Daily Time Axom
Browsing Category

ক্ৰীড়া

হকীৰ যাদুকৰ মেজৰ ধ্যানচান্দৰ আজি পৱিত্ৰ মৃত্যু বাৰ্ষিকী

১৯৭৯ চনৰ আজিৰ দিনটোতে ভাৰতৰ কিংবদন্তি হকী খেলুৱৈ মেজৰ ধ্যান চান্দে নতুন দিল্লীৰ অল ইণ্ডিয়া ইনষ্টিটিউট অৱ মেডিকেল ছাইন্সেছত যকৃতৰ কৰ্কট ৰোগত আক্ৰান্ত হৈ ৭৪বছৰ বয়সত মৃত্যুবৰণ কৰে। এই বছৰ এই গৰাকী চুপাৰষ্টাৰৰ ৪২ তম মৃত্যু বাৰ্ষিকী উদযাপন কৰা
Read More...

কে কে আৰত ২০২২ চনৰ আই পি এলৰ বাবে ভেঙ্কটেশ, বৰুণ, ৰাছেল আৰু নাৰিন থাকিব

কলকাতা নাইট ৰাইডাৰ্ছে দুজন আই পি এল অধিনায়কক অব্যাহতি দিছিল। গৌতম গম্ভীৰৰ পিছত দীনেশ কাৰ্তিক কেকেআৰৰ অধিনায়ক হৈছিল। তাৰপাছতে ইংলেণ্ডৰ ইয়ন মৰ্গান অধিনায়ক আছিল। শ্বাহৰুখ খানৰ দলে (আই পি এল ২০২২ কে কে আৰ ৰিটেনচন লিষ্ট) আগন্তুক আই পি এলৰ
Read More...

ভাৰতৰ হাতৰ পৰা পিছলিল বিজয়, ড্ৰ হ’ল টেষ্ট খেল

ভাৰতে কানপুৰত নিউজিলেণ্ডৰ মাজত প্ৰথমখন টেষ্ট খেলড্ৰ কৰিলে। ভাৰতে পঞ্চম দিনা নিউজিলেণ্ডৰ অন্তিম উইকেট ল'বলৈ ব্যৰ্থ হোৱাত আৰু অৱশেষত খেলখন ড্ৰ হ’ল। ভাৰতে নিউজিলেণ্ডক জয়ৰ বাবে ২৮৪ ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰিছিল। ইয়াৰ প্ৰত্যুত্তৰত নিউজিলেণ্ডে ৯
Read More...

পাকিস্তানৰ সৈতে খেলত পূৰ্বৰেপৰা ভয় খাই থাকে ভাৰতীয় ক্ৰিকেটাৰ…” – ভাৰতীয় ক্ৰিকেটাৰক লৈ…

ভাৰতীয় ক্ৰিকেট অনুৰাগীৰ মনৰ কেঁচা ঘাঁত চেঙা তেল ঢালিছে পাকিস্তানী প্ৰাক্তন তাৰকা ক্ৰিকেটাৰে ৷ভাৰত-পাকিস্তানৰ মাজৰ ক্ৰিকেট খেল বুলিলেই যেন প্ৰকৃততে দুই দেশৰ সমৰ্থকৰ মাজত এখন অঘোষিত মানসিক যুদ্ধহে চলে ৷ এইবাৰ দুই দেশৰ খেল হ’লে ভাৰতীয়
Read More...

ভৱিষ্যতৰ ভাৰতীয় ক্ৰিকেট তাৰকা ঋতুৰাজ গায়কৱাডে! কোন এই ঋতুৰাজ ?

টীম ইণ্ডিয়াৰ কিংবদন্তি অপেনাৰ ৰোহিত শৰ্মা বৰ্তমান বিশ্বৰ শ্ৰেষ্ঠ অপেনিং বেটছমেন। ইয়াক কোনেও অস্বীকাৰ কৰিব নোৱাৰে যে ৰোহিতে অকলে গোটেই খেলখন নিজে সলনি কৰি দিব পাৰে। কিন্তু এতিয়া ৰোহিত ডাঙৰ হৈ আহিছে আৰু তেওঁ অহা কেইবছৰমানত ক্ৰিকেটক
Read More...

