Daily Time Axom
Browsing Category

China

চীনৰ বি আৰ আই প্ৰকল্পক পুনৰ সমৰ্থন কৰা নাই ভাৰতে

ভাৰতে পুনৰ চীনৰ বেল্ট এণ্ড ৰোড ইনিচিয়েটিভ (বি আৰ আই)ক সমৰ্থন কৰাৰ পৰা বিৰত আছে। এই প্ৰকল্পৰ বিৰোধিতা কৰা চাংহাই সহযোগিতা সংস্থাৰ একমাত্ৰ সদস্য ভাৰত। ৰাছিয়া, পাকিস্তান, কাজাখস্তান, কিৰ্গিস্তান, তাজিকিস্তান আৰু উজবেকিস্তানে বি আৰ
Read More...

অৰুণাচল প্ৰদেশৰ ১১টা স্থানক চীনে দিলে নতুন নাম

নিউজ ডেস্ক, ৪ এপ্ৰিলঃ অৰুণাচল প্ৰদেশৰ ১১টা স্থানক চীনে দিলে নতুন নাম। ৰাজ্যখনৰ ওপৰত নিজৰ দাবীৰ ওপৰত পুনৰ গুৰুত্ব দিয়াৰ প্ৰচেষ্টাৰে চীনে অৰুণাচল প্ৰদেশৰ স্থানসমূহৰ নাম সলনি কৰিছে। এই স্থানসমূহক চীনে ‘‘জাংনান, দক্ষিণ তিব্বতৰ অংশ ’’ হিচাপে
Read More...

পাকিস্তানক বন্ধু চীনে ৭০ কোটি ডলাৰৰ ঋণ অনুমোদন জনাইছে

বৰ্তমান পাকিস্তানে এক অভূতপূৰ্ব অৰ্থনৈতিক সংকটৰ সন্মুখীন হৈছে। আকাশলংঘী হৈছে মুদ্ৰাস্ফীতি। আমদানিকৃত সামগ্ৰী বন্দৰত আবদ্ধ হৈ আছে। দেশৰ বৈদেশিক মুদ্ৰাৰ মজুতত ৩ বিলিয়ন মাৰ্কিন ডলাৰতকৈও কম ধন বাকী আছে। ইফালে, প্ৰধানমন্ত্ৰী শ্বেহবাজ
Read More...

চীনৰ এটা সোণৰ খনিত আবদ্ধ ১৮জন লোক

উত্তৰ-পশ্চিম চীনৰ জিনজিয়াং অঞ্চলৰ এটা সোণৰ খনিত আবদ্ধ হৈ আছে ১৮ জন শ্ৰমিক। উদ্ধাৰকাৰী দলে তেওঁলোকক উদ্ধাৰ কৰি আছে। শনিবাৰে বিয়লি কাজাখস্তান সীমান্তৰ পৰা প্ৰায় ১০০ কিলোমিটাৰ দূৰত্বত থকা ইনিং কাউন্টিত সোণৰ খনিটোত ৪০ জন লোকে কাম কৰি
Read More...

টাৱাঙত ভাৰত-চীনৰ সেনা জোৱানৰ মাজত হতাহতি, গুৱাহাটীৰ 151 সেনা হাস্পতালত ভৰ্তি আহত ভাৰতীয় সেনাক

নিউজ ডেস্ক, ১৩ ডিচেম্বৰঃ পুনৰ সংঘৰ্ষ ভাৰত আৰু চীনৰ সেনাৰ মাজত। শুকুৰবাৰে নিশা দুয়োখন দেশৰ সেনাই নিয়ন্ত্ৰণ ৰেখাৰ সমীপত সংঘৰ্ষত লিপ্ত হয়। দুয়ো পক্ষৰ কেইবাজনো আহত হোৱাৰ খবৰ পোৱা হৈছে। জানিব পৰা মতে, অৰুণাচল প্ৰদেশৰ টাৱাং ছেক্টৰত দুই দেশৰ
Read More...