Daily Time Axom
Browsing Category

ৰাষ্ট্ৰীয়

লণ্ডনত পঢ়িবলৈ যোৱা ভাৰতীয় ছাত্ৰীক নিৰ্মমভাৱে হত্যা ব্ৰাজিলৰ যুৱকৰ

লণ্ডনত উচ্চ শিক্ষাৰ বাবে যাওঁতে নিহত ভাৰতীয় মৃত ছাত্ৰীগৰাকীৰ নাম তেজস্বিনী । ২৭ বছৰীয়া তেজস্বিনী হায়দৰাবাদৰ বাসিন্দা,স অভিযোগ অনুসৰি মঙলবাৰে পুৱা এজন ব্ৰাজিলৰ নাগৰিকে ভাৰতীয় ছাত্ৰীাগৰাকীক দাৰে কাটি হত্যা কৰে। মঙলবাৰে পুৱা
Read More...

দিল্লীৰ এটা কোচিং চেণ্টাৰত অগ্নিকাণ্ড

দিল্লীৰ এটা কোচিং চেণ্টাৰত অগ্নিকাণ্ড। একাংশ ছাত্ৰ-ছাত্ৰীয়ে নিজৰ জীৱন ৰক্ষাৰ বাবে ৰছীৰে নামিবলৈ চেষ্টা কৰিছিল। নামি অহা সময়ত আহত হয় কেইবাজনো। স্থানীয় সূত্ৰৰ পৰা জানিব পৰা মতে, বৃহস্পতিবাৰে নিশা প্ৰায় ১২:৩০ বজাত দিল্লীৰ মুখাৰ্জী
Read More...

জাতীয় চৰাই ময়ুৰৰ শেষ ৰীতি-নীতি কেনেকৈ কৰা হয় জানেনে?

নিউজ ডেস্ক, ১১জুনঃ জাতীয় চৰাই ময়ুৰৰ শেষ ৰীতি-নীতি কেনেকৈ কৰা হয় জানেনে? চৰকাৰে ১৯৬৩ চনৰ ২৬ জানুৱাৰীত ময়ুৰক জাতীয় চৰাই হিচাপে ঘোষণা কৰিছিল। ইয়াৰ উপৰিও ভাৰত চৰকাৰে ময়ুৰক জীয়াই ৰাখিবলৈ বহু ধৰণৰ প্ৰট’কল তৈয়াৰ কৰিছে।কোৱা হয় ময়ুৰক
Read More...

মধ্যপ্ৰদেশৰ নিৰ্বাচনত কংগ্ৰেছে ১৫০খন আসন লাভ কৰিব, আশাবাদী ৰাহুল

কৰ্ণাটকত জয়ৰ পিছত আত্মবিশ্বাসী কংগ্ৰেছ। এইবাৰ মধ্যপ্ৰদেশত বিধানসভা নিৰ্বাচন। তাতো জয়ী হ’ব বুলি আত্মবিশ্বাসী কংগ্ৰেছ। মধ্যপ্ৰদেশৰ নিৰ্বাচনত দলটোৱে ১৫০খন আসন লাভ কৰিব বুলি মন্তব্য কৰিছে ৰাহুল গান্ধীয়ে। সাংবাদিকৰ সন্মুখত ৰাহুলে কয়,
Read More...

ভাৰতৰ নতুন সংসদ ভৱনৰ আকৃতিক কফিনৰ লগত তুলনা

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভাৰতত নতুন সংসদ ভৱন উদ্বোধন কৰে। ইয়াৰ মাজতে লালু প্ৰসাদ যাদৱৰ দল আৰ জে ডি (নেচনেল পিপলছ পাৰ্টি)য়ে সোঁফালে নতুন সংসদ ভৱনৰ ফটো আৰু বাওঁফালে কফিন পোষ্ট কৰি বিতৰ্কৰ সৃষ্টি কৰিছে। ভাৰতৰ নতুন সংসদ ভৱন
Read More...

