Daily Time Axom
Browsing Category

ক্ৰীড়া

IPL ৰ টিভি দৰ্শকৰ সংখ্যা কমিছে, কোটিপতি ক্ৰিকেট লীগে হেৰুৱাইছে জনপ্ৰিয়তা !

IPL ৰ টিভি দৰ্শকৰ সংখ্যা কমিছে, কোটিপতি ক্ৰিকেট লীগখনে হেৰুৱাইছে জনপ্ৰিয়তা ! সম্পূৰ্ণ ব্যৱসায়িক ক্ৰিকেট আই পি এলে নিজৰ জনপ্ৰিয়তা হেৰুৱাইছে । আই পি এলৰ মেচ আছে বুলি সন্ধিয়া ৭-৩০ বজাত টিভিৰ সন্মুখলৈ দৌৰি যোৱাৰ পৰিৱেশ আৰু নাই এতিয়া ৷
Read More...

অভিনেত্ৰী ৰেখা আৰু কাৰ কাৰ সৈতে প্ৰেম আছিল ইমৰান খানৰ?

মাত্ৰ দউদিন পূৰ্বে পাকিস্তানৰ প্ৰধানমন্ত্ৰীৰ চকীখন হেৰুৱাইছে তেঁও।তেওঁৰ অনুৰাগীসকল ৰাজনীতিবিদ ইমৰানৰ ব্যক্তিগত জীৱনক লৈ কম উৎসাহী নহয়। ইমৰানৰ জীৱনৰ কেইবাটাও 'প্ৰেমৰ সম্পৰ্ক'ৰ ওপৰতো চৰ্চা শীৰ্ষত আছে। ৰেখাৰ সৈতে একে ধৰণৰ সম্পৰ্ক গঢ়ি উঠিছিল
Read More...

হিৰো আইডব্লিউএল কোৱালিফায়াৰ্ছ ড্ৰৰে অভিযান সামৰিলে গুৱাহাটী চিটী এফচিয়ে

হিমাচল প্ৰদেশৰ গ’লাজো এফচিৰ বিৰুদ্ধে ড্ৰ খেলি আজি হিৰো ইণ্ডিয়ান ৱমেন্‌ছ লীগৰ কোৱালিফায়াৰ্ছৰ অভিযান সামৰিলে গুৱাহাটী চিটী ফুটবল ক্লাব (জিচিএফচি)এ ৷ আজি নতুন দিল্লীৰ ডঃ আম্বেদকাৰ ষ্টেডিয়ামত হোৱা মেচখনত গ’লাজোৰ বিৰুদ্ধে আৰম্ভণিৰে পৰা
Read More...

আইডব্লিউএল কোৱালিফায়াৰ্ছ,আজি গুৱাহাটী চিটী এফচিৰ খেল

গুজৰাটৰ আৰা এফচিৰ বিৰুদ্ধে কাইলৈ নতুন দিল্লীৰ ডঃ আম্বেদকাৰ ষ্টেডিয়ামত ইণ্ডিয়ান ৱমেন্‌ছ লীগ চমুকৈ আইডব্লিউএলৰ কোৱালিফায়াৰ্ছত নিজৰ অভিযানৰ পাতনি মেলিব গুৱাহাটী চিটী এফচি (জিচিএফচি)য়ে ৷ ভাৰতীয় পেছাদাৰী মহিলা ফুটবলৰ সৰ্বোচ্চ এই লীগৰ
Read More...

ভাৰতীয় দল পৰাজিত হোৱা স্বত্বেও, ক্ৰিকেট বিশ্বত অভিলেখ ঝুলনৰ

বিশ্বকাপৰ চতুৰ্থখন খেলত ভাৰত ইংলেণ্ডৰ হাতত ৪ উইকেটত পৰাজিত হৈছিল। বেটিং বিফলতাত মিতালী ৰাজে পৰাজয়ৰ সন্মুখীন হ'ব লগা হৈছিল। দলটো পৰাজিত হ'লেও ঝুলন গোস্বামীয়ে এটা ব্যক্তিগত উদাহৰণ স্থাপন কৰিছিল। এদিনীয়া ক্ৰিকেটত ঝুলন হৈছে ২৫০ টা উইকেটৰ
Read More...

