Daily Time Axom
Browsing Category

Education

বিজ্ঞানীসকলে বিচাৰি পাইছে চন্দ্ৰৰ বুকুত প্ৰকৃততে কি আছে

চন্দ্ৰ পৃষ্ঠৰ বিষয় প্ৰায়ে চৰ্চালৈ আহে। শেহতীয়াকৈ গৱেষণা হৈছে চন্দ্ৰৰ বিষয়ে। কিন্তু চন্দ্ৰ পৃষ্ঠৰ তলত অৰ্থাৎ ইয়াৰ মাটিৰ তলত কি আছে?বা চন্দ্ৰৰ কেন্দ্ৰত কি আছে?চন্দ্ৰৰ মূল অংশটো গলিত পদাৰ্থৰে ভৰি আছে নে নাই সেই বিষয়ে বিজ্ঞানীসকলে
Read More...

আজি ঘোষণা হ’ব গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ নিৰ্বাচনৰ ফলাফল

নিউজ ডেস্ক, ২০ অক্টোবৰঃ আজি ঘোষণা হ'ব গুৱাহাটী বিশ্ববিদ্যালয় স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ ২২-২৩ৰ সাধাৰণ নিৰ্বাচনৰ ফলাফল। পুৱা ১০ বজাৰ পৰা নিউ একাডেমিক বিল্ডিঙৰ দ্বিতীয় মহলাত ভোটগণনা আৰম্ভ হ'ব। ভোটগণনাক লৈ বিশ্ববিদ্যালয়ৰ চৌহদত বিৰাজ
Read More...

ৰাজ্যত বন্ধ হ’ল ১,৭১০ খন প্ৰাথমিক বিদ্যালয়

নিউজ ডেস্ক,৪ ছেপ্তেম্বৰঃ অতি শীঘ্ৰেই ৰাজ্যত বন্ধ হ'ল ১,৭১০ খন প্ৰাথমিক বিদ্যালয়। বন্ধ হ'বলগীয়া বিদ্যালয়কেইখন হ'ল- বৰপেটা জিলাত ৬২ খন, বঙাইগাঁৱত ৬৮ খন, কাছাৰত ১২৯ খন, দৰঙত বন্ধ হ'ল ৬৪ খন বিদ্যালয়। ৮৫ খন বিদ্যালয় বন্ধ হ'ল ধেমাজি জিলাত।
Read More...

ৰাজ্যৰ ২২ গৰাকী কৃতী শিক্ষকলৈ ৰাজ্যিক বঁটা

নিউজ ডেস্ক, ৪ ছেপ্তেম্বৰঃ ৰাজ্যৰ শিক্ষা বিভাগে ঘোষণা কৰিলে ৰাজ্যিক কৃতী শিক্ষকৰ বঁটাৰ তালিকা। সেই অনুসৰি মুঠ ২২ গৰাকী শিক্ষকে এইবাৰ লাভ কৰিছে এই বঁটা। কেন্দ্ৰীয় শিক্ষক দিৱসত প্ৰদান কৰা হ'ব এই বঁটা। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই
Read More...

আজি অনুষ্ঠিত হৈছে তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষা

নিউজ ডেস্ক, ২৮ আগষ্টঃ কটকটীয়া নিৰাপত্তাৰ মাজত তৃতীয় বৰ্গৰ পৰীক্ষা,উৎকণ্ঠা, উদ্যমেৰে পৰীক্ষালৈ সাজু ৰাজ্যৰ লাখ-লাখ নিবনুৱা। ৰাজ্যৰ বিভিন্ন বিভাগৰ অধীনত তৃতীয় বৰ্গৰ খালী পদ সমূহ পূৰণৰ বাবে প্ৰাৰ্থী বাছনি কৰিবলৈ আজি ৰাজ্যিক ভিত্তিত
Read More...