সৌৰভ-ৰোহিত-চেহৱাগ-আজহাৰৰ শাৰীত নাম লিখিলে শ্ৰেয়সে

কানপুৰৰ গ্ৰীণ পাৰ্কত নিউজিলেণ্ডৰ বিৰুদ্ধে শৃংখলাৰ প্ৰথমখন টেষ্টত শ্ৰেয়াছ আয়াৰে এটা বৃহৎ শতক অৰ্জন কৰিলে। যাৰ ফলত তেওঁ এই কৃতিত্ব অৰ্জন কৰা বিশ্বৰ ১১০ তম বেটছমেন হব’লৈ সক্ষম হৈছে । তেওঁ এই দৃষ্টান্ত স্থাপন কৰা ভাৰতৰ ১৬তম বেটছমেন । ভাৰতীয়
Read More...

ভাৰতীয় ক্ৰিকেটাৰসকল ‘আইচিচি টি-২০ ৰেংকিঙ’ত কোন ক’ত আছে?

ভাৰতৰ দুই বেটছমেন লোকেশ ৰাহুল আৰু সূৰ্যকুমাৰ যাদৱে আইচিচি টি-২০ ৰেংকিঙত উন্নতি কৰিছে। ৰাহুলে নিউজিলেণ্ডৰ বিৰুদ্ধে শেহতীয়াকৈ সমাপ্ত হোৱা টি-২০ শৃংখলাত ভাল খেলি শীৰ্ষ পাঁচত প্ৰৱেশ কৰিছে। সূৰ্য ২৪ খোজ আগবাঢ়িল। আইচিচিয়ে বুধবাৰে নতুন টি-২০
Read More...

ভাৰত-নিউজিলেণ্ডৰ টেষ্ট শৃংখলাত বিৰাট কোহলী আৰু ৰোহিত শৰ্মাক বিশ্ৰাম ৷

টীম ইণ্ডিয়াই ২৫ নৱেম্বৰৰ পৰা কানপুৰত নিউজিলেণ্ডৰ বিৰুদ্ধে টেষ্ট শৃংখলা খেলিব। নিয়মীয়া অধিনায়ক বিৰাট কোহলীক প্ৰথম টেষ্টৰ পৰা বিশ্ৰাম দিয়া হৈছে আৰু ৰোহিত শৰ্মাক সমগ্ৰ টেষ্ট শৃংখলাৰ পৰা বিশ্ৰাম দিয়া হৈছে। ৰোহিত-বিৰাটে ভাৰতীয় দলৰ মেচখন
Read More...

টি-২০ত ৰোহিত শৰ্মাৰ অভিলেখ

ভাৰত-নিউজিলেণ্ডৰ মাজৰ দেওবাৰে কলকাতাত অনুষ্ঠিত হৈ যোৱা তৃতীয়খন টি-২০ মেচত ৰোহিত শৰ্মাই এক অভিলেখ গঢ়ে। অধিনায়কগৰাকীয়ে ৩১ টা বলত তিনিটা ছয় আৰু ৫ টা চাৰিৰে ৫৬ ৰানৰ এক দুৰ্দান্ত ইনিংছ খেলে।তাৰ লগে লগে তেওঁ আন্তঃৰাষ্ট্ৰীয় টি-২০ ত সৰ্বাধিক
Read More...

বিৰাট কোহলীক পিছ পেলাই টি-২০ত নেউজিলেণ্ডৰ গাপ্টিলৰ অভিলেখ ৷

মাৰ্টিন গাপ্টিলে ক্ৰিকেটৰ মহাবীৰ বিৰাট কোহলীক অতিক্ৰম কৰিলে। কোহলীক পিছ পেলাই তেওঁ বৰ্তমান আন্তৰ্জাতিক টি-২০ ক্ৰিকেটত সৰ্বাধিক ৰান সংগ্ৰহকাৰী হ'ল। ভাৰতৰ বিৰুদ্ধে দ্বিতীয় টি-২০ আৰম্ভ হোৱাৰ আগতে নিউজিলেণ্ডৰ অপেনাৰজন কোহলীৰ পৰা মাত্ৰ ১১ ৰাণ
Read More...