Daily Time Axom
Browsing Category

ক্ৰীড়া

ৰাজ্যিক ফেন্সিং প্ৰতিযোগিতা আৰম্ভ

অসম ফেন্সিং সন্থাৰ উদ্যোগত গুৱাহাটীত শণিবাৰৰ পৰা অসম ৰাজ্যিক ফেন্সিং প্ৰতিযোগিতা আৰম্ভ হৈছে। দেওবাৰে অন্ত পৰিবলগীয়া প্ৰতিযোগিতাখনত ল’ৰা-ছোৱালী উভয় শাখাত ১১ খন জিলাৰ ১৭১ জন খেলুৱৈয়ে অংশগ্ৰহণ কৰিছে। এপী, ফইল আৰু ছেব্ৰে শাখাত প্ৰতিযোগিতাখন
Read More...

অসম গৌৰৱ লাভলীনালৈ DSPৰ চাকৰি অসম চৰকাৰৰ

অলিম্পিক বিজয়ী ভাৰত বৰ্ষৰ সৰ্বোচ্চ সন্মানীয় মেজৰ ধ্যানচাঁদ খেলৰত্ন বটাৰ বাবে মনোনীত অসম কন্যা লাভলীনা বৰগোঁহাইলৈ উপ আৰক্ষী অধীক্ষকৰ (DSP) চাকৰি অসম চৰকাৰৰ ৷ বুধবাৰে কেবিনেটে জনালে অনুমোদন ৷ ৰাজ্য চৰকাৰৰ সমন্বিত ক্ৰীড়া নীতি অনুসৰি টকিঅ’
Read More...

লাভলীনালৈ দেশৰ সৰ্বোচ্ছ ক্ৰীড়া সন্মান ’খেলৰত্ন’

বিশ্বত অসমৰ নাম উজলাই তোলা অসম কন্যা লাভলীনা বৰগোঁহাইলৈ সৰ্বোচ্ছ ক্ৰীড়া সন্মান খেলৰত্ন সন্মান ৷ অলিম্পিকৰ স্বৰ্ণ পদক বিজয়ী নীৰজ চোপ্ৰা, ব্ৰঞ্জ পদক বিজয়ী লাভলীনা বৰগোঁহাই আৰু ভাৰতীয় ফুটবল দলৰ অধিনায়ক সুনীল ছেট্টীও এই বছৰৰ খেল ৰত্ন
Read More...

ভাৰতীয় ক্ৰিকটাৰ মহহ্মদ ছামীৰ সমৰ্থনত ৰাহুল গান্ধী, ট্ৰলকাৰী ক্ষমাৰ আহ্বান

টি-২০ বিশ্বকাপৰ উদ্বোধনী খেলখনত ভাৰত পাকিস্তানৰ হাতত বেয়াকৈ পৰাজিত হোৱাৰ পিছত চছিয়েল মিডিয়াত মহম্মদ ছামীয়ে বিভিন্ন ট্ৰ'ল আৰু সমালোনাত্মক মন্তব্য পাবলগীয়া হৈছে । সেয়েহে বিভিন্নজন ৰাজনৈতিক নেতা,ৰাহুল গান্ধী, ওমৰ আব্দুল্লা, আসাদুদ্দিন ওৱাইচি
Read More...

আই পি এলত নতুন দুটা দল

আই পি এলৰ পৰিসৰ বাঢ়ি আহিছে। প্ৰতিযোগিতাখন অহা বছৰৰ পৰা আঠটাৰ পৰিৱৰ্তে দহটা দলৰ প্ৰতিযোগিতা হ'বলৈ সাজু হৈছে। নতুন দুটা দল অহাৰ বাবে বোৰ্ডৰ সভাপতি সৌৰভ গাংগুলী সুখী। দেওবাৰে ডুবাইৰ অভিজাত হোটেলত উদ্বোধনী অনুষ্ঠানতো তেওঁ উপস্থিত আছিল। সৌৰভে
Read More...