মেট্ৰিকত ফলাফল শূন্য দেখুওৱা ৩৪ খনকৈ প্ৰাদেশীকৃত বিদ্যালয় বন্ধ কৰিব চৰকাৰে

নিউজ ডেস্ক, ২৪ আগষ্টঃ অসমত অতি শীঘ্ৰে বন্ধ হ’ব ৩৪ খন বিদ্যালয়। মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই জনোৱা অনুসৰি চৰকাৰে হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু অসম হাই মাদ্ৰাছা পৰীক্ষা-২০২২ত বহুকেইখন বিদ্যালয়ৰ ফলাফল শূণ্য দেখুওৱাৰ পাছত
Read More...

ৰাজ্য চৰকাৰৰ মাধ্যম নীতিক সমালোচনা ABVPৰ

নিউজ ডেস্ক, ২২ আগষ্টঃ অসমত চৰকাৰী খণ্ডৰ বিদ্যালয় সমূহত ইংৰাজী ভাষাত গণিত আৰু বিজ্ঞান বিষয়ৰ পাঠ্যক্ৰম অন্তৰ্ভুক্ত কৰাৰ সিদ্ধান্তক বিৰোধিতা কৰে বিদ্যাৰ্থী পৰিষদ অসম প্ৰদেশে। মাতৃভাষাৰ অস্তিত্ব নি:শেষ কৰিব খোজা চৰকাৰৰ সিদ্ধান্তক অখিল
Read More...

বিদ্যালয়ৰ পৰা বৰঙনি বিচৰাটো মডাৰ্ণ কনচেপ্ট- এই আখ্যা সাংসদ প্ৰদ্যুৎ বৰদলৈৰ

নিউজ ডেস্ক, ২২ আগষ্টঃ চৰকাৰৰ শিক্ষা বিভাগৰ সিদ্ধান্তৰ সমৰ্থন কৰিছে কংগ্ৰেছ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে। শিক্ষামন্ত্ৰীৰ পদক্ষেপক প্ৰশংসা কংগ্ৰেছ সাংসদগৰাকীৰ। বিদ্যাঞ্জলি আঁচনি বেয়া নহয় বুলি মন্তব্য সাংসদ বৰদলৈৰ। 'এই আঁচনিৰ জৰিয়তে বিদ্যালয়ত
Read More...

আজি অসম চৰকাৰৰ বহুচৰ্চিত নিযুক্তিৰ চতুৰ্থ বৰ্গৰ পদৰ লিখিত পৰীক্ষা

নিউজ ডেস্ক,২১ আগষ্টঃ আজি অনুষ্ঠিত হ’ব চতুর্থ বৰ্গৰ নিযুক্তি প্ৰক্ৰিয়াৰ লিখিত পৰীক্ষা। প্ৰথম ভাগত পুৱা ১০ বজাৰ পৰা ১২ বজালৈ অনুষ্ঠিত হ’ব পৰীক্ষা। দ্বিতীয় ভাগত ২ বজাৰ পৰা ৪ বজালৈ অনুষ্ঠিত হ’ব চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষা। এইক্ষেত্ৰত কঠোৰ
Read More...

পানীৰ পাত্ৰ স্পৰ্শ কৰাৰ বাবে শিক্ষকে প্ৰহাৰ কৰি হত্যা কৰিলে ৯ বছৰীয়া দলিত ছাত্ৰক

নিউজ ডেস্ক,১৪ আগষ্টঃ শিক্ষকে হত্যা কৰিলে এজন ৯ বছৰীয়া ছাত্ৰক। কিন্তু ছাত্ৰজনৰ অপৰাধ কি আছিল ? তেওঁ দলিত হৈ খোৱাপানীৰ পাত্ৰটো চুইছিল। এই অপৰাধৰ বাবে তেওঁক গুৰুতৰভাৱে প্ৰহাৰ কৰিছিল। ৰাজস্থানৰ জালোৰ জিলাৰ এখন ব্যক্তিগত বিদ্যালয়ত সংঘটিত হৈছে
Read More...