী ছাত্ৰ-ছাত্ৰী এইচ আই ভি পজিটিভ। ড্ৰাগছৰ বেজী লৈ এইডছ ৰোগত আক্ৰান্ত স্কুল, কলেজীয়া ছাত্ৰ-ছাত্ৰী। ইয়াৰে কমেও ৪৭ জনে প্ৰাণ হেৰুৱাইছে। ত্ৰিপুৰাৰ ২২০খন বিদ্যালয় আৰু ৪৭খন মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ত সমগ্ৰ দেশতে এইচ আই…
Read More...

বৃহস্পতিবাৰে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে হেমন্ত ছ’ৰেনে

বৃহস্পতিবাৰে পুনৰ ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী পদলৈ উভতি আহে হেমন্ত ছ’ৰেনে। আজি বিয়লি ঝাৰখণ্ড মুক্তি মৰ্চাৰ দলৰ মুৰব্বী ৰাজ্যৰ ত্ৰয়োদশ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। শেহতীয়াকৈ পাঁচ মাহ কাৰাগাৰত কটোৱা হেমন্ত ছ’ৰেনক মুকলি কৰি দিয়া হৈছে।…
Read More...

জলপ্ৰপাতে উটুৱাই নিলে ৫ জন লোকক, পুনেত পৰ্যটকৰ বাবে গাইডলাইন জাৰি

ভয়ংকৰ দুৰ্ঘটনাৰ পৰিণতিত প্ৰশাসনৰ গা লৰচৰ হ'ল । পুনেৰ সমীপত জলপ্ৰপাতে উটুৱাই লৈ যায় এগৰাকী মহিলা আৰু ৪টা শিশু। লোনাভলাৰ ভূষী বান্ধত সংঘটিত হোৱা কৰুণ ঘটনাৰ পৰিপ্ৰেক্ষিতত প্ৰশাসনে এই বাৰিষাত পৰ্যটকৰ বাবে ধাৰাবাহিক সতৰ্কবাণী জাৰি কৰিছে।…
Read More...

অসুস্থতাৰ বাবে অনশন ভংগ কৰে আতিশীয়ে

২১ জুনত তেওঁ পানীৰ দাবীত অনশনত বহিছিল। তেওঁ দাবী কৰিছিল যে হাৰিয়ানা চৰকাৰে দিল্লীক পৰ্যাপ্ত পানী প্ৰদান নকৰালৈকে অনশন অব্যাহত থাকিব। অৱশ্যে, চিকিৎসালয়ত ভৰ্তি হোৱাৰ পিছত, তেওঁ চিকিৎসকৰ পৰামৰ্শ অনুসৰি সিদ্ধান্ত সলনি কৰে। দিল্লীৰ মন্ত্ৰী…
Read More...

৫টা ডবালৈ কাঞ্চনজঙ্ঘা এক্সপ্ৰেছ ৰাওনা হ’ল শিয়ালদাহ অভিমুখে

শিয়ালদাহ অভিমুখী কাঞ্চনজুংগা এক্সপ্ৰেছত ভয়ংকৰ দুৰ্ঘটনা। পিছফালৰ পৰা অহা মাল ৰেলখনৰ প্ৰচণ্ড প্ৰভাৱত ৰেলখনৰ ২টা ডবা ৰে'লপথৰ পৰা ওলাই যায়। এই দুৰ্ঘটনাত এতিয়ালৈকে ১৫ জন লোকৰ মৃত্যু হৈছে। কাঞ্চনজঙ্ঘা এক্সপ্ৰেছ ৰাওনা হৈছে শিয়ালদাহ অভিমুখে।…
Read More...

ঝাৰখণ্ডত নিৰাপত্তাৰক্ষীৰ হাতত ৪ নক্সালবাদী নিহত

ঝাৰখণ্ডৰ পশ্চিম সিংভূম জিলাত নিৰাপত্তা বাহিনী আৰু নক্সালবাদীৰ মাজত সংঘৰ্ষ। সোমবাৰে এই সংঘৰ্ষত নিহত হয় ৪ জন নক্সাল। আৰক্ষীৰ সূত্ৰ অনুসৰি নক্সালবাদীৰ পৰা অস্ত্ৰ-শস্ত্ৰ আৰু বৃহৎ পৰিমাণৰ বিস্ফোৰক উদ্ধাৰ কৰা হৈছে। জানিব পৰা মতে, অঞ্চলটোত…
Read More...

কাঞ্চনজঙ্ঘা এক্সপ্ৰেছ দুৰ্ঘটনাত ১৫ জন লোকৰ মৃত্যু, আৰ্থিক ক্ষতিপূৰণ ঘোষণা প্ৰধানমন্ত্ৰীৰ

কাঞ্চনজঙ্ঘা এক্সপ্ৰেছ দুৰ্ঘটনাত মৃত আৰু আহত লোকৰ সংখ্যা বৃদ্ধি পাইছে। অনুসৰি কাঞ্চনজঙ্ঘা এক্সপ্ৰেছ দুৰ্ঘটনাত এতিয়ালৈকে ১৫জন লোকৰ মৃত্যু হৈছে। আহত লোকৰ সংখ্যা হ’ল ৬০ জন। অৱশ্যে ৰে’লৱেৰ সূত্ৰ অনুসৰি এই পৰ্যন্ত মৃতকৰ সংখ্যা ৮ জন। কাঞ্চনজঙ্ঘা…
Read More...

ইউটিউব চেনেলৰ বিৰুদ্ধে ৰাঘবৰ মানহানিৰ গোচৰ

পঞ্জাৱৰ ইউটিউব চেনেলৰ বিৰুদ্ধে আপৰ সাংসদ ৰাঘৱ চাড্ডাই ৰুজু কৰিছে মানহানিৰ গোচৰ। কিন্তু কাৰণ কি? জানিব পৰা মতে, পঞ্জাৱৰ ইউটিউব চেনেলটোৱে বিজয় মালিয়াই ৰাঘৱ চাড্ডাৰ সৈতে তুলনা কৰিছিল। অভিযোগ অনুসৰি ইউটিউব চেনেলটোৱে ভিডিঅ’টোত কয় যে বিজয়…
Read More...

প্ৰয়োজন হ’লে ভাৰত এৰি যাবলৈও ইচ্ছুক,গোপনীয়তাৰ ক্ষেত্ৰত কোনো আপোচ নকৰে হোৱাটছএপে

গোপনীয়তাৰ লগত আপোচ কৰা নহ’ব। প্ৰয়োজন হ’লে ভাৰত এৰি যাবলৈও ইচ্ছুক। দিল্লী উচ্চ ন্যায়ালয়ত এই কথা কয় মেটাৰ অধিবক্তাই। কেন্দ্ৰীয় চৰকাৰৰ তথ্য প্ৰযুক্তি নিয়ম ২০২১ৰ ক্ষেত্ৰত হোৱাটছএপে নিজৰ স্থিতি স্পষ্ট কৰিছে। মেটাৰ অধিবক্তাই কয় যে মানুহে…
Read More...