মোডীৰ পূৰ্বে আমেৰিকা ভ্ৰমণলৈ ৰাহুল গান্ধী, ৫ হাজাৰ ভাৰতীয়ৰ সৈতে সাক্ষাৎ কৰাৰ পৰিকল্পনা

নৰেন্দ্ৰ মোডীৰ আমেৰিকা ভ্ৰমণৰ পূৰ্বে আমেৰিকালৈ যাব ৰাহুল গান্ধী। জনা গৈছে যে ৩১ মে’ত তেওঁ আমেৰিকাত উপস্থিত হ’ব। মুঠ ১০ দিনৰ বাবে তালৈ যাব। কংগ্ৰেছ নেতাগৰাকীয়ে নিউয়ৰ্কত পাঁচ হাজাৰ ভাৰতীয়ৰ সৈতে এক সমদল উলিয়াব বুলিও জনা যায়।
Read More...

প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে কংগ্ৰেছ নেত্ৰী ৰেনুকা চৌধুৰীৰ মানহানিৰ গোচৰ

মানহানিৰ গোচৰত ৰাহুল গান্ধীক দোষী সাব্যস্ত হোৱাৰ পিছত কংগ্ৰেছে পাছলৈ মোডীক লক্ষ্য কৰি লৈছে। কংগ্ৰেছ নেত্ৰী ৰেনুকা চৌধুৰীয়ে পাঁচ বছৰীয়া পুৰণি মন্তব্যৰ বাবে প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে মানহানিৰ গোচৰ ৰুজু কৰাৰ সিদ্ধান্ত লয়। তেওঁৰ মতে
Read More...

ৰাজধানী দিল্লীত অদ্ভুত বতৰ…কি হৈছে

যোৱা কেইদিনমানৰ পৰা তাপমাত্ৰা বৃদ্ধি পাইছে দিল্লীত। ইয়াৰ মাজতে বুধবাৰে পুৱাৰে পৰা আকাশখন ডাৱৰীয়া হৈ পৰিছে। কিছু অঞ্চলত বজ্ৰপাতৰ সৈতে পাতল বৰষুণো আৰম্ভ হৈছে। কিছু ঘণ্টাৰ পাছত দিল্লী আৰু দাঁতিকাষৰীয়া অঞ্চলত বৰষুণৰ পৰিমাণ বৃদ্ধি পাব
Read More...

উচ্চতম ন্যায়ালয়ক ৰাষ্ট্ৰীয় বিৰোধী শক্তিৰ অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰা হৈছে RSS মুখপত্ৰৰ দাবী

এইবাৰ উচ্চতম ন্যায়ালয়ে আৰ এছ এছক লক্ষ্য কৰি লৈছে। নৰেন্দ্ৰ মোডীক লৈ বিবিচি ৰ’ৰ তথ্যচিত্ৰ সংখ্যাত উচ্চতম ন্যায়ালয়ৰ ভূমিকাক লৈ তেওঁলোক অসন্তুষ্ট। ভাৰত বিৰোধী শক্তিয়ে উচ্চতম ন্যায়ালয় ব্যৱহাৰ কৰা বুলি দাবী কৰিছে সংঘই। তেওঁলোকে দাবী
Read More...

আদানীয়ে পুনৰ পেশীবল দেখুৱালে, সময়ৰ আগতেই ৪০০০ কোটি ঋণ পৰিশোধ

বেংকিং গ্ৰুপৰ পৰা লোৱা ঋণ সোনকালে পৰিশোধ কৰাৰ সিদ্ধান্ত আদানীৰ। ঋণৰ পৰিমাণ ৫০ কোটি ডলাৰ, ভাৰতীয় মুদ্ৰাত যিটো ৪ হাজাৰ কোটি টকাতকৈও অধিক। আমেৰিকাৰ বিনিয়োগ গৱেষণা প্ৰতিষ্ঠানে হিণ্ডেনবাৰ্গ প্ৰতিবেদন প্ৰকাশ কৰাৰ পিছৰে পৰা আদানীৰ
Read More...