Daily Time Axom
Browsing Category

ৰাষ্ট্ৰীয়

সাত মাহ ধৰি ভাতৃদ্বয়ে ধৰ্ষণ কৰি গৰ্ভৱতী কৰা এগৰাকী ১১ বছৰীয়া কিশোৰীয়ে জন্ম দিলে সন্তান

৭ মাহ ধৰি অবিৰতভাৱে দলবদ্ধ ধৰ্ষণ চলাইছিল এগৰাকী ১১ বছৰীয়া কিশোৰীক। যাৰ বাবে তাই গৰ্ভৱতী হয়। আৰু শেষত সন্তান জন্ম দিবলৈ বাধ্য। গাজিয়াবাদৰ এই অমানৱীয় ঘটনাত দোষী সাব্যস্ত হোৱা দুই ভাতৃক আদালতে যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰে।
Read More...

নিবনুৱাৰ বাবে মাহে হাজাৰ টকা, ১ লাখ লেপটপ, মেঘালয়ৰ হৃদয় জয় কৰাৰ প্ৰতিশ্ৰুতি তৃণমূলৰ

মেঘালয়ক আদৰ্শ ৰাজ্য হিচাপে গঢ়ি তোলাৰ লক্ষ্য। দলৰ ইস্তাহাৰ প্রকাশ কৰাৰ সময়তে দাবী কৰে তৃণমূল নিখিল ভাৰতৰ সাধাৰণ সম্পাদক অভিষেক বেনাৰ্জীয়ে। তেওঁ দাবী কৰে যে এই দৃষ্টিভংগীৰ সমগ্ৰ বিশ্বক দেখুৱাব যে মেঘালয়ে কি কৰিব পাৰে। অভিষেকৰ দাবী,
Read More...

তামিলনাডু মন্দিৰৰ উৎসৱত ক্ৰেন ভাঙি মৃত্যু হয় ৪ জন লোকৰ

উৎসৱৰ মাজতে মৃত্যুৰ কিৰিলি। তামিলনাডু মন্দিৰত এক উৎসৱত ক্ৰেন ভাঙি পৰাত নিহত হয় ৪জন লোকৰ। ক্ৰেনখন হঠাৎ ভাঙি পৰা ভিডিঅ’ এটাত দেখা গৈছে। স্থানীয় লোকৰ মতে, যোৱাকালি অৰ্থাৎ দেওবাৰে সন্ধিয়া সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনা। তামিলনাডুৰ
Read More...

তিনিমাহ দিল্লীৰ বিলাসী হোটেলত থাকি ২৩ লাখ টকা নিদিয়াকৈ পলায়ন ! অৱশেষত কৰ্ণাটকত গ্ৰেপ্তাৰ

লোকজনে নিজকে আবুধাবি চৰকাৰৰ বিষয়া বুলি দাবী কৰি তেওঁ প্ৰায় তিনিমাহ দিল্লীৰ এখন হোটেলত থাকিল। তাৰ পিছত লোকজনে ২৩ লাখ টকাৰ বিল নিদিয়াকৈ পলাই যায় যদিও অৱশেষত গ্ৰেপ্তাৰ হয় অভিযুক্ত। আৰক্ষীৰ সূত্ৰ অনুসৰি অভিযুক্তৰ নাম মহম্মদ শ্বৰীফ।
Read More...

ভাৰত জোড়ো যাত্ৰাৰ পিছত ঐতিহাসিক ৰেড চকত কংগ্ৰেছে ৰাষ্ট্ৰীয় পতাকা উত্তোলন নকৰে!

কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰাৰ অন্ত পৰিব অহা ৩০ জানুৱাৰীত। বৃহস্পতিবাৰে জম্মু-কাশ্মীৰত প্ৰৱেশ কৰিছে। শতিকা পুৰণি দলটোৱে যাত্ৰাৰ অন্তিম দিনা তাতেই ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিব। কিন্তু সেয়া দলৰ মুখ্য কাৰ্যালয়তহে। ঐতিহাসিক ৰেড চকত নহয়। এই
Read More...