সফলতাৰ আঁৰত যৌনসম্পৰ্ক! দাবী ৩ বাৰৰ অলিম্পিক স্বৰ্ণজয়ী সাঁতোৰবিদৰ

ডিজিটেল ডেস্কঃ কঠোৰ পৰিশ্ৰম বা নিয়মীয়া অনুশীলন নহয়, তেওঁৰ সফলতাৰ আঁৰত আছে যৌনতা! এই চাঞ্চল্যকৰ দাবী এগৰাকী ৰাছিয়ান সাঁতোৰবিদৰ। তেওঁ লগতে কৈছে যে খেলৰ পূৰ্বে কৰা সম্ভোগে তেওঁক শাৰীৰিক শক্তি বৃদ্ধি কৰাত সহায় কৰে। টকিঅ’ অলিম্পিকত
Read More...

সোণৰ পদক জয় কৰিব নোৱাৰি মই দুঃখিতঃ লাভলীনা

ডিজিটেল ডেস্কঃ বিশ্ব জয় কৰি আজি মাতৃভূমিত উপস্থিত হোৱা অসম গৌৰৱ লাভলীনা বৰগোহাঁই য়ে বিমান বন্দৰৰ পৰা পোনে পোনে এখন চাৰ্টাৰ্ড বাছত হোটেল তাজ ভিভাণ্টালৈ ৰাওনা হয় লাভলীনা। অলিম্পিকত ইতিহাস ৰচি জন্মভূমিত উপস্থিত লাভলীনা বৰগোহাঁই । পুৱা
Read More...

“আমি আশাবাদী জিলিকিব ধনশিৰি “শ্লোগানেৰে সৰুপথাৰ আৰু বৰপথাৰত আছুৰ দেৱাল অংকন

ডিজিটেল ডেস্কঃ ৰাজ্যৰ চৌদিশে এতিয়া সকলোৰে মুখত কেৱল লাভলীনা, লাভলীনা,লাভলীনা।লাভলীনাক লৈ সদা ব্যস্ত হৈ পৰিছে যেন সকলো । বিশ্বৰ সৰ্বশ্ৰেষ্ঠ ক্ৰীড়া ক্ষেত্ৰ অলিম্পিকত ভাৰতৰ হৈ প্ৰতিনিধিত্ব কৰিবলৈ যোৱা ব্ৰঞ্জৰ পদক বিজয়ী তথা অসম কন্যা লাভলীনা
Read More...

অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰিলে মিজুৰামৰ লালৰেমছিয়ামীয়ে

ডিজিটেল ডেস্ক: মিজুৰামলৈ গৌৰৱ কঢ়িয়াই আনিছে এগৰাকী ২১ বছৰীয়া যুৱতী।২১ বছৰীয়া লালৰেমছিয়ামীয়ে যোগ্যতা অৰ্জন কৰিছে টকিঅ' অলিম্পিকলৈ।অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰা লালৰেমছিয়ামী হৈছে মিজুৰামৰ প্ৰথমগৰাকী মহিলা।টকিঅ' অলিম্পিকত ভাৰতীয় মহিলা হকী দলক
Read More...

প্ৰথম ভাৰতীয় হিচাপে পেৰা অলিম্পিকত টাইকোৱানডো খেলিব অৰুণাই।

ডিজিটেল ডেস্কঃ-পেৰা অলিম্পিকত প্ৰথম বাৰৰ বাবে টাইকোৱানডোত ভাৰতে প্ৰতিদ্বন্দিতা আগবঢ়াব। ভাৰতৰ হৈ টাইকোৱানডোত প্ৰতিদ্বন্দিতা আগবঢ়াব অৰুণা তানৱাৰে। টাইকোৱানডোৰ ক্ষেত্রখনত দুৰন্ত প্ৰদৰ্শনৰ বাবে বৃহস্পতিবাৰে ৱাইল্ড কাৰ্ড লাভ কৰে অৰুণাই।
Read More...