কিংবদন্তী ক্ৰিকেটাৰ স্পিন বলৰ যাদুকৰ শ্বেন ৱাৰ্ণৰ আকস্মিক মৃত্যু

২২ গজৰ এজন মহনায়কে চিৰবিদায় মাগিলে এই পৃথিৱীৰ পৰা ৷ বিশ্বৰ সৰ্বকালৰ এগৰাকী মহান ক্ৰিকেটাৰ শ্বেন ৱাৰ্ণৰ শুকুৰবাৰে থাইলেণ্ডত মৃত্যু ঘটিছে ৷ অষ্ট্ৰেলিয়াৰ মহান ক্ৰিকেটাৰজনে ৫২ বছৰ বয়সত হৃদৰোগত আক্ৰান্ত হৈ মৃত্যুক সাৱটি ল’ব লগা হয় ৷ ক্ৰিকেট
Read More...

৮-১১ মাৰ্চত গুৱাহাটীত ৪৩ সংখ্যক আন্তঃজিলা জুনিয়ৰ আৰু ছিনিয়ৰ এথলেটিকছ

অসম এথলেটিকছ সন্থাৰ উদ্যোগত চলিত বৰ্ষৰ ৮-১১ মাৰ্চলৈ গুৱাহাটীৰ ইন্দিৰা গান্ধী এথলেটিকছ ষ্টেডিয়ামত অনুষ্ঠিত হ’ব ৪২ সংখ্যক আন্তঃজিলা জুনিয়ৰ আৰু ছিনিয়ৰ এথলেটিকছ প্ৰতিযোগিতা। এই প্ৰতিযোগিতা ল’ৰা-ছোৱালী উভয় শাখাত অনূৰ্ধ্ব ১৪, অনূৰ্ধ্ব ১৬,
Read More...

ছিংগাপুৰত মীৰাবাই চানুৰ কমনৱেলথ গেমছৰ বাবে যোগ্যতা অৰ্জন

শুকুৰবাৰে ছিংগাপুৰত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় ভাৰোত্তোলন চেম্পিয়নশ্বিপত দেশৰ তাৰকা ভাৰোত্তোলকে ৫৫ কিলোগ্ৰাম শাখাত স্বৰ্ণ জয় কৰে। চানুৱে প্ৰথমবাৰৰ বাবে এই শ্ৰেণীত অৱতৰণ কৰিছে। তেওঁৰ ওজন মুঠ ১৯১ কিলোগ্ৰাম আছিল। ইয়াত অন্তৰ্ভুক্ত আছে ৮৬
Read More...

শচীন তেণ্ডুলকাৰে বৰ্তমানৰ নিয়মৰ ক্ৰিকেট খেলাহেঁতেন ১ লাখ ৰাণ সংগ্ৰহ কৰিলেহেঁতেন: ছোৱেব আখটাৰ

শচীন তেণ্ডুলকাৰৰ চমকপদ ক্ৰিকেট কেৰিয়াৰত তেওঁক আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অবিশ্বাস্য ৩৪,৩৫৭ ৰাণ সংগ্ৰহ কৰা দেখা গৈছিল। ভাৰতীয় বেটিং মহান খেলুৱৈগৰাকীয়ে এদিনীয়া আৰু টেষ্ট ক্ৰিকেট দুয়োটাতে সৰ্বাধিক ৰাণ সংগ্ৰহকাৰী হিচাপে তেওঁৰ কেৰিয়াৰ
Read More...

টেষ্ট ক্ৰিকেটৰ অধিনায়কত্বৰ পৰা কোহলীৰ অৱসৰ; গৌৰাৱান্বিত অনুষ্কা

অনুষ্কা শৰ্মা বিৰাট কোহলীক লৈ গৌৰৱান্বিত। সেয়েহে তেওঁৰ স্বামীয়ে টেষ্ট ক্ৰিকেটৰ অধিনায়কত্বৰ পৰা অৱসৰ লোৱাৰ পিছত অনুষ্কাই এক দীঘলীয়া আৱেগিক পোষ্টেৰে তেওঁৰ প্ৰেম প্ৰকাশ কৰিছে। তেওঁ এটা পোষ্টত কেনেকৈ কোহলীক অভিজ্ঞতাৰে সমৃদ্ধ হোৱা দেখিছে
Read More...