দেওবাৰে পুৱা কাশ্মীৰৰ বুডগামত সেনা আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষ

মধ্য কাশ্মীৰৰ বুডগামত সন্ত্ৰাসবাদী আৰু নিৰাপত্তা বাহিনীৰ মাজত সংঘৰ্ষ। আৰক্ষীৰ মতে, নিৰাপত্তা বাহিনীয়ে ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে। কিছুদিন পূৰ্বে নিৰাপত্তাৰক্ষীৰ সৈতে হোৱা আন এক সংঘৰ্ষত চাৰিজন সন্ত্ৰাসবাদী নিহত হৈছিল। দেওবাৰে
Read More...

প্ৰেমিকৰ সন্মুখতে দলবদ্ধ ধৰ্ষণ প্ৰেমিকাক, গ্ৰেপ্তাৰ ৫

তামিলনাডুত কলেজীয়া যুৱতীক দলবদ্ধ ধৰ্ষণৰ অভিযোগ। অভিযোগ অনুসৰি, এগৰাকী ২০ বছৰীয়া কিশোৰীক ডিঙিত কটাৰী লগাই ধৰ্ষণ কৰা হৈছে। ইতিমধ্যে ঘটনা সন্দৰ্ভত ৫জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে।বৃহস্পতিবাৰে সন্ধিয়া কাঞ্চিপুৰম অঞ্চলত সংঘটিত হয় এই ঘটনা।
Read More...

দিল্লী দূতাবাসত ভাৰতীয় মহিলাৰ ওপৰত যৌন নিৰ্যাতন!

দিল্লীৰ পাকিস্তানৰ দূতাবাসত ভাৰতীয় মহিলাৰ যৌন নিৰ্যাতনৰ অভিযোগ । দেশখনৰ চৰকাৰে বৃহস্পতিবাৰে এই কথা অৱগত কৰিছে। পাকিস্তানৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ মুমতাজ জাহৰা বালোচে কয় যে পাকিস্তানে এইবোৰৰ কোনো এটা বিষয় সহ্য নকৰে।
Read More...

২৫ বছৰৰ ভিতৰত ভাৰত ২০ ট্ৰিলিয়ন ডলাৰৰ অৰ্থনীতি হ’ব! প্ৰধানমন্ত্ৰীৰ বিত্তীয় উপদেষ্টাৰ দাবী

স্বাধীনতাৰ শতবাৰ্ষিকীত ভাৰত বিশ্বৰ অন্যতম শক্তিশালী অৰ্থনীতি হিচাপে আত্মপ্ৰকাশ কৰিব। ভাৰতৰ জিডিপি ২০ ট্ৰিলিয়ন ডলাৰ হ’ব। কেৱল সেয়াই নহয়, জনমূৰি আয়ৰ ক্ষেত্ৰত ভাৰতে বিশ্বৰ অন্যতম শক্তিশালী দেশক পৰাস্ত কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ
Read More...

কিয় ধৰ্মেন্দ্ৰ পুত্ৰ বলীউডৰ পৰা আঁতৰি গ’ল

ভাৰতীয় চিনেমাৰ বহু প্ৰত্যাশিত ছবিত যোগদান কৰিছে ববি দেৱালে। দক্ষিণৰ অভিনেতা পৱন কল্যাণৰ ছবি ‘হৰি হৰ বীৰা মল্লু’ত মোগল সম্ৰাট ঔৰংজেবৰ চৰিত্ৰত দেখা যাব ধৰ্মেন্দ্ৰ পুত্ৰক। কৃষ্ণ জাগৰলামুদীয়ে পৰিচালনা কৰিছে ছবিখনৰ। ইয়াৰ পূৰ্বে তেওঁ
Read More...